Friday, 4 June 2021
Thursday, 3 June 2021
ক'ৰনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰঙাজান চাহ বাগিচাত পুনৰবাৰ মৰঙী স্বাস্থ্য কেন্দ্ৰ (Morangi MPHC)
নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ
03 Jun, 2021
নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ
নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বগীধলা চাহ বাগিচাৰ জংঘলত বৃহস্পতিবাৰে বিয়লি এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ বগীধলা বাগিচাৰ শ্ৰমিকে খৰি সংগ্ৰহ কৰিবলৈ গৈ মৃত বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ বনবিভাগৰ লোক তথা পশু চিকিৎসক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঘটো সেই স্থানতে দাহ কৰে ৷ বনবিভাগে জনোৱা মতে বাঘটোৰ মৃত্যু আছিল স্বাভাবিক ৷ বাঘটো বয়সস্থ হৈয়ে স্বাভাবিক মৃত্যুক আকোঁৱালি লোৱা বুলি সদৰি কৰে ৷
বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
গোলাঘাটৰ বনবিভাগে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠ সমূহ বিভাগৰ কায্যালয়ৰ আশেপাশে ৰাখি থোৱাত সেই সমূহ পচিবলৈ ধৰিছে ৷
03 Jun, 2021
গোলাঘাটৰ বনবিভাগে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠ সমূহ বিভাগৰ কায্যালয়ৰ আশেপাশে ৰাখি থোৱাত সেই সমূহ পচিবলৈ ধৰিছে ৷
ঠিক তেনেদৰে জব্দকৃত শিল বালিৰ গাড়ীও ৰাখিবলৈ ঠাই নোহোৱাত একপ্ৰকাৰৰ আৰ্বজ্জনা হৈ পৰিছে ৷ বহু
বছৰৰ পৰা এনে কাঠ ; শিল-বালি ৰ গাড়ী পেলাই থোৱাত চৰকাৰৰ সম্পদ ধৱংস হোৱাৰ লগতে ৰাজহও সংগ্ৰহ হোৱা নাই ৷ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে সেহতীয়াকৈ এই সমূহ অকচনত বিক্ৰী কৰাৰ নিৰ্দেশ দিছে যদিও পচিযোৱা কাঠবোৰ কিনিবলৈ কোনো পক্ষই ইচ্ছা নকৰে ৷ আনহাতে এইবাৰ ক’ভীড-১৯ত মৃত্যুহোৱা ৰোগীৰ সৎকাৰৰ বাবে খৰিৰ নাটনি হোৱাৰ বাবে এই সমূহকাঠ মৃতসকলৰ সৎকাৰৰ বাবে ব্যবহাৰ কৰিলে গছকটা কমাৰ লগতে এই পচাকাঠ সমূহ সঠিক কামত লাগিববুলি সচেতন মহলে মন্তব্য কৰিছে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
03 Jun, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক 04Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
03 Jun, 2021Majuli Vaccination Schedule, - 4th June, 2021Age: 45 years & aboveTime: 9 AM to 4 PMMajuli Fights CovidNational Health Mission, Majuli
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...