Sunday, 2 May 2021
Assam Covid Update
Saturday, 1 May 2021
এতিয়া তীব্ৰ খৰাংঙে দহিছে গোলাঘাট জিলাক ৷প্ৰকৃতি ৰুষ্ট
01 May, 2021
এতিয়া তীব্ৰ খৰাংঙে দহিছে গোলাঘাট জিলাক ৷প্ৰকৃতি ৰুষ্ট
৷ এজাক বৰষুণৰবাবে আকাশলৈ সঘনাই মুৰদাঙি চাই হুমুনিয়াহ কাঢ়িছে কৃষকে ৷ অহানাই এজাক বৰষুণ ৷ ৰবিশস্যৰ বাৰি শুকাই কৰকৰিয়া হৈছে ৷ বৰষুণ নোহোৱাৰ বাবেই শশ চাহ বাগিচা শুকাই গৈছে ৷ ফলত "এটিকলী দুটিপাত" বিপয্যয় হৈছে ৷ জিলাখনৰ সঞ্জীৱ টি কোম্পানী ; ৰংদৈ টি কোম্পানী ; গৰমপানী টি ফেক্টৰী ; নাহৰবাৰী টিফেক্টৰী আদি শতাধিক টি ফেক্টৰী কেচাপাতৰ অভাৱত সাময়িক ভাবে বন্ধ হৈ পৰিছে ৷ মাত্ৰ কেটামান চাহ ফেক্টৰীহে সপ্তাহত এদিন কায্যক্ষম কৰা হয় ৷ এতিয়া বৰষুণৰ আশাত বৰুণদেৱতাক ধীয়াই হুমুনীয়াহ কৰঢ়ি আছে চাহ উদ্যোগত জড়িত সকলে ৷ : চাহ ফেক্টৰী আৰু চাহবাগিছা সমূহৰ এই দুয্যোগৰ সন্দৰ্ভত বিশিষ্ট যুৱ উদ্যোগপতি সঞ্জীৱ গগৈয়ে এনেদৰে মন্তব্য কৰে ৷:
কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
সমগ্ৰ ৰাজ্যতে কৰোণা বৃভিখিকা মাজতে পালন কৰিলে মে দীৱস।
01 May, 2021
*লখিমপুত মাস্ক বিতৰণ* Date :- 1/5/21
## আজি মে দীৱস।
## সমগ্ৰ ৰাজ্যতে কৰোণা বৃভিখিকা মাজতে পালন কৰিলে মে দীৱস।
## লখিমপুতো 108 ৰ একাংশ কৰ্মচাৰীক মে দীৱসৰ উপলক্ষ্যে কবি,গল্পকাৰ তথা লখিমপুৰৰ এজন স্বাস্থ্য কৰ্মী পঙ্কজ সভাপণ্ডিতে মাক্স আৰু চেনিটাইজাৰ বিতৰণ কৰে।
## কৰোণা ভাইৰাছৰ লগাত অহৰহ যুদ্ধা হিচাপে কাম কৰা 108 ৰ কৰ্মচাৰী কেইজন যাতে সুৰক্ষীত থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পঙ্কজ সভাপণ্ডিতে নিজা প্ৰচেষ্টাত এনে এক মহান প্ৰচেষ্টা হাতত লয়।
## ইয়াৰ লগতে আমিও কওঁ সকলোৱে মাক্স পৰিধান কৰক, সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সামাজিক দুৰত্ব বজাই ৰখাক।
Byte :- পঙ্কজ সভাপণ্ডিত
লখিপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
মন্দিৰ পৰিচালনা সমিতিয়ে যোগান ধৰিব অস্কিজেন ৷
01 May, 2021
মন্দিৰ পৰিচালনা সমিতিয়ে
যোগান ধৰিব অস্কিজেন ৷
ক’ভীড-১৯ ভাইৰাচৰ আতঙ্কৰ মাজতে আৰ্ত জনক অস্কিজেন
যোগান ধৰি সহায়ৰ বাবে আগবাঢ়ি আহিছে গোলাঘাটৰ ঐতিহাসিক ব্ৰহ্মানন্দ ৰাজহুৱা শিৱ থানৰ পৰিচালনা সমিতি । পৰিচালনা সমিতিৰ তৰফৰ পৰা জনোৱা মতে ইতিমধ্যে পৰিচালনা সমিতিয়ে চাৰিটা অস্কিজেনৰ চিলিণ্ডাৰ ক্ৰয় কৰিছে । যি সকল ৰোগীৰ বাবে অস্কিজেন প্ৰয়োজন হব তেওঁলোকে পৰিচালনা সমিতিলৈ এখন আবেদন কৰিলে সহজে এই অক্সিজেন লাভ কৰিব । এজন ৰোগীয়ে সাতদিনৰ বাবে এই অস্কিজেন ব্যবহাৰ কৰিব পাৰিব আৰু যিকোনো ৰোগৰ অস্কিজেন আৱশ্যকীয় ৰোগীয়ে এই ,সূবিধা লাভ কৰিব বুলিও মন্দিৰ পৰিচালনা সমিতিয়ে
জানিবলৈ দিছে । যোগাযোগৰ বাবে পৰিচালনা সমিতিৰ সম্পাদক দেৱদত্ত বৰুৱা ওৰফে কাবুল বৰুৱাৰ7662086018 ম’বাইল নম্বৰত যোগাযোগহ। কৰিব পাৰিব ৷
প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
গোলাঘাট নিৰ্বাচন জিলাৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা
Friday, 30 April 2021
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...