24 January, 2021
*লখিমপুৰ কুচ ৰাজবংশী সন্মিলনী* Date :- 24/1/21
## ২৯ সংখ্যক দ্বি বাৰ্ষিক জিলা অধিবেশ ও লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী খনি দেওবাৰে ঘাৰমৰাৰ লখিমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুস্থিত হয়।
## পূৱা সন্মিলনি পতাকা উত্তলন কৰে লখিমপুৰ জিলা সভাপতি তৰুণ দত্তই।
## ১১ বজাত প্ৰতিনিধি সভা খন উদ্বোধন কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী প্ৰাপ্তন সভাপতি তিলেশ্ব বৰাই আৰু সভাখন পৰিচলনা কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়াই।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া