Saturday, 24 April 2021
Dibrugarh,
Dibrugarh,
Covid Update Assam
আহক এখন কোভিড মুক্ত অসমৰ বাবে হাত মিলাওঁ।
Friday, 23 April 2021
আজি আৰক্ষীয়ে জব্দ কৰে এনে এটা নকল টকা বনোৱা আজৱ মেচিন।
23 April, 2021
*Fake Note making machin rescue* Date :- 23/4/21
## লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত বঙ্গালমৰাত এক দুষ্ট চক্ৰই নকল টকা প্ৰস্তুত কৰি বছৰ বছৰ ধৰি ৰম ৰমীয়া ব্যৱসায় চলাই আছে।
## মাজে মাজে আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে যদিও আকৌ সৰব হৈ উঠে এই চক্ৰটো।
## আজি আৰক্ষীয়ে জব্দ কৰে এনে এটা নকল টকা বনোৱা আজৱ মেচিন।
## নাৰিকল তেলৰ টেমাৰে কাঠৰ মেচিনত প্ৰস্তুত কৰা হয় টকা।
## লখিমপুৰৰ লালুকৰ ২নং ইছলামপুৰত আৰক্ষীয়ে অভিযান চলাই ৱাহেদ আলী নামৰ লোক এজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এই মেচিনটো।
## এই মেচিনেৰে টকা প্ৰস্তুত কৰি নিতৌ লাখ-লাখ টকা প্ৰৱঞ্চনা কৰা হয় বহিঃৰাজ্যৰ সহজ সৰল লোকক।
## অভিযান কালত আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰে ৱাহেদ আলী নামৰ লোকজন।
## বত্তৰ্মানেও আৰক্ষীয়ে লোক জনক বিছাৰি আভিযান অব্যাহত ৰাখিছে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাটত আজি ৭৮ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি
লখিমপুৰ নগৰৰ ১২ নং ৱাডৰ চাপৰি গাৱঁৰ নিৱাসী কাজলী চৰকাৰৰ ১৯ বছৰীয়া পূত্ৰ অজিত চৰকাৰ যোৱা ১৯ তাৰিখৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
23 April, 2021
*লখিমপুৰত যুৱকৰ নিৰোদ্দেশ* Date :- 23/4/21
## লখিমপুৰ নগৰৰ ১২ নং ৱাডৰ চাপৰি গাৱঁৰ নিৱাসী কাজলী চৰকাৰৰ ১৯ বছৰীয়া পূত্ৰ অজিত চৰকাৰ যোৱা ১৯ তাৰিখৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
## পুৱা ৯ মান বজাত নিজ ঘৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱক জনক বিচাৰি মাতৃ কাজলী চৰকাৰ কান্দোনত ভাগি পৰিছে।
## ইতিমধ্যে পৰিয়ালৰ লোকে খেলমাটি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।
## যুৱকজন প্ৰায় ৫ ফুত মান উচ্চতা আৰু গা বৰণ ক'লা।
## কোনো লোকে যুৱকজনৰ কিবা সম্ভেদ পালে উচৰৰ থানাত খবৰ দিয়ক নতুবা ৭০৮৬৭৪৬২১০ নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাই পৰিয়ালৰ লোকে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...