Thursday, 7 January 2021

07 January, 2021 *আশা কৰ্মী কৰ্মবিৰতি লখিমপুৰ* Date :- 7/1/21 ## সদৌ অসম আশাকৰ্মী সন্থাই ৬ জানুৱাৰী পৰা ২০ জানুৱাৰী লৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে। ## আজি দ্বিতীয় দিনা লখিমপুৰ জিলা আশাকৰ্মী সন্থাই জিলা যুতীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্য্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## তেওঁলোকৰ দাবীসমূহ হল, (১) NHM ৰ আন কৰ্মচাৰী দৰে আশাকৰ্মী সকলৰ নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰক, (২) আশাকৰ্মী সকলক উপাযুক্ত মজুৰী ব্যৱস্থা কৰক আদিকে লৈ ৬ দফীয়া দাবীৰে এই কৰ্মবিৰতি পালন কৰে। ## এই ৬ টা দাবী চৰকাৰে মানি নল'লে অনাগত দিনত কায্যসুচী দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 07 January, 2021


*আশা কৰ্মী কৰ্মবিৰতি লখিমপুৰ* Date :- 7/1/21


## সদৌ অসম আশাকৰ্মী সন্থাই ৬ জানুৱাৰী পৰা ২০ জানুৱাৰী লৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে।


## আজি দ্বিতীয় দিনা লখিমপুৰ জিলা আশাকৰ্মী সন্থাই জিলা যুতীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্য্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।


## তেওঁলোকৰ দাবীসমূহ হল, (১) NHM ৰ আন কৰ্মচাৰী দৰে আশাকৰ্মী সকলৰ নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰক, (২) আশাকৰ্মী সকলক উপাযুক্ত মজুৰী ব্যৱস্থা কৰক আদিকে লৈ ৬ দফীয়া দাবীৰে এই কৰ্মবিৰতি পালন কৰে।


## এই ৬ টা দাবী চৰকাৰে মানি নল'লে অনাগত দিনত কায্যসুচী দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...