11 Jun, 2021
Friday, 11 June 2021
11 Jun, 2021অহা ১২/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
11 Jun, 2021
অহা ১২/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
11 Jun, 2021 Dibrugarh জিলাখনৰ ১৮ পৰা ৪৪ বছৰ বয়সৰ যি সকল ব্যক্তি বা নাগৰিকে কোভিড ১৯ ৰ টীকা (covaxin)ৰ প্ৰথম পালি যোৱা ৭ মে ২০২১ তাৰিখে গ্রহণ কৰিছিল তেখেত সকলে অহা ১৩ জুন ২০২১ তাৰিখে প্ৰথম পালি টীকা লোৱা নিজ নিজ টীকা প্ৰদান কেন্দ্ৰত গৈ (covaxin)ৰ দ্বিতীয় পালি টীকা গ্রহণ কৰিব পাৰিব।
11 Jun, 2021
Dibrugarh জিলাখনৰ ১৮ পৰা ৪৪ বছৰ বয়সৰ যি সকল ব্যক্তি বা নাগৰিকে কোভিড ১৯ ৰ টীকা (covaxin)ৰ প্ৰথম পালি যোৱা ৭ মে ২০২১ তাৰিখে গ্রহণ কৰিছিল তেখেত সকলে অহা ১৩ জুন ২০২১ তাৰিখে প্ৰথম পালি টীকা লোৱা নিজ নিজ টীকা প্ৰদান কেন্দ্ৰত গৈ (covaxin)ৰ দ্বিতীয় পালি টীকা গ্রহণ কৰিব পাৰিব।
11 Jun, 2021অহা ১২/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
11 Jun, 2021
অহা ১২/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
11 Jun, 2021TODAY'S COVID-19🦠😷 UPDATE (BISWANATH DISTRICT)Directorate of Information and Public Relations, Assam
11 Jun, 2021
TODAY'S COVID-19🦠😷 UPDATE
(BISWANATH DISTRICT)
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...