Wednesday, 7 April 2021

কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা

 07 April, 2021


কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা



ৰঙালীৰ ৰং আনিছে বহাগে বিৰিখৰ কুহিপাত কুলী কেতেকীৰ মিঠামাতে আনিছে বসন্তৰ আগলিবতৰা ৷ এতিয়া অসমৰ সকলো ঠাইতে বিহুৰ কৰ্মশালা ৷ শিশুৰপৰা বৃদ্ধ-বৃদ্ধালৈ সকলো অসমীয়া সাজু হৈছে বহাগক আদৰিবলৈ ৷ ৰৈ থকা নাই গোলাঘাটৰ সুন্দৰী বোৱাৰীও ৷ বসন্তৰ বলিয়া বা জাকে

 অতিতক সোঁৱৰাই আমণি কৰিছে বোৱাৰীৰ মন ৷ গাভৰু কালৰ লাহি কঁকাল নেথাকিলেও অসমীয়াৰ মন ৷  গোলাঘাটৰ ধনশিৰি নদীৰ

 পাৰত এপাক নাছিলে কেইগৰাকীমান বোৱাৰেয়ে ৷ :::


 গোলাঘাটৰ পৰা জয় প্ৰসাদ গুপ্তা ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...