Saturday, 27 March 2021

27 March, 2021 ভোট দান গোলাঘাট

 27 March, 2021

ভোট দান গোলাঘাট



প্ৰথম পয্যায়ৰ ভোট গ্ৰহণ গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰ সমূহত আৰম্ভণি হৈছে ৷ পুৱা ৬ বজাৰ পৰা কেন্দ্ৰ সমূহত ভোটদাটা ৰাইজে ক’ভীড-১৯ ৰ নিয়ম উলংঘাকৰা দেখা গৈছে ৷ কতৃপক্ষই মাস্ক ; পিপিকিট যোগান দিছে যদিও  ভোটাৰে সামাজিক  দূৰত্ব বজাই শাৰিপাতি ভোট দিয়া নাই৷ একাংশ ভোটকেন্দ্ৰত ভোটাৰে শাৰিপাতি  ঠেলা হেচাকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷



প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...