Monday, 15 February 2021

15 February, 2021 গোলাঘাট থানাত আৰক্ষীৰ আকস্মিক মৃত্যু গোলাঘাট আৰক্ষীথানাৰ সহকাৰী উপপৰিদৰ্শক পদ্ম সোণোৱালৰ আজি থানাতেই আকস্মিক মৃত্যু হয় ৷ জানিবপৰামতে পদ্ম সোণোৱাল নামৰ আৰক্ষী বিষয়া গৰাকী আজি দিনৰ প্ৰায় ১২-৪৫ বজাত থানাতেই অসুষ্ঠহৈ পৰিযোৱাত তেওক লগেলগে গোলাঘাট ছহিদ কুশলকোঁৱৰ অসামৰিৰ চিকিৎসালৈ নিয়াহয় আৰু চিকিৎসকে তেওক উচ্চৰক্তচাপত ভোগী মৃত্যু হোৱাবুলি ঘোষণা কৰে ৷ পদ্ম সোণোৱালৰ মৃতদেহটো গোলাঘাট থানালৈ আনি উচ্চপদস্থ আৰক্ষীৰ উপস্থিত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷ মৃত সোণোৱালৰ ঘৰ তিতাবৰৰ বৰহোলাত ৷ তেও ইহসংসাৰত দুগৰাকী কণ্যা ; এজন পুত্ৰ আৰু পত্নীক এৰিথৈ গৈছে ৷ তেখেতৰ মৃত্যুত গোলাঘাটত গভীৰ শোকৰ ছাঁ পৰে ৷ : প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 15 February, 2021


গোলাঘাট থানাত আৰক্ষীৰ আকস্মিক মৃত্যু


গোলাঘাট আৰক্ষীথানাৰ সহকাৰী উপপৰিদৰ্শক পদ্ম সোণোৱালৰ আজি থানাতেই আকস্মিক মৃত্যু হয় ৷ জানিবপৰামতে পদ্ম সোণোৱাল নামৰ আৰক্ষী বিষয়া গৰাকী আজি দিনৰ প্ৰায় ১২-৪৫ বজাত থানাতেই অসুষ্ঠহৈ পৰিযোৱাত তেওক লগেলগে গোলাঘাট ছহিদ কুশলকোঁৱৰ অসামৰিৰ চিকিৎসালৈ নিয়াহয় আৰু চিকিৎসকে তেওক উচ্চৰক্তচাপত ভোগী মৃত্যু হোৱাবুলি ঘোষণা কৰে ৷  পদ্ম সোণোৱালৰ মৃতদেহটো গোলাঘাট থানালৈ আনি উচ্চপদস্থ আৰক্ষীৰ উপস্থিত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷ মৃত সোণোৱালৰ ঘৰ তিতাবৰৰ বৰহোলাত ৷ তেও ইহসংসাৰত দুগৰাকী কণ্যা ; এজন পুত্ৰ আৰু পত্নীক এৰিথৈ গৈছে ৷ তেখেতৰ মৃত্যুত গোলাঘাটত গভীৰ শোকৰ ছাঁ পৰে ৷ : 


প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...