Friday, 5 March 2021
05 March, 2021সদৌ অসম চাহ জনজাতি ছাত্র সন্থা। গোলাঘাট শাখাৰ উদ্যোগত ১৯,২০,২১ মাৰ্চ, ২০২১ তিনি দিনিয়া কাৰ্যসূচীৰে পোৰাবাংলা খেলপথাৰত, ক্ৰিকেট প্ৰতিযোগিতা আয়োজন।গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি,নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Thursday, 4 March 2021
04 March, 2021 *লখিমপুৰ জিকিৰ জাৰী* Date :- 4/3/21 ## লখিমপুৰ জিলা বিলতীয়া ডেকা ফকীৰ মাজাৰত নিশা আয়োজন কৰা হয় এক জিকিৰ জাৰী অনুষ্ঠানৰ। ## বিগত বৰ্ষ দৰে এইবাৰো নিমন্ত্ৰিত শিল্পী দ্বাৰা জিকিৰ জাৰী পৰিবেশন কৰা হয়। ## ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত, স্বৰ্ণপদকপ্ৰাপ্ত বিশিষ্ট চিকিৎচক তথা জিকিৰ জাৰী শিল্পী ডাঃ আবু তাহেৰ আহমেদৰ নেতৃত্বত সমন্ময় সাংস্কৃতিক গোষ্ঠীয়ে উৰে নিশা জিকিৰ জাৰী পৰিবেশন কৰে। ## এই অনুষ্ঠানৰ মুল উদ্দেশ্য হৈছে সমাজৰ পৰা কু-ব্যাধি আৰু অপ-সংস্কৃতি দুৰ কৰি সমাজখনক একগোট কৰি সমন্বয় এনাজৰীৰে বান্ধি ৰখাৰ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
04 March, 2021
*লখিমপুৰ জিকিৰ জাৰী* Date :- 4/3/21
## লখিমপুৰ জিলা বিলতীয়া ডেকা ফকীৰ মাজাৰত নিশা আয়োজন কৰা হয় এক জিকিৰ জাৰী অনুষ্ঠানৰ।
## বিগত বৰ্ষ দৰে এইবাৰো নিমন্ত্ৰিত শিল্পী দ্বাৰা জিকিৰ জাৰী পৰিবেশন কৰা হয়।
## ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত, স্বৰ্ণপদকপ্ৰাপ্ত বিশিষ্ট চিকিৎচক তথা জিকিৰ জাৰী শিল্পী ডাঃ আবু তাহেৰ আহমেদৰ নেতৃত্বত সমন্ময় সাংস্কৃতিক গোষ্ঠীয়ে উৰে নিশা জিকিৰ জাৰী পৰিবেশন কৰে।
## এই অনুষ্ঠানৰ মুল উদ্দেশ্য হৈছে সমাজৰ পৰা কু-ব্যাধি আৰু অপ-সংস্কৃতি দুৰ কৰি সমাজখনক একগোট কৰি সমন্বয় এনাজৰীৰে বান্ধি ৰখাৰ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Wednesday, 3 March 2021
03 March, 2021 *লখিমপুৰ Mega Expro* Date :- 3/3/21 ## বিগত বৰ্ষ দৰে এইবাৰো লখিমপুৰ ত্যাগক্ষেত্ৰত এখনি মেগা বানিজ্য মেলা অনুষ্টিত কৰা হৈছে। ## যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ মার্চলৈ চলি থকা এই বানিজ্য মেলাত আপোনাৰ ঘৰৰ সকলো যাৱতীয় বস্তু পাব। ## ইয়াৰ লগতে আপুনি ইয়াতা পাব বিনামূলীয়াকৈ এটা লটৰী টিকেত, য'ত আছে কেইবাটাও আক্ৰষণীয় পুৰস্কা। ## লগতে উপভোগ কৰিবলৈ পাৰে নৃত্য আৰু ফেচন'স্বু। ## ভাৰতৰ বিভিন্ন প্ৰান্ত পৰা প্ৰায় ৬০ খনকৈ বিপনিয়ে অংশ লোৱা এই বানিজ্য মেলাত আপোনি লব পাৰে মন পচন্দৰ বিভিন্ন লাগতিয়াল সামগ্ৰী। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
03 March, 2021
*লখিমপুৰ Mega Expro* Date :- 3/3/21
## বিগত বৰ্ষ দৰে এইবাৰো লখিমপুৰ ত্যাগক্ষেত্ৰত এখনি মেগা বানিজ্য মেলা অনুষ্টিত কৰা হৈছে।
## যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ মার্চলৈ চলি থকা এই বানিজ্য মেলাত আপোনাৰ ঘৰৰ সকলো যাৱতীয় বস্তু পাব।
## ইয়াৰ লগতে আপুনি ইয়াতা পাব বিনামূলীয়াকৈ এটা লটৰী টিকেত, য'ত আছে কেইবাটাও আক্ৰষণীয় পুৰস্কা।
## লগতে উপভোগ কৰিবলৈ পাৰে নৃত্য আৰু ফেচন'স্বু।
## ভাৰতৰ বিভিন্ন প্ৰান্ত পৰা প্ৰায় ৬০ খনকৈ বিপনিয়ে অংশ লোৱা এই বানিজ্য মেলাত আপোনি লব পাৰে মন পচন্দৰ বিভিন্ন লাগতিয়াল সামগ্ৰী।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
03 March, 2021 প্ৰতি বছৰে তিনি মাৰ্চৰ দিনটো বিশ্ব শ্ৰৱণ দিৱস হিচাপে পালন কৰাহয় ৷ এইবাৰ বিশ্ব শ্ৰৱন দিৱসৰ উপলক্ষে বিশ্ব স্বাস্থ্য সন্থাৰ অৰ্থাৎ WHO দ্বাৰা প্ৰকাশিত বিষয়বস্তু হ’ল Hearing Care For All . অৰ্থাৎ শ্ৰৱণ যতন সকলোৰে বাবে ৷ আমাৰ দেশত ৬দশমিক তিনি শতাংশ লোক এই ৰোগৰ দ্বাৰা প্ৰভাবিত ৷ শ্ৰৱণ শক্তিৰ বিভিন্ন কাৰক বিভিন্ন কাণৰ ৰোগ ; জন্মগত কাৰক ; কোলাহল পৰিবেশ ; বয়সৰ পাৰ্দুভাৱ আদি ৰোগৰ কাৰকৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ আজি গোলাঘাটৰ স্বাস্থ্য বিভাগে পুৱা এক সজাগতা সমদল উলিয়ায় ৷ সমলব্যক্তি ডা°পাৰ্থ গোঁহাইয়ে আঁত ধৰা এই কায্যসূচী শুভাৰম্ভ কৰে জিলা উন্নয়ণ বিষয়া অৰ্পা বাগলাৰীয়ে ৷ জনসজাগতা শোভায়াত্ৰাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণ মহন্ত ; ডা°ৰূপকবৰা ; অধীক্ষক ডা°। চুৰেণ তামুলী ; আদিৰ লগতে চিকিৎসাকৰ্মী সকলে অংশগ্ৰহণ কৰে আৰু এখন সজাগতামূলক প্ৰচাৰ পত্ৰীকাও বিতৰণ কৰে ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
03 March, 2021
প্ৰতি বছৰে তিনি মাৰ্চৰ দিনটো বিশ্ব শ্ৰৱণ দিৱস হিচাপে পালন কৰাহয় ৷ এইবাৰ বিশ্ব শ্ৰৱন দিৱসৰ উপলক্ষে বিশ্ব স্বাস্থ্য সন্থাৰ অৰ্থাৎ WHO দ্বাৰা প্ৰকাশিত বিষয়বস্তু হ’ল Hearing Care For All . অৰ্থাৎ শ্ৰৱণ যতন সকলোৰে বাবে ৷ আমাৰ দেশত ৬দশমিক তিনি শতাংশ লোক এই ৰোগৰ দ্বাৰা প্ৰভাবিত ৷ শ্ৰৱণ শক্তিৰ বিভিন্ন কাৰক বিভিন্ন কাণৰ ৰোগ ; জন্মগত কাৰক ; কোলাহল পৰিবেশ ; বয়সৰ পাৰ্দুভাৱ আদি ৰোগৰ কাৰকৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ আজি গোলাঘাটৰ স্বাস্থ্য বিভাগে পুৱা এক সজাগতা সমদল উলিয়ায় ৷ সমলব্যক্তি ডা°পাৰ্থ গোঁহাইয়ে আঁত ধৰা এই কায্যসূচী শুভাৰম্ভ কৰে জিলা উন্নয়ণ বিষয়া অৰ্পা বাগলাৰীয়ে ৷ জনসজাগতা শোভায়াত্ৰাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণ মহন্ত ; ডা°ৰূপকবৰা ; অধীক্ষক ডা°। চুৰেণ তামুলী ; আদিৰ লগতে চিকিৎসাকৰ্মী সকলে অংশগ্ৰহণ কৰে আৰু এখন সজাগতামূলক প্ৰচাৰ পত্ৰীকাও বিতৰণ কৰে ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
03 March, 2021 *লখিমপুৰত নিৰ্মাণ চুটি ছবি চণ্ডাল* Date :- 3/3/2021 ## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে। ## তাৰ ভিতৰত ৰাজ শেখৰৰ পৰিচলনাত তৃতীয়বাৰ নিৰ্মাণ হল চুটি ছবি "চণ্ডাল"। ## চিঞৰ, চিৎকাৰৰ পাছত এইবাৰ "খং নামে চণ্ডাল"ৰ চিত্ৰ গ্ৰহনৰ কাম চলি আছে। ## ছবিখনত ভাম্যমান জগতৰ কেইবাজনো অভিনেতা অভিনেত্ৰী লগতে কৌতুক অভিনেতা ত্ৰল্যোক্য সোনোৱালেও অভিনয় কৰিছে। ## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে। ## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "খং নামে চণ্ডাল" নামৰ চুটি ছবিখন। ## এই ছবিখন অতি শীঘ্ৰে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে। Byte :- ১) পৰিচালকৰ, ২) অভিনেতা লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
03 March, 2021
*লখিমপুৰত নিৰ্মাণ চুটি ছবি চণ্ডাল* Date :- 3/3/2021
## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে।
## তাৰ ভিতৰত ৰাজ শেখৰৰ পৰিচলনাত তৃতীয়বাৰ নিৰ্মাণ হল চুটি ছবি "চণ্ডাল"।
## চিঞৰ, চিৎকাৰৰ পাছত এইবাৰ "খং নামে চণ্ডাল"ৰ চিত্ৰ গ্ৰহনৰ কাম চলি আছে।
## ছবিখনত ভাম্যমান জগতৰ কেইবাজনো অভিনেতা অভিনেত্ৰী লগতে কৌতুক অভিনেতা ত্ৰল্যোক্য সোনোৱালেও অভিনয় কৰিছে।
## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে।
## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "খং নামে চণ্ডাল" নামৰ চুটি ছবিখন।
## এই ছবিখন অতি শীঘ্ৰে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে।
Byte :- ১) পৰিচালকৰ, ২) অভিনেতা
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Tuesday, 2 March 2021
02 March 2021 বিলাহী চাৰিটকা ৰঙলাউ ১০ টকাকৈও বিক্ৰী হোৱানাই গোলাঘাটৰ দ চমুৱাৰ শগুনপাৰাৰ কৃষকৰ ৷ গোলাঘাট চহৰৰ কাষেৰে যোৱা মাতৃসম ধনশিৰি নদীৰ পাৰত আৰু ধনশিৰি এৰাসুতি শগুণপাৰা বিলৰ পাৰত খেতিকৰি জীৱন নিৰ্বাহ কৰিছে শ শ কৃষকে ৷ ৯৯শতাংশ কৃষক থকা এই গাঁওখনৰ কৃষকে চৰকাৰি আঁচনিলৈ ৰৈ নেথাকি নিজৰ কাম নিজেই কৰে ৷ তথাপিও তেওলোকৰ চৰকাৰৰ কৃষি বিভাগৰ প্ৰতি আছে তীব্ৰ ক্ষোভ ৷ কৃষক সকলৰ ভিতৰত ভাই চুতীয়া ; খগেনছেত্ৰী ; অতনী চুতীয়া আৰু তেওঁৰ পত্নী কল্পনা চুতীয়া আহিয়ে বতৰৰ কৃষিজাত ফচল বতৰত উত্পাদন কৰি বজাৰত বিক্ৰী কৰে খগেন বিভিন্ন কৃষকৰ লগতে এই তিনিটা কৃষক পৰিয়ালেও কৰা বিলাহী আৰু ৰঙালাউ খেটিত ব্যাপক লোকচানৰ সন্মুখিন হৈছে ৷ বিভিন্ন ঠাইৰ পৰা যোৱা বেপাৰীক খাতিবাতি কৰিহে ফচল বিক্ৰী কৰিবলগা হৈছে ৷ সাৰুৱা পলসুৱা মাটিত কম পৰিমানৰ সাৰ প্ৰয়োগেৰে কৰা বিলাহীৰ প্ৰতিকেজি চাৰিটকা আৰু ৰঙলাউ দহটকাকৈও কিনাৰ বেপাৰীৰ অভাব ৷ বিলাহী দ’ম দ’ম কৰি বাৰিতেই ৰাখি বেপাৰীৰ আশাত ৰৈ থাকিবলগা হয় ৷ টঙীঘৰত নিশা হাতী ৰখি কৰা ৰঙলাউ হাতীয়ে ধাহিমুহি শেষ কৰিলে ৷ অবশিষ্ট খিনি গ্ৰাহক নোহোৱাত ঘৰৰ বাৰাণ্ডাতেই দ’মাই ৰখা হৈছে ৷ এওলোকৰ অভিযোগ যে ফচল বিক্ৰীৰ বজাৰ অভাৱ ৷ চৰকাৰে সময়ত সুবিধা দিলে এই সকলে আৰু অধিক ফচল উৎপাদন কৰিব পাৰিব ৷ আৰু নৱপ্ৰজন্মও কৃষিৰবাবে উৎসাহিত হব ৷ প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
02 March 2021
বিলাহী চাৰিটকা ৰঙলাউ ১০ টকাকৈও বিক্ৰী হোৱানাই গোলাঘাটৰ দ চমুৱাৰ শগুনপাৰাৰ কৃষকৰ ৷
গোলাঘাট চহৰৰ কাষেৰে যোৱা মাতৃসম ধনশিৰি নদীৰ পাৰত আৰু ধনশিৰি এৰাসুতি শগুণপাৰা বিলৰ পাৰত
খেতিকৰি জীৱন নিৰ্বাহ
কৰিছে শ শ কৃষকে ৷ ৯৯শতাংশ কৃষক থকা এই গাঁওখনৰ কৃষকে চৰকাৰি আঁচনিলৈ ৰৈ নেথাকি নিজৰ কাম নিজেই কৰে ৷ তথাপিও তেওলোকৰ চৰকাৰৰ কৃষি বিভাগৰ প্ৰতি আছে তীব্ৰ ক্ষোভ ৷ কৃষক সকলৰ ভিতৰত ভাই চুতীয়া ; খগেনছেত্ৰী ; অতনী চুতীয়া আৰু তেওঁৰ পত্নী কল্পনা চুতীয়া আহিয়ে বতৰৰ কৃষিজাত ফচল বতৰত উত্পাদন কৰি বজাৰত বিক্ৰী কৰে খগেন বিভিন্ন কৃষকৰ লগতে এই তিনিটা কৃষক পৰিয়ালেও কৰা বিলাহী আৰু ৰঙালাউ খেটিত ব্যাপক লোকচানৰ সন্মুখিন হৈছে ৷ বিভিন্ন ঠাইৰ পৰা যোৱা বেপাৰীক খাতিবাতি কৰিহে ফচল বিক্ৰী কৰিবলগা হৈছে ৷ সাৰুৱা পলসুৱা মাটিত কম পৰিমানৰ সাৰ প্ৰয়োগেৰে কৰা বিলাহীৰ প্ৰতিকেজি চাৰিটকা আৰু ৰঙলাউ দহটকাকৈও কিনাৰ বেপাৰীৰ অভাব ৷ বিলাহী দ’ম দ’ম কৰি বাৰিতেই ৰাখি বেপাৰীৰ আশাত ৰৈ থাকিবলগা হয় ৷ টঙীঘৰত নিশা হাতী ৰখি কৰা ৰঙলাউ হাতীয়ে ধাহিমুহি শেষ কৰিলে ৷ অবশিষ্ট খিনি গ্ৰাহক নোহোৱাত ঘৰৰ বাৰাণ্ডাতেই দ’মাই ৰখা হৈছে ৷ এওলোকৰ অভিযোগ যে ফচল বিক্ৰীৰ বজাৰ অভাৱ ৷ চৰকাৰে সময়ত সুবিধা দিলে এই সকলে আৰু অধিক ফচল উৎপাদন কৰিব পাৰিব ৷ আৰু নৱপ্ৰজন্মও কৃষিৰবাবে উৎসাহিত হব ৷
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...