Friday, 9 April 2021
09 April, 2021 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ
09 April, 2021Covid Update Assam
Thursday, 8 April 2021
BIG BREAKING NEWS
08 April, 2021
*লখিমপুৰ উদ্ধভ ভৰালী* Date :- 8/4/21
## বিশিষ্ট উদ্ভাবক পদ্মশ্ৰী উদ্ধব ভৰালীৰ দৈনিক নতুন নতুন উদ্ভাবনে সহায় কৰিছে বহু লোকৰ।
## শেহতীয়াকৈ উদ্ধৱ ভৰালীৰে এক উদ্ভাৱনে নতুন জীৱন দিলে গুৱাহাটীৰ এজন ব্যক্তিক।
## ২০১২ চনৰ এক ৰেল দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাইছিল গুৱাহাতীৰ বসন্ত কুমাৰ ডেকা নামৰ ব্যক্তি জনে।
## ২০১২ চনৰ পৰা ৯ বছৰ আনৰ ওপৰত নিৰ্ভৰ কৰি আহিছিল বসন্ত কুমাৰ ডেকাই।
## কিন্তু এতিয়াৰ পৰা ডেকাক নালাগে কাৰোৰে সহায়।
## পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে বসন্ত ডেকাৰ বাবে উদ্ভাৱন কৰি উলিয়ালে বহুকেইটা সামগ্ৰী।
## পুৱা দাত ব্ৰাছ কৰা , চাহ খোৱা, ভাত খোৱাৰ লগতে সৌচালয়ৰ সকলো কাম আজিৰে পৰা নিজে নিজেই কৰিব পাৰিব বসন্ত ডেকাই।
## প্ৰায় দুবছৰীয়া পৰীক্ষাৰ অন্তত বৃহস্পতিবাৰে লখিমপুৰৰ নিজ বাসগৃহত সামগ্ৰী সমুহ বসন্ত ডেকাক অৰ্পন কৰিলে উদ্ভৱ ভৰালীয়ে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Covid Update Assam
Wednesday, 7 April 2021
কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা
07 April, 2021
কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা
ৰঙালীৰ ৰং আনিছে বহাগে বিৰিখৰ কুহিপাত কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা ৷ এতিয়া অসমৰ সকলো ঠাইতে বিহুৰ কৰ্মশালা ৷ শিশুৰপৰা বৃদ্ধ-বৃদ্ধালৈ সকলো অসমীয়া সাজু হৈছে বহাগক আদৰিবলৈ ৷ ৰৈ থকা নাই গোলাঘাটৰ সুন্দৰী বোৱাৰীও ৷ বসন্তৰ বলিয়া বা জাকে
অতিতক সোঁৱৰাই আমণি কৰিছে বোৱাৰীৰ মন ৷ গাভৰু কালৰ লাহি কঁকাল নেথাকিলেও অসমীয়াৰ মন ৷ গোলাঘাটৰ ধনশিৰি নদীৰ
পাৰত এপাক নাছিলে কেইগৰাকীমান বোৱাৰেয়ে ৷ :::
গোলাঘাটৰ পৰা জয় প্ৰসাদ গুপ্তা ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাটত নতুনকৈ দুজন লোকৰ দেহত কোৱিডৰ সংক্ৰমণ, আক্ৰান্তৰ সংখ্যা ১৩ লৈ বৃদ্ধি
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...