04 April, 2021
আৰম্ভ হৈছে বহাগৰ বতৰ ৷
আৰম্ভ হৈছে বহাগৰ বতৰ ৷ বসন্তৰ বলিয়া বতাহে মন উতলাকৰে ডেকা গাভৰুৰ কুলিৰ শুৱলামাত ; বিৰিখৰ কুহীপাতে আনে বহাগৰ বতৰা ৷ ৰাজ্যখনৰ লগতে গোলাঘাটৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে ৰঙালীক
আদৰাৰ ৷ গোলাঘাটৰ নামচুঙীয়া গাঁৱৰ দিলীপ শইকীয়াই ইতিমধ্যে নিজেসজা ঢ়োল ; পেপা ; বাহীঁ ; গগণা ; আনন্দলহৰী ; ডটৰা ; সুতুলী ;চেৰেণ্ডা ; টকা ; কাকৈফনী আদি অসমৰ বিভিন্ন ঠাইৰ বিপনীলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে ৷ বিশেষকৈ তেওঁ নতু সুৰ দিবপৰা দুটাকৈঃ বাদ্যযন্ত্ৰ সাজি উলিওৱা এল ডি ভী আৰু মোহিনী পেপাঁই বিশেষ সমাদৰ লাভ কৰিছে ৷
প্ৰকাশ শৰ্মা,আৰু কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India