Friday, 25 June 2021

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড লাভ কৰি থকা লোকসকলক প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ অধীনত যোৱা মে' মাহৰ পৰা অতিৰিক্তভাৱে পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত ৫ কিলোগ্ৰাম চাউল প্ৰদান কৰি থকা হৈছে ।

25 Jun, 2021

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড লাভ কৰি থকা লোকসকলক প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ অধীনত যোৱা মে' মাহৰ পৰা অতিৰিক্তভাৱে পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত ৫ কিলোগ্ৰাম চাউল প্ৰদান কৰি থকা হৈছে । এই আঁচনি দিপাৱলীলৈকে কাৰ্যকৰী হৈ থাকিব । অন্তোদ্যয়া অন্ন যোজনাৰ অধীনত চৰকাৰে প্ৰতি মাহে দি থকা ৩৫ কিলোগ্ৰাম চাউলৰ অতিৰিক্তভাৱে এই ৫ কিলোগ্ৰাম চাউল প্ৰদান কৰি থকা হৈছে । গোলাঘাট মহকুমাৰ বিভিন্ন সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানৰ সন্মুখত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই সম্পৰ্কীয় বেনাৰ আঁৰি বিষয়টো সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হৈছে ।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...