Saturday, 1 May 2021

এতিয়া তীব্ৰ খৰাংঙে দহিছে গোলাঘাট জিলাক ৷প্ৰকৃতি ৰুষ্ট

 01 May, 2021


এতিয়া তীব্ৰ খৰাংঙে দহিছে গোলাঘাট জিলাক ৷প্ৰকৃতি ৰুষ্ট


৷ এজাক বৰষুণৰবাবে আকাশলৈ সঘনাই মুৰদাঙি চাই হুমুনিয়াহ কাঢ়িছে কৃষকে ৷ অহানাই এজাক বৰষুণ ৷ ৰবিশস্যৰ বাৰি শুকাই কৰকৰিয়া হৈছে ৷ বৰষুণ নোহোৱাৰ  বাবেই শশ চাহ বাগিচা শুকাই গৈছে ৷ ফলত "এটিকলী দুটিপাত" বিপয্যয় হৈছে ৷ জিলাখনৰ সঞ্জীৱ টি কোম্পানী ; ৰংদৈ টি কোম্পানী ; গৰমপানী টি ফেক্টৰী ; নাহৰবাৰী টিফেক্টৰী আদি শতাধিক টি ফেক্টৰী কেচাপাতৰ অভাৱত সাময়িক ভাবে বন্ধ হৈ পৰিছে ৷ মাত্ৰ কেটামান চাহ ফেক্টৰীহে সপ্তাহত এদিন কায্যক্ষম কৰা হয় ৷ এতিয়া বৰষুণৰ আশাত বৰুণদেৱতাক ধীয়াই হুমুনীয়াহ কৰঢ়ি আছে চাহ উদ্যোগত জড়িত সকলে ৷ : চাহ ফেক্টৰী আৰু চাহবাগিছা সমূহৰ এই দুয্যোগৰ সন্দৰ্ভত বিশিষ্ট যুৱ উদ্যোগপতি সঞ্জীৱ গগৈয়ে এনেদৰে মন্তব্য কৰে ৷: 


কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...