Monday, 8 February 2021

08 February, 2021 *লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 8/2/2021 ## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হয়। ## শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে নিশা অনুষ্টিত হয় । ## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হয়। ## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত। ## নিশা চুৰান্ত খেলখন আৰ্ফেড ইলেভন আৰু মোগ্লে গাৰ্ডেনৰ মাজত অনুষ্টিত হয়। ## আৰ্ফেড ইলেভনে মোগ্লে গাৰ্ডেনক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 08 February, 2021


*লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 8/2/2021


## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হয়।


## শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে নিশা অনুষ্টিত হয় ।


## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হয়।


## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত।


## নিশা চুৰান্ত খেলখন আৰ্ফেড ইলেভন আৰু মোগ্লে গাৰ্ডেনৰ মাজত অনুষ্টিত হয়।


## আৰ্ফেড ইলেভনে মোগ্লে গাৰ্ডেনক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


08 February, 2021 মেৰাপানী সমূহীয়া চিকিৎসালয়ত অদ্ভুত ঘটনা ৷ কুকুৰে কামোৰা বেজী লবলৈ অহা ৰোগীক কামুৰিলে চিকিৎসা কৰ্মীয়ে ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া ৪ নং তৰাণি কল্যাণপুৰৰ দেৱ ক'ল নামৰ এজন লোকক কুকুৰে কামোৰাৰ বাবে মেৰাপানী চিকিৎসালয়লৈ আহে। সেই সময়ত চিকিৎসালয়ৰ টিকট কাউন্টাৰত সুনীল ৰজক নামৰ এজন চিকিৎসাকৰ্মী নিয়োজিত হৈ আছিল। ৰোগী আৰু চিকিৎসা কৰ্মী গৰাকীৰ মাজত টকা খুচুৰা দিয়াক লৈ বাকবিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ পাছতে দুয়ো গৰাকীৰ মাজত হতাহতি হৈ সুনীল ৰজক নামৰ কৰ্মীজনে দেৱ ক'ল নামৰ লোকজনক শৰীৰৰ কেইবা ঠাইতো উপৰ্যপৰি আঘাট হানে। এই ঘটনাৰ পাছতেই ৰোগী আৰু আত্মীয় সকলে পৰিস্থিতি উতপ্ত কৰি তোলে। ৰোগী আৰু আত্মীয়। কল্পনা ফুকনৰ ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 08 February, 2021


মেৰাপানী সমূহীয়া চিকিৎসালয়ত অদ্ভুত ঘটনা ৷ কুকুৰে কামোৰা বেজী লবলৈ অহা ৰোগীক কামুৰিলে চিকিৎসা কৰ্মীয়ে ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া  ৪ নং তৰাণি কল্যাণপুৰৰ দেৱ ক'ল নামৰ এজন লোকক কুকুৰে কামোৰাৰ বাবে মেৰাপানী চিকিৎসালয়লৈ আহে। সেই সময়ত চিকিৎসালয়ৰ টিকট কাউন্টাৰত সুনীল ৰজক নামৰ এজন চিকিৎসাকৰ্মী নিয়োজিত হৈ আছিল। ৰোগী আৰু চিকিৎসা কৰ্মী গৰাকীৰ মাজত টকা খুচুৰা দিয়াক লৈ বাকবিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ পাছতে দুয়ো গৰাকীৰ মাজত হতাহতি হৈ সুনীল ৰজক নামৰ কৰ্মীজনে দেৱ ক'ল নামৰ লোকজনক শৰীৰৰ কেইবা ঠাইতো উপৰ্যপৰি আঘাট হানে। এই ঘটনাৰ পাছতেই ৰোগী আৰু আত্মীয় সকলে পৰিস্থিতি উতপ্ত কৰি তোলে। 


 ৰোগী আৰু আত্মীয়। 


কল্পনা ফুকনৰ ৰিপ’ট  নৰ্থ ইষ্ট  নিউজ ইণ্ডিয়া গোলাঘাট ৷


Sunday, 7 February 2021

07 February, 2021 বিজেপিৰ পুৰণা কৰ্মীয়েই খেদিলে ন-বিজেপি অজন্তা ক গোলাঘাট : ৭ ফেব্ৰুৱাৰী ২০২০ প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰি বাৰৰ বিধায়ক অজন্তা নেওগৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ দল এৰি গেৰুৱা বসন পিন্ধি পুনৰবাৰ বিধায়ক হোৱাৰ সপোন দেখা অজন্তা নেওগে খোজে প্ৰতি উজুটি খাব ধৰিছে। আজি পুণৰ বাৰ সভা অনুষ্ঠিত কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিবলগা হ’ল অজন্তা নেওগ ৷ আজি পুৱা গোলাঘাটৰ বিজেপিৰ মহিলা মৰ্চাৰ একাংশ মহিলা আৰু সাংগোপাংগ লগতলৈ গোলাঘাটৰ বেঙেনাখোৱা গাওঁ পঞ্চায়তৰ এঘৰত সভা অনুষ্ঠিত কৰিবলৈ ধৰোতেই বিজেপিৰ বহু সংখ্যক লোক সেই স্থানত উপস্থিত হৈ অজন্তা নেওগৰ লগতে সাংগো পাংগো সকলক তীব্ৰ বাক্যবানেৰে ধৰাশায়ী কৰিবলৈ ধৰে ৷ বিজেপি কৰ্মীৰ ধৰ্ণা- বিক্ষোভ সহিব নোৱাৰি অজন্তা নেওগ আৰু স্তাৱক সকল সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় ৷ ইফালে উক্ত সভাৰ পিছতেই তিনি নং ৱাৰ্ডতও এখন সভা আহ্বান কৰা হৈছিল ৷ সভালৈ মানুহো আহিছিল ৷ সেই সভাতো বিক্ষুভৰ উমান পাই তিনি নং ৱাৰ্ডৰ সভালৈ যাবলৈ অজন্তা নেওগৰ সাহস নহল ৷ ফলত আমন্ত্রণী ৰাইজ সভা অনুষ্ঠিত নকৰাকৈ ওভতি গ’ল ৷ একাংশ ৰাইজে জানিবলৈ দিয়ামতে গুৱাহাটীৰ পৰা জাপিদিয়া অজন্তা নেওগক তৃৰ্ণমূলৰ কৰ্মীয়ে কোনোপধ্যেই দলৰ মজিয়াত গ্ৰহণ নকৰে ৷ স্মতব্য যে ন- বিজেপি গৰাকী য'লৈকে গৈছে ত'তেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইতিপূৰ্ব্বে ফৰকাটিং ; গোলাঘাটৰ পাচঁ আলি মেৰাপানী ; কমাৰবন্ধা আদিত অনুষ্ঠিত কৰিবলৈ লোৱা বিজেপিৰ সভাত খোদ বিজেপিৰ কৰ্মীয়ে অজন্তা নেওগ গ' বেক ধ্বনিৰে উত্তাল কৰিছিল । গেৰুৱা বসনে অজন্তা নেওগৰ ৰাজনৈতিক কেৰিয়াৰত প্ৰতিবন্ধক হিচাপে থিয় দিছে। কংগ্ৰেছ দল এৰি বিজেপিলৈ গৈ পুনৰবাৰ বিজেপি দলৰ হৈ গোলাঘাট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতাৰ মন মেলিছে যদিও প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰিবাৰৰ বিধায়ক অজন্তা নেওগে। কিন্তু এইবাৰ পদে পদে উজুটি খাইছে ।প্ৰাক নিৰ্বাচনী প্ৰচাৰৰ নামত দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ গৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ বিজেপিৰ পুৰণা কৰ্মী একাংশই জনোৱামতে দলটোৰ নীতি আদৰ্শ আওকাণ কৰি দলীয় সভা অনুস্থিত কৰিছে অজন্তা নেওগে।অজন্তা নেওগৰ লগত বিজেপি মূখী হোৱা একাংশই সভা আহ্বান কৰি দলীয় বিষয়ববীয়াক আন্ধাৰত ৰখাৰ বাবে ক্ষোভৰ উদ্গিৰণ ঘটা বুলি অভিযোগ উঠিছে ।এনে প্ৰেক্ষাপটত অজন্তা নেওগৰ পুনৰবাৰ বিধায়ক হোৱা সপোন কেনেদৰে পূৰণ হয়,সিহে লক্ষ্যণীয় হ'ব। ::::: গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 07 February, 2021


বিজেপিৰ পুৰণা কৰ্মীয়েই খেদিলে ন-বিজেপি অজন্তা ক


 গোলাঘাট : ৭ ফেব্ৰুৱাৰী ২০২০


   প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰি বাৰৰ বিধায়ক অজন্তা নেওগৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ দল এৰি গেৰুৱা বসন পিন্ধি পুনৰবাৰ বিধায়ক হোৱাৰ সপোন দেখা অজন্তা নেওগে খোজে প্ৰতি উজুটি খাব ধৰিছে। আজি পুণৰ বাৰ সভা অনুষ্ঠিত কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিবলগা হ’ল অজন্তা নেওগ ৷ আজি পুৱা গোলাঘাটৰ বিজেপিৰ মহিলা মৰ্চাৰ  একাংশ মহিলা আৰু সাংগোপাংগ লগতলৈ গোলাঘাটৰ বেঙেনাখোৱা গাওঁ পঞ্চায়তৰ এঘৰত সভা অনুষ্ঠিত কৰিবলৈ ধৰোতেই বিজেপিৰ বহু সংখ্যক লোক সেই স্থানত উপস্থিত হৈ অজন্তা নেওগৰ লগতে সাংগো পাংগো সকলক তীব্ৰ বাক্যবানেৰে ধৰাশায়ী কৰিবলৈ ধৰে ৷  বিজেপি কৰ্মীৰ ধৰ্ণা- বিক্ষোভ সহিব নোৱাৰি অজন্তা নেওগ আৰু স্তাৱক সকল সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় ৷ ইফালে উক্ত সভাৰ পিছতেই তিনি নং ৱাৰ্ডতও এখন সভা আহ্বান কৰা হৈছিল ৷ সভালৈ মানুহো আহিছিল ৷ সেই সভাতো বিক্ষুভৰ উমান পাই তিনি নং ৱাৰ্ডৰ সভালৈ যাবলৈ অজন্তা নেওগৰ সাহস নহল ৷ ফলত আমন্ত্রণী ৰাইজ সভা অনুষ্ঠিত নকৰাকৈ ওভতি গ’ল ৷ একাংশ ৰাইজে জানিবলৈ দিয়ামতে গুৱাহাটীৰ পৰা জাপিদিয়া অজন্তা নেওগক  তৃৰ্ণমূলৰ কৰ্মীয়ে কোনোপধ্যেই  দলৰ মজিয়াত গ্ৰহণ নকৰে ৷

   স্মতব্য যে ন- বিজেপি গৰাকী য'লৈকে গৈছে ত'তেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইতিপূৰ্ব্বে ফৰকাটিং ; গোলাঘাটৰ পাচঁ আলি মেৰাপানী ; কমাৰবন্ধা আদিত    অনুষ্ঠিত কৰিবলৈ লোৱা  বিজেপিৰ সভাত খোদ বিজেপিৰ কৰ্মীয়ে অজন্তা নেওগ গ' বেক ধ্বনিৰে উত্তাল কৰিছিল । গেৰুৱা বসনে অজন্তা নেওগৰ ৰাজনৈতিক কেৰিয়াৰত প্ৰতিবন্ধক হিচাপে থিয় দিছে। কংগ্ৰেছ দল এৰি বিজেপিলৈ গৈ পুনৰবাৰ বিজেপি দলৰ হৈ গোলাঘাট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতাৰ মন মেলিছে যদিও প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰিবাৰৰ বিধায়ক অজন্তা নেওগে। কিন্তু এইবাৰ পদে পদে উজুটি খাইছে ।প্ৰাক নিৰ্বাচনী প্ৰচাৰৰ নামত দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ গৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ বিজেপিৰ পুৰণা কৰ্মী একাংশই জনোৱামতে  দলটোৰ  নীতি আদৰ্শ আওকাণ কৰি দলীয় সভা অনুস্থিত কৰিছে অজন্তা নেওগে।অজন্তা নেওগৰ লগত বিজেপি মূখী হোৱা একাংশই সভা আহ্বান কৰি দলীয় বিষয়ববীয়াক আন্ধাৰত ৰখাৰ বাবে ক্ষোভৰ উদ্গিৰণ ঘটা বুলি অভিযোগ উঠিছে ।এনে প্ৰেক্ষাপটত অজন্তা নেওগৰ পুনৰবাৰ বিধায়ক হোৱা সপোন কেনেদৰে পূৰণ হয়,সিহে লক্ষ্যণীয় হ'ব। :::::  

গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


07 February, 2021Covid Update Assam Covid19 Assam and actions taken as on 06/02/2021.

07 February, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 06/02/2021.

Saturday, 6 February 2021

06 February, 2021 কবিৰ ৰূপত কৃষিমন্ত্ৰী কৃষিমন্ত্ৰী অতুলবৰাই নিজে লিখা কবিতা আবৃত্তি কৰিলে গোলাঘাটৰ গ্ৰন্থমেলাত ৷ ভক্চ প্ৰপুলিৰ উদ্যোগত -- ৬ ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ গোলাঘাটৰ সমম্বয় খেলপথাৰত আৰম্ভহোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসবৰ উদ্দোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্টা সাহিত্যিক অৰুপা পতংঙ্গিয়া ৷ গোলাঘাটৰ সমম্বয় খেলপথাৰৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 February, 2021



কবিৰ ৰূপত কৃষিমন্ত্ৰী 


কৃষিমন্ত্ৰী অতুলবৰাই নিজে লিখা কবিতা আবৃত্তি কৰিলে গোলাঘাটৰ গ্ৰন্থমেলাত ৷ ভক্চ প্ৰপুলিৰ উদ্যোগত --

৬ ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ গোলাঘাটৰ সমম্বয় খেলপথাৰত আৰম্ভহোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসবৰ উদ্দোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্টা সাহিত্যিক অৰুপা পতংঙ্গিয়া ৷ 


গোলাঘাটৰ সমম্বয় খেলপথাৰৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপ’ট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


06 February, 2021 *কংগ্ৰেছৰ ধৰ্মঘট লখিমপুৰ* Date :- 6/2/21 ## অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিদ্দেশে মৰ্মে আজি লখিমপুৰতো জিলা কংগ্ৰেছে প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত পূৱা ১০ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ## ইন্ধন জাতীয় সামগ্ৰী মূল্য বৃদ্ধি লগতে অত্যৱশ্যকী সামগ্ৰী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে। ## সেয়াহে আজি লখিমপুৰ জিলা প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ## এই ধৰ্মঘট কাৰ্যসূচী জৰিয়তে বি জে পি চৰকাৰক দবী জনায় যে অতি শীঘ্ৰে এই মূল্য বৃদ্ধি হ্ৰাস কৰক। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 February, 2021


*কংগ্ৰেছৰ ধৰ্মঘট লখিমপুৰ* Date :- 6/2/21


## অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিদ্দেশে মৰ্মে আজি লখিমপুৰতো জিলা কংগ্ৰেছে প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত পূৱা ১০ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।


## ইন্ধন জাতীয় সামগ্ৰী মূল্য বৃদ্ধি লগতে অত্যৱশ্যকী সামগ্ৰী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে।


## সেয়াহে আজি লখিমপুৰ জিলা প্ৰায়বোৰ পেট্ৰল ডিপু সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।


## এই ধৰ্মঘট কাৰ্যসূচী জৰিয়তে বি জে পি চৰকাৰক দবী জনায় যে অতি শীঘ্ৰে এই মূল্য বৃদ্ধি হ্ৰাস কৰক।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 5 February 2021

05 February, 2021 *পথ সুৰক্ষা মাহৰ লখিমপুৰ* Date :- 5/2/21 ## ৩২ তম পথ সুৰক্ষা মাহ হিচাপে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈ সমগ্ৰ অসমতে পালন কৰা হয়। ## তাৰেই অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নগৰত জিলা পৰিবহন বিভাগৰ দ্বাৰা এক পথ সচেতনতামূলক কায্যসূচী পালন কৰা হয়। ## ডিল স্বাধীন এয়াৰ নামৰ এটা বেচৰকাৰী সংস্থা আৰু যান বাহন আৰক্ষী সহযোগত জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰৰ পৰা এক সজাগতা সমদল বাহিৰ কৰে। ## এই সজাগতা সমদলৰ শুভ উদ্ধোধন কৰে জিলা পৰিবহণ বিষয়া সীতাৰাম দলে। ## উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে গৈ পুনৰ ত্যাগক্ষেত্ৰত সামৰণি পৰে এই সজাগতা সমদল। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 05 February, 2021


*পথ সুৰক্ষা মাহৰ লখিমপুৰ* Date :- 5/2/21


## ৩২ তম পথ সুৰক্ষা মাহ হিচাপে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈ সমগ্ৰ অসমতে পালন কৰা হয়।


## তাৰেই অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নগৰত জিলা পৰিবহন বিভাগৰ দ্বাৰা এক পথ সচেতনতামূলক কায্যসূচী পালন কৰা  হয়।


## ডিল স্বাধীন এয়াৰ নামৰ এটা বেচৰকাৰী সংস্থা আৰু যান বাহন আৰক্ষী সহযোগত জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰৰ পৰা এক সজাগতা সমদল বাহিৰ কৰে।


## এই সজাগতা সমদলৰ শুভ উদ্ধোধন কৰে জিলা পৰিবহণ বিষয়া সীতাৰাম দলে।


## উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে গৈ পুনৰ ত্যাগক্ষেত্ৰত সামৰণি পৰে এই সজাগতা সমদল।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...