Friday, 4 June 2021
মুৰফুলনিত বনবিভাগৰ গছপুলি ৰূপন কায্যসূচী শুভাৰম্ভ ৷
04 Jun, 2021
মুৰফুলনিত বনবিভাগৰ গছপুলি ৰূপন কায্যসূচী শুভাৰম্ভ ৷
জিলাৰ বাতৰি দিওতা গোলাঘাট ৪জুন
৫ জুন শনিবাৰৰ দিনটো বিশ্ব পৰিবেশ দিৱস ৷ এই দিৱসৰ লগত সংগতিৰাখি আজিৰেপৰা পৰা গোলাঘাটৰ মুৰফুলনি এলেকাত বনবিভাগে বিজুলী আৰু নামবৰ বনাঞ্চলৰ মাজৰ কলবাৰি চুকত এক
বৃহৎ এলেকাৰ ভূমীত গছপুলী ৰূপনৰ কায্যসূচী শুভাৰম্ভ কৰে ৷ গোলাঘাটৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বৰগোহাঁইৰ তদাৰকত আৰম্ভণিকৰা এই কায্যসূচীত জামুগুৰিৰ ৰেঞ্জাৰ ; গোলাঘাট; দেৰগাও আৰু মুফুলনি খণ্ডৰ বিষয়া কৰ্মচাৰী অন্যান্য বনকৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷ চাৰে চাৰি হেক্টৰএই বৃহৎ বীক্ষৰোপন কায্যসূচীৰ লগত সংগতিৰাখি ছাত্ৰছাত্ৰী সকলৰ মাজত পৰিবেশ বিষয়ক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ৰেঞ্জাৰ পুস্পধৰ বৰগোহাঁই ; সাংবাদিক প্ৰকাশ
শৰ্মা ; জয়প্ৰসাদ গুপ্তা ; চামীম আলি ; কল্পনা ফুকন ; বিশ্বজিত নাথে অংশগ্ৰহণ কৰা এই সমগ্ৰ কায্যসূচীত প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা
হয় ৷ উল্লেখ্যযে এই এলেকাটো দুখন বনাঞ্চলৰ মাজত হোৱাৰ বাবে বনবিভাগৰ মাতি ব্যাপক
হাৰত বেদখল হয় বিভিন্ন পক্ষই ভূমী দখলেৰে ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলিলে ৷ বিগত বৰ্ষত বন বিভাগে ৰাইজৰ সহযোগত কিছূপৰিমানৰ মাটি বেদখল মুক্ত কৰি গছপুলি ৰূপনৰ কাম আৰম্ভণি কৰিলে ৷
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
লখিমপুৰত মাক্স বিতৰণ* Date :- 4/6/21
04 Jun, 2021
*লখিমপুৰত মাক্স বিতৰণ* Date :- 4/6/21
## কৰো'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি ( শুক্ৰবাৰে ) অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদ,অসম লক্ষীমপুৰ জিলা সমিতি আৰু সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত লখিমপুৰ নগৰৰ কে বি ৰোডৰ ক্ষুদ্ৰ ব্যৱসায়, বাটৰোৱা আৰু ৰিক্সা ৱালা, ঠেলা ৱালা আদিক মাক্স বিতৰণ কৰে।
## মাক্স বিতৰণৰ সময়ত এক সজাগতা মুলক বাট্ৰাও পেৰণ কৰে সংগঠনটোৱে।
## প্ৰায় ১৫০ জন লোকক বিতৰণ কৰে মাক্স।
## উল্লেখযোগ্য যে লখিমপুৰত সংক্ৰামণ বৃদ্ধি হোৱা প্ৰতি লক্ষ্য ৰাখি সংগঠণতোৱে এনে পদক্ষেপক হাতত লয়।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ, গোলাঘাট *সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান* *ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব...
-
গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শি...