Monday, 21 June 2021
Sunday, 20 June 2021
20 Jun, 2021সতৰ্কবাৰ্তা5 চিৰমালা (গোসপাৰা), ৰহা, নগাঁওত সক্ৰিয় কেছ ধৰা পৰিছেমাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছেআদেশটো 14 দিনৰ বাবে 20.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডচৰ স্বীকৃতি প্ৰাপ্ত জনপ্ৰিয় কাব্যিক,বৌদ্ধিক তথা মানৱদৰদী অনুষ্ঠান “নদী আৰু নাৰী” গোলাঘাট জিলা
20 Jun, 2021
প্ৰেছ বিজ্ঞপ্তি---
----------------
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি
জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডচৰ স্বীকৃতি প্ৰাপ্ত জনপ্ৰিয় কাব্যিক,বৌদ্ধিক তথা মানৱদৰদী অনুষ্ঠান “নদী আৰু নাৰী” গোলাঘাট জিলা
সমিতিৰ তৰফৰ পৰা গুলুং পাঠৰী,কাঞ্চা চাপৰি আৰু ভকত চাপৰি অঞ্চলত ২০০জন মানুহক মাস্ক আৰু চাবোন বিতৰণ,বৰটিকা অফলা গাৱঁৰ ১৫ জন ছাত্ৰ- ছাত্ৰীক শৈক্ষিক সামগ্ৰী প্ৰদান
আৰু বৰটিকা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত ফল-মূলৰ গছপুলি ৰোপণৰ উদ্দেশ্যে উক্ত অঞ্চলৰ গুলুং পাঠৰী ,কাঞ্চা চাপৰি আৰু ভকত চাপৰি উন্নয়ন সমিতিৰ
সহযোগত পুৱা ১১-০০ বজাৰ পৰা হোৱা জনমুখী সভাত সভাপতিত্ব কৰে যতীন দলে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোলাঘাট জিলা নদী আৰু নাৰীৰ সম্পাদিকা ঊষাৰাণী দেৱী ,নদী আৰু নাৰীৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে নদী আৰু নাৰীৰ প্ৰতিস্থাপক তথা মুখ্য কাৰ্যবাহী ৰুণাল্ডো
টাইদ দেৱে ৷ তাৰ পাছত সভাৰ উদ্যোক্তা সকলে নদী আৰু নাৰীৰ বিষয়ববীয়া সকলক একোখনি ডুমেৰ দি সম্বৰ্ধনা জনোৱাৰ পাছত ক’ভিড প্ৰটকল ৰক্ষা কৰি উপস্থিত
ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰন কৰাৰ পাছত
ক্ৰমানুযায়ী
প্ৰায় ৪-৩০ বজাত উক্ত কাৰ্যসূচী সমাপ্ত কৰা হয় ৷
News Desk Report
NORTHEAST NEWS INDIA
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...