Monday, 5 April 2021
Covid Update Assam
Sunday, 4 April 2021
ৰঙালী উৎসৱ ও বাণিজ্য মেলা আয়োজন
04 April, 2021
গোলাঘাট সমন্বয় ক্ষেএত শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত ৪ ৰ পৰা ১৯ এপ্ৰিল ২০২১ তাৰিখলৈকে ১৬ দিনিয়া কাৰ্য্যসূচীৰে ৰঙালী উৎসৱ ও বাণিজ্য মেলা আয়োজন
কৰা হৈছে।
গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
আৰম্ভ হৈছে বহাগৰ বতৰ ৷
04 April, 2021
আৰম্ভ হৈছে বহাগৰ বতৰ ৷
আৰম্ভ হৈছে বহাগৰ বতৰ ৷ বসন্তৰ বলিয়া বতাহে মন উতলাকৰে ডেকা গাভৰুৰ কুলিৰ শুৱলামাত ; বিৰিখৰ কুহীপাতে আনে বহাগৰ বতৰা ৷ ৰাজ্যখনৰ লগতে গোলাঘাটৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে ৰঙালীক
আদৰাৰ ৷ গোলাঘাটৰ নামচুঙীয়া গাঁৱৰ দিলীপ শইকীয়াই ইতিমধ্যে নিজেসজা ঢ়োল ; পেপা ; বাহীঁ ; গগণা ; আনন্দলহৰী ; ডটৰা ; সুতুলী ;চেৰেণ্ডা ; টকা ; কাকৈফনী আদি অসমৰ বিভিন্ন ঠাইৰ বিপনীলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে ৷ বিশেষকৈ তেওঁ নতু সুৰ দিবপৰা দুটাকৈঃ বাদ্যযন্ত্ৰ সাজি উলিওৱা এল ডি ভী আৰু মোহিনী পেপাঁই বিশেষ সমাদৰ লাভ কৰিছে ৷
প্ৰকাশ শৰ্মা,আৰু কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
04 April, 2021Covid Update Assam
Saturday, 3 April 2021
সত্য,শুদ্ধ আৰু যোগাত্মক বাৰ্তাবোৰ সমাজখনলৈ আগবঢ়াই দিয়াতোৱে আমাৰ প্ৰধান লক্ষ্য।
03 April, 2021 BREAKING NEWSPAN-আধাৰ লিংককৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে:
03 April, 2021Covid Update Assam
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...