07 January, 2021
*লখিমপুৰত আছু প্ৰতিবাদ* Date :- 7/1/21
## জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন - ২০১৯ বাতিলৰ দাবীত আজিও অব্যাহত প্ৰতিবাদ।
## অসমৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ।
## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছু শ্বহীদ বেদী পৰা নগৰৰ মাজেৰে জোঁৰ সমদল কৰি পুনৰ আছু কাৰ্যালয়ৰ সন্মূখত সমাপ্ত কৰে।
## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা দাবী যি কোনো বিনিময়ত এই আইন চৰকাৰে বাতিল কৰিব লাগিব।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India