06 Jun, 2021
Sunday, 6 June 2021
এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত চেক বা বেংক ড্ৰাফ্ট জমা কৰাৰ ব্যৱস্থাটো অধিক সম্প্রসাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।
06 Jun, 2021
গোহাৰি :
আন্তঃজিলা যাতায়াত সম্প্ৰতি ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত আৰু সামাজিক দূৰত্ব-বিধিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত চেক বা বেংক ড্ৰাফ্ট জমা কৰাৰ ব্যৱস্থাটো অধিক সম্প্রসাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। সেই অনুসৰি এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰা ধনৰাশিৰ চেক বা বেংক ড্ৰাফ্ট সদাসয় দাতাসকলে জিলা উপায়ুক্ত অথবা চক্ৰ বিষয়াক জমা দিব পাৰিব।
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
06 Jun, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
Subscribe to:
Comments (Atom)
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...