Wednesday, 17 February 2021

17 February, 2021 ৩২ তম ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহ বুধবাৰে সামৰণি পৰে ৷ ৰাজ্যখনৰ বিভিন্ন পৰিবহন বিভাগৰ সামান্তৰালভাবে গোৱালপাৰা জিলা পৰিবহন বিভাগে বুধবাৰে দিনজোৰা কায্যসূচী ৰূপায়ণ কৰে ৷ পুৱা গোৱালপাৰা কলেজৰ পৰা উলিওৱা সজাগতামূলক সমদলটোৰ ফ্লেগঅফ কৰে আৰক্ষীঅধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ ৩০০ ছাত্ৰছাত্ৰী; NCC ক্ৰেডাৰ আৰু ৰাইজৰ সহযোগত উলিওৱা সমদলটোৰ পিছত গুৱালপাৰা কলেজৰ অধ্যক্ষ সুভাষ বৰ্মনৰ সভাপতিত্বত সামৰণি সভাখন অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰ ভাষণ দিয়ে জীতেন দাসে ৷জিলা পৰিবহণ বিভাগৰ MVI পৱন ঠাকুৰীয়া ; এনফ’ৰ্চমেণ্টৰ বিষয়া ;কৰ্মচাৰীৰ লগতে কায্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়োৱা এই মাহজোৰা কায্যসূচীৰ তদাৰক কৰে ডিটিঅ মনোজ কুমাৰ চৌধুৰীয়ে ৷ প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 17 February, 2021


৩২ তম ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহ বুধবাৰে সামৰণি পৰে ৷ ৰাজ্যখনৰ বিভিন্ন পৰিবহন বিভাগৰ সামান্তৰালভাবে গোৱালপাৰা জিলা পৰিবহন বিভাগে বুধবাৰে দিনজোৰা কায্যসূচী ৰূপায়ণ কৰে ৷ পুৱা গোৱালপাৰা কলেজৰ পৰা উলিওৱা সজাগতামূলক সমদলটোৰ ফ্লেগঅফ কৰে আৰক্ষীঅধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ ৩০০ ছাত্ৰছাত্ৰী; NCC ক্ৰেডাৰ আৰু ৰাইজৰ সহযোগত উলিওৱা সমদলটোৰ পিছত গুৱালপাৰা কলেজৰ অধ্যক্ষ সুভাষ বৰ্মনৰ সভাপতিত্বত সামৰণি সভাখন অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰ ভাষণ দিয়ে জীতেন দাসে ৷জিলা পৰিবহণ বিভাগৰ MVI পৱন ঠাকুৰীয়া ; এনফ’ৰ্চমেণ্টৰ বিষয়া ;কৰ্মচাৰীৰ লগতে কায্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়োৱা এই মাহজোৰা কায্যসূচীৰ তদাৰক কৰে ডিটিঅ মনোজ কুমাৰ চৌধুৰীয়ে ৷


প্ৰকাশ শৰ্মা  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


গোলাঘাট জিলা পৰিবহণ বিভাগে বুধবাৰে ৩২ তম ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহৰ সামৰণি পেলায় ৷ গোলাঘাটৰ পাব্লিক বাছ আস্থানত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে পূৰ্ণ ৰাজখোৱাই ৷ অজয় ভড়ালীয়ে আতধৰা সভাত । সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে ৷ সভাত সাংবাদিক প্ৰকাশ শৰ্মাই উদাহৰণ সহ কয়যে স্প্ৰীড ব্ৰেকাৰে মানুহৰ জীৱন ৰক্ষা নকৰে বৰং স্প্ৰীড ব্ৰেকাৰে মানুহৰ প্ৰাণ হৰণহে কৰিছে ৷ এই সভাতেই মাৰাথান ; চিত্ৰাংকন আৰু শ্লগান প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অৱশ্যে বিভাগৰ খামখেয়ালীৰ বাবে জামুগুৰীৰ পৰা অহা একাংশ প্ৰতিযোগীয়ে পুৰস্কাৰৰ পৰা বঞ্চিত হ’ল ৷ বঞ্চিত সকলক বিদ্যালয়তে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিববুলি ডিটিঅ’ দিব্যজ্যোতি কাৰ্জিয়ে আশ্বাস দিয়ে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 গোলাঘাট জিলা পৰিবহণ বিভাগে বুধবাৰে ৩২ তম

 ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহৰ সামৰণি পেলায় ৷ গোলাঘাটৰ পাব্লিক বাছ আস্থানত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে পূৰ্ণ ৰাজখোৱাই ৷  অজয় ভড়ালীয়ে আতধৰা সভাত । 

 সভাত কেইবাজনো  বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে ৷ সভাত সাংবাদিক প্ৰকাশ শৰ্মাই উদাহৰণ সহ কয়যে স্প্ৰীড ব্ৰেকাৰে মানুহৰ জীৱন ৰক্ষা নকৰে বৰং স্প্ৰীড ব্ৰেকাৰে মানুহৰ প্ৰাণ হৰণহে কৰিছে ৷ এই সভাতেই মাৰাথান ; চিত্ৰাংকন আৰু শ্লগান প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অৱশ্যে বিভাগৰ খামখেয়ালীৰ বাবে জামুগুৰীৰ পৰা অহা একাংশ প্ৰতিযোগীয়ে পুৰস্কাৰৰ পৰা বঞ্চিত হ’ল ৷ বঞ্চিত সকলক বিদ্যালয়তে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিববুলি ডিটিঅ’ দিব্যজ্যোতি কাৰ্জিয়ে আশ্বাস দিয়ে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট


ভাৰতবৰ্ষৰ প্ৰতিটো কোনৰ পৰা যদি কোনো আগ্ৰহী, সমাজখনৰ, ৰাজ্য খনৰ, বা দেশখনৰ প্ৰতি সূচিন্তক ব্যক্তি ভাল দিশে আগবঢ়াই নিয়াত ভাল তথ্য আমাৰ নিউজ চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিৱ বিচাৰে সত্যৰ আধাৰত, আমাৰ লগত যোগাযোগ কৰক । আমি প্ৰচাৰিত কৰিম। আমাৰ যোগাযোগ :- Email - northeastnewsindia@gmail.comNORTHEAST NEWS INDIA

ভাৰতবৰ্ষৰ প্ৰতিটো কোনৰ পৰা যদি কোনো আগ্ৰহী, সমাজখনৰ, ৰাজ্য খনৰ, বা দেশখনৰ প্ৰতি সূচিন্তক ব্যক্তি ভাল দিশে আগবঢ়াই নিয়াত ভাল তথ্য আমাৰ নিউজ চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিৱ বিচাৰে সত্যৰ আধাৰত, আমাৰ লগত যোগাযোগ কৰক । আমি প্ৰচাৰিত কৰিম। আমাৰ যোগাযোগ :- Email - northeastnewsindia@gmail.com

NORTHEAST NEWS INDIA

Tuesday, 16 February 2021

16 February, 2021 গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোজন নাগৰিকৰ ভোট দিয়াটো নৈতিক দায়িত্ব : যাদৱ পায়েং গোলাঘাট, ১৬ ফেব্ৰুৱাৰী । ভোটদানৰ প্ৰতি ভোটদাতাসকলক সজাগ কৰাৰ উদ্দেশ্যে আজি SVEEP ৰ অধীনত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট নিৰ্বাচনী জিলাৰ বাবে ব্যাপক সজাগতা অভিযান চলোৱা হয় । গোলাঘাটৰ তিনিটা শিক্ষানুষ্ঠান ক্ৰমে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত আজি সৰস্বতী পূজাৰ দিনটোতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এই সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদ, অৰণ্য মানৱৰূপে খ্যাত তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত যাদৱ পায়েঙে অংশ লৈ অংশগ্ৰহনকাৰীসকলক ভোট দিবলৈ আহ্বান জনায় । তেওঁ কয় যে ভোট দিয়াটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোজন নাগৰিকৰ বাবে কেৱল কৰ্তব্যই নহয়, বৰং ই এটা নৈতিক দায়িত্বও । প্ৰতিজন নাগৰিকে ভোটদান কৰি গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভেঁটি শক্তিশালী কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকক কেৱল নিজেই নহয়, ঘৰৰ জ্যেষ্ঠজনকো ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, সহকাৰী আয়ুক্ত পাপু গগৈ, গোলাঘাট জিলাৰ প্ৰশাসনৰ ভালেসংখ্যাক বিষয়ববীয়া উপস্থিত আছিল । গোলাঘাট পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 16 February, 2021


গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোজন নাগৰিকৰ ভোট দিয়াটো  নৈতিক দায়িত্ব : যাদৱ পায়েং


গোলাঘাট, ১৬ ফেব্ৰুৱাৰী । ভোটদানৰ প্ৰতি ভোটদাতাসকলক  সজাগ কৰাৰ উদ্দেশ্যে আজি SVEEP ৰ অধীনত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত  গোলাঘাট নিৰ্বাচনী জিলাৰ বাবে ব্যাপক সজাগতা অভিযান চলোৱা হয় । গোলাঘাটৰ তিনিটা শিক্ষানুষ্ঠান ক্ৰমে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত আজি সৰস্বতী পূজাৰ দিনটোতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এই সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদ, অৰণ্য মানৱৰূপে খ্যাত তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত যাদৱ পায়েঙে অংশ লৈ অংশগ্ৰহনকাৰীসকলক ভোট দিবলৈ আহ্বান জনায় । তেওঁ কয় যে ভোট দিয়াটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোজন নাগৰিকৰ বাবে কেৱল কৰ্তব্যই নহয়, বৰং ই এটা নৈতিক দায়িত্বও । প্ৰতিজন নাগৰিকে ভোটদান কৰি গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভেঁটি শক্তিশালী কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকক কেৱল নিজেই নহয়, ঘৰৰ জ্যেষ্ঠজনকো ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, সহকাৰী আয়ুক্ত পাপু গগৈ, গোলাঘাট জিলাৰ প্ৰশাসনৰ ভালেসংখ্যাক বিষয়ববীয়া উপস্থিত আছিল । 


 গোলাঘাট পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Monday, 15 February 2021

15 February, 2021Covid Update Assam Covid19 Assam and actions taken as on 14/02/2021.

15 February, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 14/02/2021.

15 February, 2021 গোলাঘাট থানাত আৰক্ষীৰ আকস্মিক মৃত্যু গোলাঘাট আৰক্ষীথানাৰ সহকাৰী উপপৰিদৰ্শক পদ্ম সোণোৱালৰ আজি থানাতেই আকস্মিক মৃত্যু হয় ৷ জানিবপৰামতে পদ্ম সোণোৱাল নামৰ আৰক্ষী বিষয়া গৰাকী আজি দিনৰ প্ৰায় ১২-৪৫ বজাত থানাতেই অসুষ্ঠহৈ পৰিযোৱাত তেওক লগেলগে গোলাঘাট ছহিদ কুশলকোঁৱৰ অসামৰিৰ চিকিৎসালৈ নিয়াহয় আৰু চিকিৎসকে তেওক উচ্চৰক্তচাপত ভোগী মৃত্যু হোৱাবুলি ঘোষণা কৰে ৷ পদ্ম সোণোৱালৰ মৃতদেহটো গোলাঘাট থানালৈ আনি উচ্চপদস্থ আৰক্ষীৰ উপস্থিত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷ মৃত সোণোৱালৰ ঘৰ তিতাবৰৰ বৰহোলাত ৷ তেও ইহসংসাৰত দুগৰাকী কণ্যা ; এজন পুত্ৰ আৰু পত্নীক এৰিথৈ গৈছে ৷ তেখেতৰ মৃত্যুত গোলাঘাটত গভীৰ শোকৰ ছাঁ পৰে ৷ : প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 15 February, 2021


গোলাঘাট থানাত আৰক্ষীৰ আকস্মিক মৃত্যু


গোলাঘাট আৰক্ষীথানাৰ সহকাৰী উপপৰিদৰ্শক পদ্ম সোণোৱালৰ আজি থানাতেই আকস্মিক মৃত্যু হয় ৷ জানিবপৰামতে পদ্ম সোণোৱাল নামৰ আৰক্ষী বিষয়া গৰাকী আজি দিনৰ প্ৰায় ১২-৪৫ বজাত থানাতেই অসুষ্ঠহৈ পৰিযোৱাত তেওক লগেলগে গোলাঘাট ছহিদ কুশলকোঁৱৰ অসামৰিৰ চিকিৎসালৈ নিয়াহয় আৰু চিকিৎসকে তেওক উচ্চৰক্তচাপত ভোগী মৃত্যু হোৱাবুলি ঘোষণা কৰে ৷  পদ্ম সোণোৱালৰ মৃতদেহটো গোলাঘাট থানালৈ আনি উচ্চপদস্থ আৰক্ষীৰ উপস্থিত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷ মৃত সোণোৱালৰ ঘৰ তিতাবৰৰ বৰহোলাত ৷ তেও ইহসংসাৰত দুগৰাকী কণ্যা ; এজন পুত্ৰ আৰু পত্নীক এৰিথৈ গৈছে ৷ তেখেতৰ মৃত্যুত গোলাঘাটত গভীৰ শোকৰ ছাঁ পৰে ৷ : 


প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Sunday, 14 February 2021

14 February, 2021 ৬ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ অন্তিম দিনৰ পৰিবেশ ৷ -- প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

 14 February, 2021


৬ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ অন্তিম দিনৰ পৰিবেশ ৷ -- প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...