Thursday, 3 December 2020

03 December, 2020 অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ উদ্যোগত চুকাফা দিৱস পালন :- বুধবাৰে গোলাঘাট জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ABVP ৰ কাৰ্য্যালয়ত ব্যতিক্ৰমী চুকাফা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় | সাত ৰাজ্যক এক ৰাজ কৰি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্য্যালয়ত প্ৰদীপ প্ৰজ্জ্বলনেৰে ABVP ৰ আৰ্হি বনাই জাতীয় বীৰজনাক সশ্ৰদ্ধ স্মৰণ কৰে সংগঠনটোৱে | এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলা সংযোজক মিন্টু সোণোৱাল, গোলাঘাট জিলা নগৰ শাখাৰ সভাপতি ভাস্কৰজ্যোতি ৰাজগুৰু, সম্পাদক ৰবাৰ্ট শইকীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা ইজিপ্তা বৰা, ABVP ৰ মৰঙী আঞ্চলিক শাখাৰ সম্পাদক দুলু শৰ্মাৰ লগতে গোলাঘাট জিলা ABVP ৰ কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে | গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA

 03 December, 2020


অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ উদ্যোগত চুকাফা দিৱস পালন :- বুধবাৰে গোলাঘাট জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ABVP ৰ কাৰ্য্যালয়ত ব্যতিক্ৰমী চুকাফা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় | সাত ৰাজ্যক এক ৰাজ কৰি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্য্যালয়ত প্ৰদীপ প্ৰজ্জ্বলনেৰে ABVP ৰ আৰ্হি বনাই জাতীয় বীৰজনাক সশ্ৰদ্ধ স্মৰণ কৰে সংগঠনটোৱে | এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলা সংযোজক মিন্টু সোণোৱাল, গোলাঘাট জিলা নগৰ শাখাৰ সভাপতি ভাস্কৰজ্যোতি ৰাজগুৰু, সম্পাদক ৰবাৰ্ট শইকীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা ইজিপ্তা 

বৰা, ABVP ৰ মৰঙী আঞ্চলিক শাখাৰ সম্পাদক দুলু শৰ্মাৰ লগতে গোলাঘাট জিলা ABVP ৰ কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে |


গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট  NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...