Wednesday, 12 May 2021

বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞি আৰু আমাৰ মাজত নাই।

12 May, 2021

BREAKING NEWS

বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞি আৰু আমাৰ মাজত নাই। বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৮৯ বছৰ বয়সত আজি পুৱা ৬.৫৮ মিনিটত GNRC হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। 

সাহিত্যিক তথা সক্ৰিয় সাংবাদিক হিচাপে ভাৰতবৰ্ষৰ ভিতৰতে অতিবেছি বয়সলৈ  সেৱা আগবঢ়াই অসমবাসীক ধন্য কৰা, 

শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱলৈ শ্ৰদ্ধাঞ্জলি নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা জ্ঞাপন জনালো। 

অসমৰ সংবাদ আৰু সাহিত্য জগত উকা কৰি পৰলোকলৈ গমন কৰা মহীৰূহ বৰগোহাঞি দেৱৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ । 

নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

Tuesday, 11 May 2021

৬০০ বছৰীয়া অধ্যায়

11 May, 2021

৬০০ বছৰীয়া অধ্যায় 

১) স্বৰ্গদেউ চাওলুং চুকাফা (১২২৮-১২৬৮)
২) স্বৰ্গদেউ চুচেওফা (১২৬৮-১২৮১)
৩) স্বৰ্গদেউ চুবিনফা (১২৮১-১২৯৩)
৪) স্বৰ্গদেউ চুখাংফা (১২৯৩-১৩৩২)
৫) স্বৰ্গদেউ চুখ্ৰাংফা (১৩৩২-১৩৬৪) 
৬) স্বৰ্গদেউ চুতুফা (১৩৭০-১৩৭৬)
৭) স্বৰ্গদেউ তাওখামতি (১৩৮০-১৩৮৯)
৮) স্বৰ্গদেউ চুদাংফা (১৩৯৮-১৪০৭) [বামুণ কোঁৱৰ]
৯) স্বৰ্গদেউ চুজাংফা (১৪০৭-১৪২২)
১০) স্বৰ্গদেউ চুফাকফা (১৪২২-১৪৩৯)
১১) স্বৰ্গদেউ চুচেনফা (১৪৩৯-১৪৮৮)
১২) স্বৰ্গদেউ চুহানফা (১৪৮৮-১৪৯৩)
১৩) স্বৰ্গদেউ চুপিমফা (১৪৯৩-১৪৯৭)
১৪) স্বৰ্গদেউ চুহুংমুঙ (১৪৯৭-১৫৩৯)
১৫) স্বৰ্গদেউ চুক্লেংমুঙ (১৫৩৯-১৫৫৩)
১৬) স্বৰ্গদেউ চুখামফা (১৫৫৩-১৬০৩) [খোৰা ৰজা]
১৭) স্বৰ্গদেউ চুচেংফা (১৬০৩-১৬৬৩) [প্ৰতাপ সিংহ]
১৮) স্বৰ্গদেউ চুৰামফা (১৬৪১-১৬৪৪) [ভগা ৰজা]
১৯) স্বৰ্গদেউ চুচিংফা (১৬৪৪-১৬৪৮) [নৰিয়া ৰজা]
২০) স্বৰ্গদেউ চুতামলা (১৬৪৮-১৬৬৩) [জয়ধ্বজ সিংহ]
২১) স্বৰ্গদেউ চুপুংমুঙ (১৬৬৩-১৬৬৯) [চক্ৰধ্বজ সিংহ]
২২) স্বৰ্গদেউ চুনাৎফা (১৬৬৯-১৬৭৩) [উদয়াদিত্য সিংহ]

(১৬৭৩ ত লালুকসোলাৰ কুসন্ধিৰ বলি হ'ল ক্ৰমে স্বৰ্গদেউ চুক্লাংফা , চুহুং , চুজিনফা , চুডুলফা)

২৭) স্বৰ্গদেউ চুলিকফা (১৬৭৯-১৬৮১) [ল'ৰা ৰজা]
২৮) স্বৰ্গদেউ চুপাতফা (১৬৮১-১৬৯৬) [গদাপাণি]
২৯) স্বৰ্গদেউ চুখ্ৰাংফা (১৬৯৬-১৭০৭) [লাই]
৩০) স্বৰ্গদেউ ৰুদ্ৰসিংহ (১৭০৭-১৭১৭)
৩১) স্বৰ্গদেউ শিৱসিংহ (১৭১৭-
{৩২) বৰৰজা ফুলেশ্বৰী, ৩৩)বৰৰজা অম্বিকা, ৩৪)বৰৰজা সৰ্বেশ্বৰী (-১৭৪৪)}
৩৫) স্বৰ্গদেউ চুনেনফা (১৭৪৪-১৭৫১) [প্ৰমত্ত সিংহ]
৩৬) স্বৰ্গদেউ চুৰেনফা (১৭৫১-১৭৬৯) [ৰাজেশ্বৰ সিংহ]
৩৭) স্বৰ্গদেউ চুনেওফা (১৭৬৯-১৭৮০) [লক্ষ্মী সিংহ]
৩৮) স্বৰ্গদেউ চুহিতপাংফা (১৭৮০-১৭৯৫) [গৌৰীনাথ সিংহ]
৩৯) স্বৰ্গদেউ চুখিলিংফা (১৭৯৫-১৮১০) কমলেশ্বৰ সিংহ]
৪০) স্বৰ্গদেউ চুদিংফা (১৮১০-১৮১৮) [চন্দ্ৰকান্ত সিংহ]
৪১) স্বৰ্গদেউ পুৰন্দৰ সিংহ (১৮১৮-১৮১৯)

[বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমন]

১৮২৬ খ্ৰীষ্টাব্দত আহোম ইতিহাসৰ ৬০০ বছৰীয়া অধ্যায়ৰ পৰিসমাপ্তি।।

NORTHEAST NEWS INDIA

গোলাঘাটত ক’ভীড-১৯ৰ পজিটিভে ২০০০ অতিক্ৰম কৰিলে ৷ মৃত্যু ১৫ : কণ্টেনমেণ্ট এলেকা-৩ ৷

 11 May, 2021


: গোলাঘাটত ক’ভীড-১৯ৰ পজিটিভে ২০০০ অতিক্ৰম কৰিলে ৷ মৃত্যু ১৫ :  কণ্টেনমেণ্ট এলেকা-৩ ৷



 গোলাঘাট ১১মে’


গোলাঘাটৰ ক’ভীড-১৯ ৰ ব্যাপক সংক্ৰমিত হৈয়েই আছে ৷ পজিটিভ সংখ্যা আজি দুহেজাৰৰ ঘৰ অতিক্ৰম কৰিলে ৷ দ্বীতীয়টো ঢ়ৌত আজি পয্যন্ত ৫৮৬০৬ গৰাকীক ৰেপিড টেষ্ট কৰাত ২০৫৬ গৰাকীৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰাপৰে ৷ আক্ৰান্তহৈ মৃত্যু হোৱা লোকৰ সংখ্যা  বৰ্তমানলৈকে ১৫ ৷ মুঠ এক্টিভ ১০৭৯ গৰাকী ৷ তিনিটা এলেকা কণ্টেনমেণ্ট জ’ন ঘোষণা কৰা হৈছে  ৷আজি সৰুপথাৰৰ ২ নং গন্ধকৰৈৰ ৰিষেশ্বৰ কোঁৱৰ (৫৭) নামৰ লোকজনে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস এৰাৰ লগতে সৰুপথাৰৰ নলনীৰ মিঠু দে’ (৪৪) ৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ আজি ১৮৫২ গৰাকীক  ৰেপিড টেষ্ট   আৰু ১৪২ গৰাকীক RTPCR টেষ্ট কৰা হয় ৷ আৰু ১৭৪ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷  :   


প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA

কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

11 May, 2021

 BREAKING NEWS

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

Golaghat Covid update

11 May, 2021

Golaghat Covid update

11 May, 2021Assam Cabinets Ministers

11 May, 2021

Assam Cabinets Ministers

Admission Notice

11 May,2021

Admission Notice

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...