Wednesday, 3 March 2021

03 March, 2021 *লখিমপুৰত নিৰ্মাণ চুটি ছবি চণ্ডাল* Date :- 3/3/2021 ## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে। ## তাৰ ভিতৰত ৰাজ শেখৰৰ পৰিচলনাত তৃতীয়বাৰ নিৰ্মাণ হল চুটি ছবি "চণ্ডাল"। ## চিঞৰ, চিৎকাৰৰ পাছত এইবাৰ "খং নামে চণ্ডাল"ৰ চিত্ৰ গ্ৰহনৰ কাম চলি আছে। ## ছবিখনত ভাম্যমান জগতৰ কেইবাজনো অভিনেতা অভিনেত্ৰী লগতে কৌতুক অভিনেতা ত্ৰল্যোক্য সোনোৱালেও অভিনয় কৰিছে। ## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে। ## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "খং নামে চণ্ডাল" নামৰ চুটি ছবিখন। ## এই ছবিখন অতি শীঘ্ৰে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে। Byte :- ১) পৰিচালকৰ, ২) অভিনেতা লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 03 March, 2021


*লখিমপুৰত নিৰ্মাণ চুটি ছবি চণ্ডাল* Date :- 3/3/2021


## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে।


## তাৰ ভিতৰত ৰাজ শেখৰৰ পৰিচলনাত তৃতীয়বাৰ নিৰ্মাণ হল চুটি ছবি "চণ্ডাল"।


## চিঞৰ, চিৎকাৰৰ পাছত এইবাৰ "খং নামে চণ্ডাল"ৰ চিত্ৰ গ্ৰহনৰ কাম চলি আছে।


## ছবিখনত ভাম্যমান জগতৰ কেইবাজনো অভিনেতা অভিনেত্ৰী লগতে কৌতুক অভিনেতা ত্ৰল্যোক্য সোনোৱালেও অভিনয় কৰিছে।


## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে।


## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "খং নামে চণ্ডাল" নামৰ চুটি ছবিখন।


## এই ছবিখন অতি শীঘ্ৰে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে।

Byte :- ১) পৰিচালকৰ, ২) অভিনেতা 


লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India