Sunday, 20 June 2021

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডচৰ স্বীকৃতি প্ৰাপ্ত জনপ্ৰিয় কাব্যিক,বৌদ্ধিক তথা মানৱদৰদী অনুষ্ঠান “নদী আৰু নাৰী” গোলাঘাট জিলা

 20 Jun, 2021


প্ৰেছ বিজ্ঞপ্তি---

----------------

    কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি 

জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডচৰ স্বীকৃতি প্ৰাপ্ত জনপ্ৰিয় কাব্যিক,বৌদ্ধিক তথা মানৱদৰদী অনুষ্ঠান “নদী আৰু নাৰী” গোলাঘাট জিলা


 সমিতিৰ তৰফৰ পৰা গুলুং পাঠৰী,কাঞ্চা চাপৰি আৰু ভকত চাপৰি অঞ্চলত ২০০জন মানুহক মাস্ক আৰু চাবোন বিতৰণ,বৰটিকা  অফলা গাৱঁৰ ১৫ জন ছাত্ৰ- ছাত্ৰীক শৈক্ষিক সামগ্ৰী প্ৰদান

আৰু  বৰটিকা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত ফল-মূলৰ গছপুলি ৰোপণৰ উদ্দেশ্যে উক্ত অঞ্চলৰ গুলুং পাঠৰী ,কাঞ্চা চাপৰি আৰু ভকত চাপৰি উন্নয়ন সমিতিৰ 

সহযোগত পুৱা ১১-০০ বজাৰ পৰা হোৱা জনমুখী সভাত সভাপতিত্ব কৰে যতীন দলে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোলাঘাট জিলা নদী আৰু নাৰীৰ সম্পাদিকা ঊষাৰাণী দেৱী ,নদী আৰু নাৰীৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে নদী আৰু নাৰীৰ প্ৰতিস্থাপক তথা মুখ্য কাৰ্যবাহী ৰুণাল্ডো

টাইদ দেৱে ৷ তাৰ পাছত সভাৰ উদ্যোক্তা সকলে নদী আৰু নাৰীৰ বিষয়ববীয়া সকলক একোখনি ডুমেৰ দি সম্বৰ্ধনা জনোৱাৰ পাছত ক’ভিড প্ৰটকল ৰক্ষা কৰি উপস্থিত 

ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰন কৰাৰ পাছত

ক্ৰমানুযায়ী 

প্ৰায় ৪-৩০ বজাত উক্ত কাৰ্যসূচী সমাপ্ত কৰা হয় ৷


News Desk Report

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...