Saturday, 5 December 2020

05 December, 2020 গোলাঘাটত চৌবিশ ঘণ্টাত ক’ভিড-১৯ পজিটিভ ৮ গোলাঘাট ; ৫ ডিচেম্বৰ ২০২০ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টিকৰা ক’ভিড-১৯ ৰ ভাইৰাছৰ প্ৰভাৱ গোলাঘাটত ক্ৰমান্বয়ে কমিব ধৰিছে ৷ দুৰ্গাপূজাৰ সময়ৰপৰা শীত নামি অহাৰ লগে লগে কোনোবা দিনত এজন আৰু কোনাবা দিনত দুই তিনি জনলৈকে ৰোগীৰ সংখ্যা কমি অহাত জনতাৰ মনৰপৰা এই ভাইৰাছৰ শংকা প্ৰায় নোহোৱা হৈছে ৷ যোৱা ২৪ ঘণ্টাত ৬ গৰাকীক ৰেপিড টেষ্ট আৰু দুগৰাকী মুঠ আঠ গৰাকী ক’ভিড-১৯ আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰে ৷ বৰ্তমানলৈ এক্টিভ ৰোগী মুঠ ৪৬ গৰাকীমুঠ ৷ প্ৰথমৰ পৰা বৰ্তমানলৈ ৯১০৩ গৰাকী ৰোগীৰ চিকিৎসাৰ অন্তত ৯০৫০ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ :::প্ৰকাশ শৰ্মা গোলাঘাট

 05 December, 2020


গোলাঘাটত চৌবিশ ঘণ্টাত ক’ভিড-১৯ পজিটিভ ৮ গোলাঘাট ; ৫ ডিচেম্বৰ ২০২০


সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টিকৰা ক’ভিড-১৯ ৰ ভাইৰাছৰ প্ৰভাৱ গোলাঘাটত ক্ৰমান্বয়ে কমিব ধৰিছে ৷ দুৰ্গাপূজাৰ সময়ৰপৰা শীত নামি অহাৰ লগে লগে কোনোবা দিনত এজন আৰু

 কোনাবা দিনত দুই তিনি জনলৈকে ৰোগীৰ সংখ্যা কমি অহাত জনতাৰ মনৰপৰা এই ভাইৰাছৰ শংকা প্ৰায় নোহোৱা হৈছে ৷ যোৱা ২৪

 ঘণ্টাত ৬ গৰাকীক ৰেপিড

 টেষ্ট আৰু দুগৰাকী মুঠ আঠ গৰাকী ক’ভিড-১৯ আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰে  ৷ বৰ্তমানলৈ এক্টিভ ৰোগী মুঠ ৪৬  গৰাকীমুঠ ৷ প্ৰথমৰ পৰা বৰ্তমানলৈ ৯১০৩ গৰাকী ৰোগীৰ চিকিৎসাৰ অন্তত ৯০৫০ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয় ৷  :::প্ৰকাশ শৰ্মা গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...