Friday, 8 January 2021
08 January, 2021 *হস্ততাঁত বস্ত্ৰশিল্প লখিমপুৰ* Date :- 8/1/21 ## লখিমপুৰ জিলা বগলীজান আৰু চাবতী হেণ্ডলোম ক্লাষ্টাৰ হস্ততাঁত প্ৰদৰ্শনী ও মেলা। ## সহকাৰী সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প কাৰ্য্যালয়ৰ প্ৰাঙ্গণত যোৱা ৫ তাৰিখৰ পৰা ৯ তাৰিখলৈ চলি থকা এই বস্ত্ৰমেলাত প্ৰায় ২০ খন বিপনিয়ে অংশ গ্ৰহণ কৰে। ## প্ৰতেক দিনাই সন্ধিয়ালৈ সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ## বৃহস্পতিবাৰে নিশাও সাজ পাৰ প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় শিল্পী বহু জনে গীত পৰিবেশন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
08 January, 2021
*হস্ততাঁত বস্ত্ৰশিল্প লখিমপুৰ* Date :- 8/1/21
## লখিমপুৰ জিলা বগলীজান আৰু চাবতী হেণ্ডলোম ক্লাষ্টাৰ হস্ততাঁত প্ৰদৰ্শনী ও মেলা।
## সহকাৰী সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প কাৰ্য্যালয়ৰ প্ৰাঙ্গণত যোৱা ৫ তাৰিখৰ পৰা ৯ তাৰিখলৈ চলি থকা এই বস্ত্ৰমেলাত প্ৰায় ২০ খন বিপনিয়ে অংশ গ্ৰহণ কৰে।
## প্ৰতেক দিনাই সন্ধিয়ালৈ সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
## বৃহস্পতিবাৰে নিশাও সাজ পাৰ প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় শিল্পী বহু জনে গীত পৰিবেশন কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Thursday, 7 January 2021
07 January, 2021 এইবাৰ গোলাঘাটৰ বিজেপিত চলিছে অজন্তা হটাও বিজেপি বচাও অভিযান ৰ সময়ৰ কংগ্ৰেছী মন্ত্রী অজন্তা নেওগে গেৰুৱা বসন পিন্ধাৰ পিছৰেপৰা বিজেপি দলত উমি উমি জ্বলিওঠা জুইকুৰা বৃহস্পতিবাৰে হঠাতে জ্বলী উঠিল। গোলাঘাটৰ বিজেপি কাৰ্যালয়ত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বিজেপিৰ জিলা সমিতি আৰু বিজেপি তৃণমূল কৰ্মীৰ মাজত উত্তাল পৰিৱেশ। অজন্তা নেওগ হাতাও ধ্বনিৰে উত্তাল বিজেপি কাৰ্যালয়। গোলাঘাট বি জে পি কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে তৃনমূল কৰ্মী সকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। কৰ্মী সকলে এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱ শালী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ নেত্ৰী অজন্তা হাতাও, বিজেপি বাচাও ধ্বনি দিয়াৰ লগতে ভৱিষ্যতে অজন্তাক গোলাঘাটৰ পৰা বিধান সভাৰ প্ৰাৰ্থীত্ব নিদিবলৈ দাবী জনাই। ভাৰতীয় জনতা পাৰ্টীৰ হৈ গোলাঘাটত বি জে পিৰ টিকট বিতুপন শইকীয়াকে দিব লাগিব বুলি উত্তাল কৰিছে তৃণমূল কৰ্মী সকলে। কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
07 January, 2021
এইবাৰ গোলাঘাটৰ বিজেপিত চলিছে অজন্তা হটাও বিজেপি বচাও অভিযান ৰ
সময়ৰ কংগ্ৰেছী মন্ত্রী অজন্তা নেওগে গেৰুৱা বসন পিন্ধাৰ পিছৰেপৰা বিজেপি দলত উমি উমি জ্বলিওঠা জুইকুৰা বৃহস্পতিবাৰে হঠাতে জ্বলী উঠিল।
গোলাঘাটৰ বিজেপি কাৰ্যালয়ত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বিজেপিৰ জিলা সমিতি আৰু বিজেপি তৃণমূল কৰ্মীৰ মাজত উত্তাল পৰিৱেশ। অজন্তা নেওগ হাতাও ধ্বনিৰে উত্তাল বিজেপি কাৰ্যালয়। গোলাঘাট বি জে পি কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে তৃনমূল কৰ্মী সকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। কৰ্মী সকলে এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱ শালী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ নেত্ৰী অজন্তা হাতাও, বিজেপি বাচাও ধ্বনি দিয়াৰ লগতে ভৱিষ্যতে অজন্তাক গোলাঘাটৰ পৰা বিধান সভাৰ প্ৰাৰ্থীত্ব নিদিবলৈ দাবী জনাই। ভাৰতীয় জনতা পাৰ্টীৰ হৈ গোলাঘাটত বি জে পিৰ টিকট বিতুপন শইকীয়াকে দিব লাগিব বুলি উত্তাল
কৰিছে তৃণমূল কৰ্মী সকলে।
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
07 January, 2021 দেৰগাঁৱত এক ভয়াবহ দুৰ্ঘটনা ৷ দেৰগাঁও শান্তিপুৰত গৰু কঢ়িয়াই আনা এখন ৭০৯ মালবাহী ট্ৰাক বৃহস্পতিবাৰে পুৱা দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত ৮টা গৰু থিতাতে মৃত্যু হয় আৰু তিনিজন ব্যক্তি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ৷আহত ব্যক্তি কেইজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ গৰু কেইটা দেৰগাঁও থানৰ যানবাহন আৰক্ষী বিষয়া অতুল হাজৰিকাৰ তৎপৰতাত জেচিবি লগাই পুতি পেলোৱা হয় ৷গাড়ী খনৰ নম্বৰ AS01 LC9268 ৷গাড়ী খন তিনিচুকীয়াৰ পৰা নগাঁৱৰ দিশে আহি আছিল ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
07 January, 2021
দেৰগাঁৱত এক ভয়াবহ দুৰ্ঘটনা ৷
দেৰগাঁও শান্তিপুৰত গৰু কঢ়িয়াই আনা এখন ৭০৯ মালবাহী ট্ৰাক বৃহস্পতিবাৰে পুৱা দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত ৮টা গৰু থিতাতে মৃত্যু হয় আৰু তিনিজন ব্যক্তি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ৷আহত ব্যক্তি কেইজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ গৰু কেইটা দেৰগাঁও থানৰ যানবাহন আৰক্ষী বিষয়া অতুল হাজৰিকাৰ তৎপৰতাত জেচিবি লগাই পুতি পেলোৱা হয় ৷গাড়ী খনৰ নম্বৰ AS01 LC9268 ৷গাড়ী খন তিনিচুকীয়াৰ পৰা নগাঁৱৰ দিশে আহি আছিল ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
07 January, 2021 *লখিমপুৰত আছু প্ৰতিবাদ* Date :- 7/1/21 ## জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন - ২০১৯ বাতিলৰ দাবীত আজিও অব্যাহত প্ৰতিবাদ। ## অসমৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ। ## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছু শ্বহীদ বেদী পৰা নগৰৰ মাজেৰে জোঁৰ সমদল কৰি পুনৰ আছু কাৰ্যালয়ৰ সন্মূখত সমাপ্ত কৰে। ## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা দাবী যি কোনো বিনিময়ত এই আইন চৰকাৰে বাতিল কৰিব লাগিব। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
07 January, 2021
*লখিমপুৰত আছু প্ৰতিবাদ* Date :- 7/1/21
## জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন - ২০১৯ বাতিলৰ দাবীত আজিও অব্যাহত প্ৰতিবাদ।
## অসমৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ।
## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছু শ্বহীদ বেদী পৰা নগৰৰ মাজেৰে জোঁৰ সমদল কৰি পুনৰ আছু কাৰ্যালয়ৰ সন্মূখত সমাপ্ত কৰে।
## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা দাবী যি কোনো বিনিময়ত এই আইন চৰকাৰে বাতিল কৰিব লাগিব।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
07 January, 2021 *আশা কৰ্মী কৰ্মবিৰতি লখিমপুৰ* Date :- 7/1/21 ## সদৌ অসম আশাকৰ্মী সন্থাই ৬ জানুৱাৰী পৰা ২০ জানুৱাৰী লৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে। ## আজি দ্বিতীয় দিনা লখিমপুৰ জিলা আশাকৰ্মী সন্থাই জিলা যুতীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্য্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## তেওঁলোকৰ দাবীসমূহ হল, (১) NHM ৰ আন কৰ্মচাৰী দৰে আশাকৰ্মী সকলৰ নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰক, (২) আশাকৰ্মী সকলক উপাযুক্ত মজুৰী ব্যৱস্থা কৰক আদিকে লৈ ৬ দফীয়া দাবীৰে এই কৰ্মবিৰতি পালন কৰে। ## এই ৬ টা দাবী চৰকাৰে মানি নল'লে অনাগত দিনত কায্যসুচী দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
07 January, 2021
*আশা কৰ্মী কৰ্মবিৰতি লখিমপুৰ* Date :- 7/1/21
## সদৌ অসম আশাকৰ্মী সন্থাই ৬ জানুৱাৰী পৰা ২০ জানুৱাৰী লৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে।
## আজি দ্বিতীয় দিনা লখিমপুৰ জিলা আশাকৰ্মী সন্থাই জিলা যুতীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্য্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।
## তেওঁলোকৰ দাবীসমূহ হল, (১) NHM ৰ আন কৰ্মচাৰী দৰে আশাকৰ্মী সকলৰ নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰক, (২) আশাকৰ্মী সকলক উপাযুক্ত মজুৰী ব্যৱস্থা কৰক আদিকে লৈ ৬ দফীয়া দাবীৰে এই কৰ্মবিৰতি পালন কৰে।
## এই ৬ টা দাবী চৰকাৰে মানি নল'লে অনাগত দিনত কায্যসুচী দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Wednesday, 6 January 2021
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...