Monday, 3 May 2021

সমগ্ৰ ভাৰতবর্ষৰ লগতে অসমতো কৰোণা ভাইৰাছে আতংক সৃস্থি কৰিছে।

 03 May, 2021


*লখিমপুত মাস্ক বিতৰণ* Date :- 3/5/21


## সমগ্ৰ ভাৰতবর্ষৰ লগতে অসমতো কৰোণা ভাইৰাছে আতংক সৃস্থি কৰিছে।



## বিশ্ব স্বাস্থ্য সন্থাই বাৰে বাৰে সতকৰ্তা কৰি আহিছে যদিও লখিমপুৰত ৰাইজ আজিও সজাগ নহয়।


## লখিমপুৰৰ বহু লোকে আজিও মুখত মাক্স পৰিধান নকৰাকৈয়ে ঘুৰি আছে।


## সেই সকলক সজাগ কৰি কৰোণা ভাইৰাছৰ পৰা হাতহাৰিবলৈ বীৰ লাচিত সেনাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি লখিমপুৰ জিলা আদালতৰ সন্মূখত কৰোণা সজাগতা আৰু মাক্স বিতৰণ কৰে।


## আমিও কওঁ সকলোৱে মাক্স পৰিধান কৰক, চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সামাজিক দুৰত্ব বজাই ৰাখক।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...