Sunday, 6 December 2020

06 December, 2020 অসমৰ এটা অতি ব্যস্ত আন্ত: ৰাষ্ট্ৰীয় পথ ৷৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ ৷ এই পথেদি নাগালেণ্ড মণিপুৰ ইম্ফল ম্যানমাৰ আদিৰ যাতায়ত চলে গোলাঘাট জিলাৰ বহুকেইখন গাঁৱৰ সংযোগী পথ এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে ৷ মুৰফুলানি বগীজান আদিৰ পৰা এই পথেদি গোলাঘাট চহৰলৈ অহা যোৱা যাত্ৰীবাহি গাড়ী চলে অতি বিপদজনক ভাবে চাওক এই দৃশ্য গাড়ীখনৰ ভিতৰত ঠাহি ঠাহি যাত্ৰী ভৰোৱাৰ পিচতো দোৱাৰৰ কাষত আৰু পিছফালে ওলোমাই কঢ়িয়াই যাত্ৰীক ৷ কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট NORTHEAST NEWS INDIA

 06 December, 2020


অসমৰ এটা অতি ব্যস্ত আন্ত: ৰাষ্ট্ৰীয় পথ ৷৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ ৷ এই পথেদি নাগালেণ্ড মণিপুৰ ইম্ফল ম্যানমাৰ আদিৰ যাতায়ত চলে  গোলাঘাট জিলাৰ  বহুকেইখন গাঁৱৰ সংযোগী পথ এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে ৷ মুৰফুলানি বগীজান আদিৰ পৰা  এই পথেদি গোলাঘাট চহৰলৈ অহা যোৱা যাত্ৰীবাহি গাড়ী চলে অতি বিপদজনক ভাবে চাওক এই দৃশ্য গাড়ীখনৰ ভিতৰত ঠাহি ঠাহি যাত্ৰী ভৰোৱাৰ পিচতো দোৱাৰৰ কাষত আৰু পিছফালে ওলোমাই কঢ়িয়াই যাত্ৰীক ৷


কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট

NORTHEAST NEWS INDIA


Saturday, 5 December 2020

05 December, 2020 গোলাঘাটত চৌবিশ ঘণ্টাত ক’ভিড-১৯ পজিটিভ ৮ গোলাঘাট ; ৫ ডিচেম্বৰ ২০২০ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টিকৰা ক’ভিড-১৯ ৰ ভাইৰাছৰ প্ৰভাৱ গোলাঘাটত ক্ৰমান্বয়ে কমিব ধৰিছে ৷ দুৰ্গাপূজাৰ সময়ৰপৰা শীত নামি অহাৰ লগে লগে কোনোবা দিনত এজন আৰু কোনাবা দিনত দুই তিনি জনলৈকে ৰোগীৰ সংখ্যা কমি অহাত জনতাৰ মনৰপৰা এই ভাইৰাছৰ শংকা প্ৰায় নোহোৱা হৈছে ৷ যোৱা ২৪ ঘণ্টাত ৬ গৰাকীক ৰেপিড টেষ্ট আৰু দুগৰাকী মুঠ আঠ গৰাকী ক’ভিড-১৯ আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰে ৷ বৰ্তমানলৈ এক্টিভ ৰোগী মুঠ ৪৬ গৰাকীমুঠ ৷ প্ৰথমৰ পৰা বৰ্তমানলৈ ৯১০৩ গৰাকী ৰোগীৰ চিকিৎসাৰ অন্তত ৯০৫০ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ :::প্ৰকাশ শৰ্মা গোলাঘাট

 05 December, 2020


গোলাঘাটত চৌবিশ ঘণ্টাত ক’ভিড-১৯ পজিটিভ ৮ গোলাঘাট ; ৫ ডিচেম্বৰ ২০২০


সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টিকৰা ক’ভিড-১৯ ৰ ভাইৰাছৰ প্ৰভাৱ গোলাঘাটত ক্ৰমান্বয়ে কমিব ধৰিছে ৷ দুৰ্গাপূজাৰ সময়ৰপৰা শীত নামি অহাৰ লগে লগে কোনোবা দিনত এজন আৰু

 কোনাবা দিনত দুই তিনি জনলৈকে ৰোগীৰ সংখ্যা কমি অহাত জনতাৰ মনৰপৰা এই ভাইৰাছৰ শংকা প্ৰায় নোহোৱা হৈছে ৷ যোৱা ২৪

 ঘণ্টাত ৬ গৰাকীক ৰেপিড

 টেষ্ট আৰু দুগৰাকী মুঠ আঠ গৰাকী ক’ভিড-১৯ আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰে  ৷ বৰ্তমানলৈ এক্টিভ ৰোগী মুঠ ৪৬  গৰাকীমুঠ ৷ প্ৰথমৰ পৰা বৰ্তমানলৈ ৯১০৩ গৰাকী ৰোগীৰ চিকিৎসাৰ অন্তত ৯০৫০ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয় ৷  :::প্ৰকাশ শৰ্মা গোলাঘাট


Friday, 4 December 2020

04 December, 2020Health Consultation, a simple and easy to use telemedicine services for the public.eSanjeevani OPD for Free

04 December, 2020

Health Consultation, a simple and easy to use telemedicine services for the public.
eSanjeevani OPD for Free

04 December, 2020 *লখিমপুৰ প্ৰশিক্ষণ* Date :- 4/12/2020 পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মূৰ্গী পালনৰ প্ৰশিক্ষন। লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজি মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত দিনযোৰা ভাৱে ধেমাজি জিলাৰ কুকুৰা পালন কৰা কেইজনমান যুৱক আৰু বত্তৰ্মানে কুকুৰা পালন ফাৰ্ম থকা সকলক লৈ এটি কৰ্মশলা অনুস্থিত কৰে। এই কৰ্মশালাত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডা:সঞ্জীৱ খাৰঘৰীয়া সমল ব্যক্তি হিছাপে উপস্থিত থাকি কেনেকৈ ব্যৱসায়ীক ৰুপত কুকুৰা পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বিষয়ে অৱগত কৰে। ইয়াৰ পূৱেও লখিমপুৰ জিলা উপৰিও বিশ্বনাথ চাৰিআলি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি পৰও অহা লোকক এই লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰশিক্ষণ দয়া হৈছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 04 December, 2020


*লখিমপুৰ প্ৰশিক্ষণ* Date :- 4/12/2020


 পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মূৰ্গী পালনৰ প্ৰশিক্ষন।


 লখিমপুৰ পশু চিকিৎসা  বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজি  মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত দিনযোৰা ভাৱে ধেমাজি জিলাৰ কুকুৰা পালন কৰা কেইজনমান যুৱক আৰু বত্তৰ্মানে কুকুৰা পালন ফাৰ্ম থকা সকলক লৈ এটি কৰ্মশলা অনুস্থিত কৰে। এই কৰ্মশালাত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডা:সঞ্জীৱ খাৰঘৰীয়া সমল ব্যক্তি হিছাপে উপস্থিত থাকি  কেনেকৈ ব্যৱসায়ীক ৰুপত কুকুৰা পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বিষয়ে অৱগত কৰে। ইয়াৰ পূৱেও লখিমপুৰ জিলা উপৰিও বিশ্বনাথ চাৰিআলি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি পৰও অহা লোকক এই লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰশিক্ষণ দয়া হৈছে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Thursday, 3 December 2020

03 December, 2020 অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ উদ্যোগত চুকাফা দিৱস পালন :- বুধবাৰে গোলাঘাট জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ABVP ৰ কাৰ্য্যালয়ত ব্যতিক্ৰমী চুকাফা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় | সাত ৰাজ্যক এক ৰাজ কৰি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্য্যালয়ত প্ৰদীপ প্ৰজ্জ্বলনেৰে ABVP ৰ আৰ্হি বনাই জাতীয় বীৰজনাক সশ্ৰদ্ধ স্মৰণ কৰে সংগঠনটোৱে | এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলা সংযোজক মিন্টু সোণোৱাল, গোলাঘাট জিলা নগৰ শাখাৰ সভাপতি ভাস্কৰজ্যোতি ৰাজগুৰু, সম্পাদক ৰবাৰ্ট শইকীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা ইজিপ্তা বৰা, ABVP ৰ মৰঙী আঞ্চলিক শাখাৰ সম্পাদক দুলু শৰ্মাৰ লগতে গোলাঘাট জিলা ABVP ৰ কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে | গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA

 03 December, 2020


অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ উদ্যোগত চুকাফা দিৱস পালন :- বুধবাৰে গোলাঘাট জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ABVP ৰ কাৰ্য্যালয়ত ব্যতিক্ৰমী চুকাফা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় | সাত ৰাজ্যক এক ৰাজ কৰি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্য্যালয়ত প্ৰদীপ প্ৰজ্জ্বলনেৰে ABVP ৰ আৰ্হি বনাই জাতীয় বীৰজনাক সশ্ৰদ্ধ স্মৰণ কৰে সংগঠনটোৱে | এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলা সংযোজক মিন্টু সোণোৱাল, গোলাঘাট জিলা নগৰ শাখাৰ সভাপতি ভাস্কৰজ্যোতি ৰাজগুৰু, সম্পাদক ৰবাৰ্ট শইকীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা ইজিপ্তা 

বৰা, ABVP ৰ মৰঙী আঞ্চলিক শাখাৰ সম্পাদক দুলু শৰ্মাৰ লগতে গোলাঘাট জিলা ABVP ৰ কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে |


গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট  NORTHEAST NEWS INDIA


03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যুকাফা দিৱস পালন কৰে । জনগোষ্ঠীয় সমন্বয় মঞ্চ গোলাঘাটৰ উদ্যোগত ,গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ সহযোগত এই দিৱসটি পালন কৰা হয় । ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানৰ প্ৰথমতেই চ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই, মাল্যাৰ্পন কৰা হয় ::কল্পনা ফুকন গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 03 December, 2020 


GOLAGHAT  SUKAFA DIVAS



 চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যুকাফা দিৱস পালন কৰে । জনগোষ্ঠীয় সমন্বয় মঞ্চ গোলাঘাটৰ উদ্যোগত ,গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ সহযোগত এই দিৱসটি পালন কৰা হয় । ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানৰ প্ৰথমতেই চ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই, মাল্যাৰ্পন কৰা হয় ::কল্পনা ফুকন গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


02 December, 2020 *চুকাফা দিৱস লখিমপুৰ* Date :- 02/12/2020 আজি চুকাফা দিৱস বা অসম দিৱস। এই উপলক্ষে আজি লখিমপুৰ জিলা ত্যাগক্ষেত্ৰত বনাধ্য কাৰ্য্যসূচীৰে উৎযাপন কৰা হয় এই অসম দিৱস। অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ অসম লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত উদযাপন কৰা হয় এই অসম দিৱস। পুৱাই পতাকা উত্তলনেৰ আৰম্ভ হোৱা কাৰ্য্যসূচী দিনৰ ১১ বজাত বনাধ্য সাংস্কৃতিক সোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া চলচিত্র জগতৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।বৰষা ৰাণী বিষয়াই চুকাফা দিৱসত উপষ্টিত থাকি কলে কা স্বিতিত এতিয়াও অটল। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 December, 2020


*চুকাফা দিৱস লখিমপুৰ* Date :- 02/12/2020


 আজি চুকাফা দিৱস বা অসম দিৱস। এই উপলক্ষে আজি লখিমপুৰ জিলা ত্যাগক্ষেত্ৰত বনাধ্য কাৰ্য্যসূচীৰে উৎযাপন কৰা হয় এই অসম দিৱস। অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ অসম লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত উদযাপন কৰা হয় এই অসম দিৱস। পুৱাই পতাকা উত্তলনেৰ আৰম্ভ হোৱা কাৰ্য্যসূচী দিনৰ ১১ বজাত বনাধ্য সাংস্কৃতিক সোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া চলচিত্র জগতৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।বৰষা ৰাণী বিষয়াই চুকাফা দিৱসত উপষ্টিত থাকি  কলে কা স্বিতিত এতিয়াও অটল।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...