06 December, 2020
অসমৰ এটা অতি ব্যস্ত আন্ত: ৰাষ্ট্ৰীয় পথ ৷৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ ৷ এই পথেদি নাগালেণ্ড মণিপুৰ ইম্ফল ম্যানমাৰ আদিৰ যাতায়ত চলে গোলাঘাট জিলাৰ বহুকেইখন গাঁৱৰ সংযোগী পথ এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে ৷ মুৰফুলানি বগীজান আদিৰ পৰা এই পথেদি গোলাঘাট চহৰলৈ অহা যোৱা যাত্ৰীবাহি গাড়ী চলে অতি বিপদজনক ভাবে চাওক এই দৃশ্য গাড়ীখনৰ ভিতৰত ঠাহি ঠাহি যাত্ৰী ভৰোৱাৰ পিচতো দোৱাৰৰ কাষত আৰু পিছফালে ওলোমাই কঢ়িয়াই যাত্ৰীক ৷
কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট
NORTHEAST NEWS INDIA