Tuesday, 20 April 2021
COVID19 List of Govt. Testing and Screening Centers under Kamrup Metro.
Covid Update Assam
Monday, 19 April 2021
মই ধনী।
মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধেও গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত বিহা হ'ব জৰিমনা
Covid Update Assam
Sunday, 18 April 2021
সকলোকে কভিড ১৯ ৰ পটোকল মানি চলিবলৈ মূখ্যমন্ত্ৰীৰ আহ্বান।
18 April, 2021
*মূখ্য মন্ত্ৰী লখিমপুৰ* Date :- 18/4/21
## সকলোকে কভিড ১৯ ৰ পটোকল মানি চলিবলৈ মূখ্যমন্ত্ৰীৰ আহ্বান।
## অসমত পুনৰ কভিড১৯ৰ সংক্ৰমণ বৃদ্ধিত সংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু ৰাইজ।
## দিনে দিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।
## বহুকেইজন মৃত্যু হৈছে এই ৰোগত।
## জটিলতাৰ সন্ধিক্ষণ অহাৰ আগতে ইয়াৰ লগত যুজঁ দিবলৈ কভিড১৯ক প্ৰতিহত কৰাৰ বাবে নিয়মসমুহ মানি সামাজিক দুৰত্ব বজাই,মাস্ক পৰিধান কৰি, বেছি লোকৰ সমাগম পৰিহাৰ কৰিবলৈ আহ্বান জনাই অসমৰ মূখ্যমন্ত্ৰী সবানন্দ সোনোৱালে।
## শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত লখিমপুৰ আৰু ধেমাজীৰ উপায়ুক্ত সহ চৰকাৰী বিভাগৰ মুৰব্বী সকলৰ লগত কভিড১৯ৰ ওপৰত এখন পয্যালোচনা সভাত মিলিত হয়।
## নাৰায়নপুৰৰ দেউৰী স্বায়ত পৰিষদৰ অতিথিশালাত অনুস্থিত পয্যালোচনা সভাৰ পাছত সাংবাদিকৰ আগত মূখ্যমন্ত্ৰী সবানন্দ সোনোৱালে কয় যে সাধাৰণ জনতাৰ লগতে অসমৰ গায়ক শিল্পী সকলেও সকলো কভিড১৯ৰ পটকল মানি চলাৰ বাবে বিহু মঞ্চ সমুহত ৰাইজক সজাগতা কৰিবলৈ আৰু সাংবাদিক সকলকো প্ৰচাৰ কৰাৰ বাবে আহ্বান জনাই।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লখিমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
17 April, 2021
*Lakhimpur CM* Date :- 17/4/21
## লখিমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
## নিৰ্বাচনী কৰ্তব্যৰ বাবে লখিমপুৰৰ গৃহৰক্ষী বাহিনীৰ অৰ্ধশতাধিক জোৱান কঢ়িয়াই নিয়া ’প্ৰাণজিত’ নামৰ বাছখন ২৯ মাৰ্চত মেঘালয়ত দুৰ্ঘটনাত পতিত হৈ চালক পাপু ভূঞাৰ লগতে গৃহৰক্ষীৰ যোৱান হেমকান্ত গগৈ মৃত্যু হৈছিল।
## লখিমপুৰৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান লৈ কাছাৰ জিলা অভিমুখে গৈছিল যাত্ৰীবাহী নৈশবাছখন ৷
## এটা কেঁকুৰী পাৰ হোৱা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৯০ ফুট তলত পৰি দুর্ঘটনাগ্ৰস্ত হৈছিল বাছ খন।
## দুৰ্ঘটনাটোত মৃত্যু হোৱা বাছখনৰ চালক জন নাৰায়নপুৰৰ পাপু ভূঞাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হোৱাৰ পিছতে লখিমপুৰ বৰচৰীয়া গাঁৱৰ গৃহৰক্ষী জোৱান হেমকান্ত গগৈৰ গৃহত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈ হেমকান্ত গৈগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
## মুখ্যমন্ত্ৰী গৰাকীয়ে গগৈয় পৰিয়ালটোৰ দ্বায়িত্ব লোৱাৰ লগতে চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷
## মুখ্যমন্ত্ৰীগৰাকীৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্ৰশান্ত ফুকনৰ লগতে স্থানীয় বিজেপি প্ৰাৰ্থী মানৱ ডেকা উপস্থিত থাকে ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...