Thursday, 26 November 2020

26 November, 2020 *লখিমপুৰ জন জাগৰণ সভা* Date :- 26/11/2020 সমাগত বিধান সভা নিৰ্বাচন। ইতিমধ্যে সকলো ৰাজনৈতিক দলে ককালত টঙালি বান্ধিছে লখিমপুৰতো বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে ৰাজনৈতিক কুচ কাৱাজ আৰম্ভ কৰিছে। যোৱা ২৪ নৱেম্বৰ তাৰিখে লখিমপুৰ লালুক খেলপথাৰত অনুস্থিত হবলগীয়া অসম গণ পৰিষদৰ জন জাগৰণ সভাখন প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত মৰ্মাহত হৈ সেই সভা খন বাতিল কৰে। পৰৱতী সময়ত ২৮ নৱেম্বৰ তাৰিখে এই জন জাগৰণ সভাখনি পাতিবলৈ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। এই সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সকলোৰ সদস্য উপষ্ঠিত থকাৰ উপৰিও জনপ্ৰিয় কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা, কল্পনা পাটোৱৰী আৰু প্ৰণামিকা গোস্বামী। অসম গণ পৰিষদৰ নাওবৈচা সমষ্টি পৰা পাৰ্থীত আগ বঢ়াব জয়ন্ত খাওণ্ডে। ইতিমধ্যে এই জন জাগৰণ সভাত প্ৰায় ২০ হাজাৰ মানুহৰ সমাগম হোৱা আশা কৰিছে জয়ন্ত খাওণ্ডে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India

 26 November, 2020


*লখিমপুৰ জন জাগৰণ সভা* Date :- 26/11/2020


 সমাগত বিধান সভা নিৰ্বাচন।


ইতিমধ্যে সকলো ৰাজনৈতিক দলে ককালত টঙালি বান্ধিছে লখিমপুৰতো বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে ৰাজনৈতিক কুচ কাৱাজ আৰম্ভ কৰিছে। যোৱা ২৪ নৱেম্বৰ তাৰিখে লখিমপুৰ লালুক খেলপথাৰত  অনুস্থিত হবলগীয়া অসম গণ পৰিষদৰ জন জাগৰণ সভাখন প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত মৰ্মাহত হৈ সেই সভা খন বাতিল কৰে। পৰৱতী সময়ত ২৮ নৱেম্বৰ তাৰিখে এই জন জাগৰণ সভাখনি পাতিবলৈ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। এই সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সকলোৰ সদস্য উপষ্ঠিত থকাৰ উপৰিও জনপ্ৰিয় কন্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা, কল্পনা পাটোৱৰী আৰু প্ৰণামিকা গোস্বামী। অসম গণ পৰিষদৰ নাওবৈচা সমষ্টি পৰা পাৰ্থীত আগ বঢ়াব জয়ন্ত খাওণ্ডে। ইতিমধ্যে এই জন জাগৰণ সভাত প্ৰায় ২০ হাজাৰ মানুহৰ সমাগম হোৱা আশা কৰিছে জয়ন্ত খাওণ্ডে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India



26 November, 2020 *লখিমপুৰ বিদ্যোৎ বিভাগ* Date :- 26/11/2020 সৰ্বভাৰতীয় বিদ্যুতকৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতি আহ্বানত আজি দেশজোৰা সাধাৰণ ধৰ্মঘট। অসমৰ বিভিন্ন প্ৰান্ত লগতে লখিমপুৰতো দেখা গৈছে এই সাধাৰণ ধৰ্মঘট। লখিমপুৰ বিদ্যুত উপ সংমণ্ডলৰ কায্যালয়ৰত আজি দিনৰ ১০ বজাৰ পৰা ১ বজালৈ লখিমপুৰ বিদ্যুত বিভাগৰ কৰ্মৰত বিদ্যুত কৰ্মী, অভিযন্তা আৰু পেঞ্চনাৰ্চ সমন্বয়ৰক্ষী সমিতিয়ে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এইসকল কৰ্মী দাবী বিদ্যুত খণ্ড ব্যক্তিগতকৰণ কৰাৰ বন্ধ কৰক, শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক আৰু নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক আদি দাবীৰে উদ্ধৰ্তম কৰ্তিপক্ষ্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সমোহ দাবী মানি নল'লে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India

 26 November, 2020


*লখিমপুৰ বিদ্যোৎ বিভাগ* Date :- 26/11/2020


সৰ্বভাৰতীয় বিদ্যুতকৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতি আহ্বানত আজি দেশজোৰা সাধাৰণ ধৰ্মঘট। অসমৰ বিভিন্ন প্ৰান্ত লগতে লখিমপুৰতো দেখা গৈছে এই সাধাৰণ ধৰ্মঘট। লখিমপুৰ বিদ্যুত উপ সংমণ্ডলৰ কায্যালয়ৰত আজি দিনৰ ১০ বজাৰ পৰা ১ বজালৈ লখিমপুৰ বিদ্যুত বিভাগৰ কৰ্মৰত বিদ্যুত কৰ্মী, অভিযন্তা আৰু পেঞ্চনাৰ্চ সমন্বয়ৰক্ষী সমিতিয়ে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এইসকল কৰ্মী দাবী বিদ্যুত খণ্ড ব্যক্তিগতকৰণ কৰাৰ বন্ধ কৰক, শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক আৰু নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক আদি দাবীৰে উদ্ধৰ্তম কৰ্তিপক্ষ্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সমোহ দাবী মানি নল'লে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India


Wednesday, 25 November 2020

25 November, 2020 Breaking news

Breaking news

25 November, 2020 বীৰ লাচিত সেনাই যোৱা কালি গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু সমুহ জিলা বাসী ৰাইজৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটি ত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। অনুষ্ঠান ৰ আৰম্ভণিতে পতাকা উত্তোলন , আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। উক্ত সভাত গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দিনেশ গগৈ লগতে উপস্থিত থাকে বহু কেইজন গন্য মান্য ব্যক্তি। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA

 25 November, 2020


বীৰ লাচিত সেনাই যোৱা কালি

গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু সমুহ জিলা বাসী ৰাইজৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটি ত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। অনুষ্ঠান ৰ আৰম্ভণিতে পতাকা উত্তোলন , আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।

উক্ত সভাত গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দিনেশ গগৈ  লগতে  উপস্থিত থাকে বহু কেইজন গন্য মান্য ব্যক্তি।

গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট  NORTHEAST NEWS INDIA


25 November, 2020 *লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 25/11/2020 আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো নগৰৰ মূখ্য চাৰিআলিত মহেশ্বৰী যুৱ সংগঠণ লখিমপুৰ শাখাই এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত উপষ্টিত থাকে চেম্বাৰ্চ অফ কৰ্মাচৰ সম্পাদক নন্দ কিচুৰ ৰাথি আৰু উপ সভাপতি চাদ্দিকুল হুইছেন। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA

 25 November, 2020


*লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 25/11/2020


আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে।


অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো নগৰৰ মূখ্য চাৰিআলিত মহেশ্বৰী যুৱ সংগঠণ লখিমপুৰ শাখাই এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত উপষ্টিত থাকে চেম্বাৰ্চ অফ কৰ্মাচৰ সম্পাদক নন্দ কিচুৰ ৰাথি আৰু উপ সভাপতি চাদ্দিকুল হুইছেন।


লখিমপুৰৰ পৰা ৰাহান উদ্দিন  আহমেদ NORTHEAST NEWS INDIA


25 November, 2020Covid19 Assam and actions taken as on 24/11/2020

25 November, 2020

Covid19 Assam and actions taken as on 24/11/2020

Tuesday, 24 November 2020

24 November, 2020 *লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 24/11/2020 আজি অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো বিভিন্ন প্ৰান্ত লগতে পূব চান্দমাৰী ৰাইজে পূব চান্দমাৰীত, কংগ্ৰেছ কৰ্মী সকলে জিলা ৰাজীৱ ভৱনত, টাই আহোম যুৱ ছাত্ৰ পৰিষদে চুকাফা ভৱনত আৰু টাই আহোম যুৱ পৰিষদৰ লগতে জাতীয়তাবাদী যুব পৰিষদে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। ইয়াৰ লগতে টাই আহোম যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে চুকাফা ভৱনত লাচিত দিৱসৰ উপলক্ষে বীৰ গৰাকীলৈ বন্তি প্ৰজ্বলনেৰে লাচিত দিৱস উৎযাপন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India

 24 November, 2020


*লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 24/11/2020


 আজি অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো বিভিন্ন প্ৰান্ত লগতে পূব চান্দমাৰী ৰাইজে পূব চান্দমাৰীত, কংগ্ৰেছ কৰ্মী সকলে জিলা ৰাজীৱ ভৱনত, টাই আহোম যুৱ ছাত্ৰ  পৰিষদে চুকাফা ভৱনত আৰু টাই আহোম যুৱ পৰিষদৰ লগতে জাতীয়তাবাদী যুব পৰিষদে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। ইয়াৰ লগতে টাই আহোম যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে চুকাফা ভৱনত লাচিত দিৱসৰ উপলক্ষে বীৰ গৰাকীলৈ বন্তি প্ৰজ্বলনেৰে লাচিত দিৱস উৎযাপন কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...