Monday, 3 May 2021

গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক।

 03 May, 2021

গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক। 



গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক পোনা বৰা। পোনা বৰাই কৃষি ক্ষেত্ৰত মনোনিৱেশ কৰি এগৰাকী আদৰ্শ খেতিয়ক হিচাপে স্বীকৃতি লাভ কৰিছে। উন্নত প্ৰজাতিৰ ধান খেতি কৰি প্ৰচুৰ উৎপাদন হোৱাৰ লগতে বৰাই যোৱা বছৰৰে পৰা বেলেগ পদ্ধতিৰে ভোট জলকীয়াৰ খেতি কৰি বিশেষ সফলতা লাভ কৰিছে। এই বাৰো হেজাৰ জোপাৰো অধিক ভোট জলকীয়াৰ পুলি প্লাষ্টিক বস্তাত ৰুই শাৰী শাৰীকৈ থৈ দিয়া দৃশ্যই সকলোকে মোহিত কৰিছে। বৰ্তমান জলকীয়াৰ কলি পেলাবলৈ আৰম্ভ কৰিছে। কৃষি বিভাগৰ কোনো সহায় নোপোৱাকৈ নিজৰ প্ৰচেষ্টাৰে খেতি কৰি আদৰ্শ খেতিয়ক হোৱা পোনা বৰাই আন দহজনকো আদৰ্শ দেখুৱাইছে। 


গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ সৈতে দীপজ্যোতি বৰদলৈ। নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

লখিমপুৰৰ জহিং ৰঙানদী কোৱাৰিত ৰবিবাৰে অঘটন।

 03 May, 2021


*লখিমপুত দূৰ্ঘটনা* Date :- 3/5/21


## লখিমপুৰৰ জহিং ৰঙানদী কোৱাৰিত ৰবিবাৰে অঘটন।



## এলথিৰীমুছ কাছুৱা নামৰ এজন যুৱক পানীত পৰি মৃত্যু হোৱাত স্থানীয় একাংশ ৰাইজ জাঙুৰ খাই উঠিছে এই ৰঙানদী কোৱাৰি বিৰোদ্ধে।


## ৰবিবাৰে পুৱা ১০ মান বজাত সংঘটিত হোৱা ঘটনাৰ পাছত প্ৰায় ৫ ঘণ্টা অন্তৰত দূৰ্য্যোগ ব্যৱস্থাপনাৰ লোকে যুৱকজনক পানীৰ পৰা উঠাই আনিবলৈ সক্ষম হয়।


## স্থানীয় ৰাইজৰ মতে এই জহিঙৰ ৰঙানদী কোৱাৰিত আজি কেইবাবছৰৰ পৰা জেচিবি আৰু ফক্লেনৰ জৰিয়তে অবৈধভাৱে খনন কাৰ্য্য চলি থকা বাবেই বাৰে বাৰে তাত যুৱকে প্ৰাণ হেৰুৱাইছে।


## ইয়াৰ পূৱেও ২০১৯ চনত এই কোৱাৰিত এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।


## আনহাতে স্থানীয় ৰাইজৰ দাবী অনতিপলমে এই অবৈধ কুৱাৰী বন্ধ কৰিব লাগে আৰু কোৱাৰী মহলদাৰে মৃত যুৱক পৰিয়াল বৰ্গলৈ ২০ লাখ টকা ক্ষতি পুৰন দিব লাগে বুলি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

BREAKING NEWS কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে বন্ধৰ নিদেশ জাৰি।

03 May, 2021

 BREAKING NEWS
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে বন্ধৰ নিদেশ জাৰি।

Golaghat Covid update

03 May, 2021

Golaghat Covid update

সমগ্ৰ ভাৰতবর্ষৰ লগতে অসমতো কৰোণা ভাইৰাছে আতংক সৃস্থি কৰিছে।

 03 May, 2021


*লখিমপুত মাস্ক বিতৰণ* Date :- 3/5/21


## সমগ্ৰ ভাৰতবর্ষৰ লগতে অসমতো কৰোণা ভাইৰাছে আতংক সৃস্থি কৰিছে।



## বিশ্ব স্বাস্থ্য সন্থাই বাৰে বাৰে সতকৰ্তা কৰি আহিছে যদিও লখিমপুৰত ৰাইজ আজিও সজাগ নহয়।


## লখিমপুৰৰ বহু লোকে আজিও মুখত মাক্স পৰিধান নকৰাকৈয়ে ঘুৰি আছে।


## সেই সকলক সজাগ কৰি কৰোণা ভাইৰাছৰ পৰা হাতহাৰিবলৈ বীৰ লাচিত সেনাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি লখিমপুৰ জিলা আদালতৰ সন্মূখত কৰোণা সজাগতা আৰু মাক্স বিতৰণ কৰে।


## আমিও কওঁ সকলোৱে মাক্স পৰিধান কৰক, চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সামাজিক দুৰত্ব বজাই ৰাখক।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

03 May, 2021ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ সকলো ৰাজনৈতিক নেতাসকললৈ নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন জনালো। আগন্তুক আহি থকা দিন বোৰত যেন দুখিয়াৰ দুখ দুৰ্দাখাৰ কথা বুজি উন্নতিৰ হকে কাম কৰি যায় তাৰে কামনা কৰিলো। NORTHEAST NEWS INDIA

03 May, 2021

ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ সকলো ৰাজনৈতিক নেতাসকললৈ নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা অভিনন্দন  জ্ঞাপন জনালো। 
আগন্তুক আহি থকা দিন বোৰত যেন দুখিয়াৰ দুখ দুৰ্দাখাৰ কথা বুজি উন্নতিৰ হকে কাম কৰি যায় তাৰে কামনা কৰিলো। 

NORTHEAST NEWS INDIA

Covid Update Assam

03 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 02/05/2021.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...