31 May, 2021
Monday, 31 May 2021
31 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 01Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
31 May, 2021
ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 01Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
31 May, 2021ধপাত ত্যাগ কৰাৰ বাবে সাহস, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ধপাতৰ বিৰুদ্ধে যুঁজৰ সৈতে সম্পৰ্কিত যিকোনো ধৰণৰ সহায়ৰ বাবে নিজ নিজ জিলা দলৰ সৈতে যোগাযোগ কৰক। World NoTobacco Day 2021
31 May, 2021
ধপাত ত্যাগ কৰাৰ বাবে সাহস, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ধপাতৰ বিৰুদ্ধে যুঁজৰ সৈতে সম্পৰ্কিত যিকোনো ধৰণৰ সহায়ৰ বাবে নিজ নিজ জিলা দলৰ সৈতে যোগাযোগ কৰক।
31 May, 2021আজিৰ World NoTobacco Day 2021, ধপাতৰ ফলত আমাৰ শৰীৰত হোৱা অতি ক্ষতিকাৰক প্ৰভাৱবোৰ চাওঁ আহক। এই COVID19 মহামাৰীৰ সময়ত ধপাত ত্যাগ কৰা বহুলোকৰ ফালৰ পৰা এইটো এটা অতি উৎসাহজনক ভঙ্গী। তেওঁলোকৰ মানসিক শক্তিক সমৰ্থন কৰিবলৈ হাত মিলাওঁ আহক।
31 May, 2021
আজিৰ World NoTobacco Day 2021,
ধপাতৰ ফলত আমাৰ শৰীৰত হোৱা অতি ক্ষতিকাৰক প্ৰভাৱবোৰ চাওঁ আহক।
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...