Friday, 11 June 2021

11 Jun, 2021অহা ১২/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

11 Jun, 2021

অহা ১২/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত  জিলাখনৰ  ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি  সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ  টীকা গ্ৰহণ কৰিব পাৰিব ।  জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

অট্টালিকা বা পকী ৰাস্তাই প্ৰকৃত উন্নয়ন নুবুজায়

অট্টালিকা বা পকী ৰাস্তাই প্ৰকৃত উন্নয়ন নুবুজায়: উন্নয়নৰ এক নতুন সংজ্ঞাৰে মাধৱ গগৈ ​বিশেষ সংবাদ  বৰ্তমানৰ সময়ত উন্নয়ন বুলিলে সাধাৰণতে চকুত পৰ...