Sunday, 14 March 2021
গোলাঘাট জিলাত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যিকোনো ঘোষণা, ৰেলী আৰু সভা নিষিদ্ধ
লখিমপুৰ Mega Expro
14 March, 2021
*লখিমপুৰ Mega Expro
* Date :- 14/3/21
## বিগত বৰ্ষ দৰে এইবাৰো লখিমপুৰ ত্যাগক্ষেত্ৰত এখনি মেগা বানিজ্য মেলা অনুষ্টিত কৰা হৈছে।
## যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ মার্চলৈ চলা এই বানিজ্য মেলাত আপোনাৰ ঘৰৰ সকলো যাৱতীয় বস্তু পাব।
## কিন্তু বিশেষ কাৰণত ১৪ মার্চৰ পৰিবতে ২১ মাৰ্চৰলৈকে এই বানিজ্য মেলাখনি চলাই নিয়াৰ সিদ্ধান্ত লয়।
## আপুনি ইয়াতা পাব বিনামূলীয়াকৈ এটা লটৰী টিকেত, য'ত আছে কেইবাটাও আক্ৰষণীয় পুৰস্কা।
## লগতে উপভোগ কৰিবলৈ পাৰে নৃত্য আৰু ফেচন'স্বু।
## ভাৰতৰ বিভিন্ন প্ৰান্ত পৰা প্ৰায় ৬০ খনকৈ বিপনিয়ে অংশ লোৱা এই বানিজ্য মেলাত আপোনি লব পাৰে মন পচন্দৰ বিভিন্ন লাগতিয়াল সামগ্ৰী।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লখিমপুৰ ধুমুহা* Date :- 14/3/21
14 March, 2021
*লখিমপুৰ ধুমুহা* Date :- 14/3/21
## ফাগুনৰ পচোৱাই ফালিলে কলৰ পাত চিৰিলি চিৰিলি কৰি।
## এইবাৰ কলৰ পাত নহয়, এইবাৰ ফাগুনৰ পচোৱাই ফালিলে মঞ্চৰ টিৰ্পাল।
## হয় ৰবিবাৰে বিয়লি সৰ্থাত অহা এজাক ধুমুহাই লখিমপুৰৰ বহু অঞ্চলত ঘৰ দুৱাৰ উৰুৱাই তচনচ কৰিলে।
## লখিমপুৰৰ সেনচোৱা, বিলতীয়া, ফুকনহাট,চৰাইমৰীয়া,বামুণ দলনী আদিকে লৈ বহু অঞ্চলত যথেষ্ট অনিষ্ট কৰিলে।
## বিলতীয়াত গাৱঁত যোৱা ১১ তাৰিখৰ পৰা চলি থকা বিলতীয়া আঞ্চলিক যুৱ সংঘ ও সোঁৱৰণী পুথিভঁৰালৰ সৌজ্যনত আয়োজন হোৱা ৪১ তম্ বাৰ্ষিক অধিবেশনৰ মঞ্চ উৰুৱাই নিয়ে ধুমুহাই।
## আনহাতে এই ধুমুহাত ১১০ নং নাওঁবৈচাতো ৰাইজৰ বহু ক্ষতি সাধন কৰিছে তাৰ বাবে NCP দলৰ মনোনীত প্ৰাৰ্থী দিপক শইকীয়াই দুখ প্ৰকাশ কৰাৰ লগতে অনাগত দিনত দূৰ্যোগৰ সময়ত ৰাইজৰ সহায় হোৱাকৈ পদক্ষেপ হাতত লম বুলি ও প্ৰতিশ্ৰুতি দিয়ে।
Byte :- দিপক শইকীয়া
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Saturday, 13 March 2021
গোলাঘাট নিৰ্বাচনী জিলাৰ বিভিন্ন ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰতিনিধিৰ সৈতে নিৰ্বাচনী পৰ্যবেক্ষকৰ গুৰুত্বপূৰ্ণ বৈঠক
২৭ মাৰ্চত গোলাঘাট জিলাত ৰাজহুৱা বন্ধ ঘোষণা
Friday, 12 March 2021
খুমটাই চাৰিআলিত ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.২০ লাখ টকা জব্দ
গোলাঘাট নিৰ্বাচন জিলাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই দিব পষ্টেল বেলটযোগে ভোট১৮ আৰু ১৯ মাৰ্চত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...