Sunday, 28 March 2021
গোলাঘাট নিৰ্বাচন জিলাত প্ৰায় ৮০% ভোটদানগোলাঘাটত ৭৮.০২শতাংশ আৰু খুমটাইত ৮১.৯২শতাংশ ভোটগোলাঘাটত মহিলা ভোটদাতাৰ সংখ্যা অধিকপ্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা আৰু অভিনন্দন উপায়ুক্তৰ
27 March, 2021 96 खुमटाई विधानसभा चुनाव
27 March, 2021
96 खुमटाई विधानसभा चुनाव
खुमटाई, 27 मार्च: राज्य के विधानसभा चुनाव के 96 खुमटाई विधानसभा छेत्र में पहली चरण के मतदान लगभग 78.81% में भोटिंग सान्तिपुर्ण रहा। मतदान के दौरान चुनाव आयोग द्वारा दी गई सभी नीतिनियमों को ध्यान में रखते हुए भोटिंग केंद्रो में मतदाताओं को कोविद प्रोटोकॉल मानकर मतदान करते हुवे देखा गया।
खुमटाई से:- संजीव कुमार प्रजापति, नॉर्थ ईस्ट न्यूज इंडिया
Saturday, 27 March 2021
গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহন সম্পন্নসন্ধিয়া ৭ বজালৈকে লাভ কৰা তথ্য মতে গোলাঘাটত ৭৮.৮৯ শতাংশ আৰু খুমটাইত ৭৮.৮১শতাংশ ভোটদানভোটগ্ৰহনৰ সৈতে জড়িত প্ৰতিজন লোক, সংবাদ মাধ্যমক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন উপায়ুক্তৰ
গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহনবিয়লি ৫ বজালৈকে গোলাঘাটত ৭৫.১৩ শতাংশ আৰু খুমটাইত ৭৫.২১শতাংশ ভোটদান২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিং
27 March, 2021 ভোট দান গোলাঘাট
27 March, 2021
ভোট দান গোলাঘাট
প্ৰথম পয্যায়ৰ ভোট গ্ৰহণ গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰ সমূহত আৰম্ভণি হৈছে ৷ পুৱা ৬ বজাৰ পৰা কেন্দ্ৰ সমূহত ভোটদাটা ৰাইজে ক’ভীড-১৯ ৰ নিয়ম উলংঘাকৰা দেখা গৈছে ৷ কতৃপক্ষই মাস্ক ; পিপিকিট যোগান দিছে যদিও ভোটাৰে সামাজিক দূৰত্ব বজাই শাৰিপাতি ভোট দিয়া নাই৷ একাংশ ভোটকেন্দ্ৰত ভোটাৰে শাৰিপাতি ঠেলা হেচাকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
27 March, 2021 ভোট দান লখিমপুৰ
27 March, 2021
ভোট দান লখিমপুৰ
আন আন জিলাৰ লগতে আজি লখিমপুৰ জিলাতো শান্তি পূর্ণ ভাবে ভোট দাতা সকলে ভোটদান কৰা পৰিলক্ষিত হৈছে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Friday, 26 March 2021
ই ভি এম আৰু ভোটগ্ৰহনৰ সামগ্ৰী লৈ নিজ নিজ কেন্দ্ৰত উপস্থিত ভোটগ্ৰহনকাৰী দল
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...