Saturday, 21 November 2020

21 November, 2020 *লখিমপুৰ প্ৰতিবাদ* Date :- 21/11/2020 ৰাষ্ট্ৰীয় শিক্ষা নিতিয়ে অসমৰ প্ৰায় ৬২ হাজাৰ ১৫৩ টা অঙ্গনাবাড়ী কেন্দ্র কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰোধিতাৰে আজি অসমৰ বিভিন্ন প্ৰান্ত লগতে লখিমপুৰ জিলাৰ অঙ্গনাবাড়ী কৰ্মী সকলে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে ৬০ বছৰৰ বয়সৰ লোক সকলক চৰকাৰে প্ৰথমে পেঞ্চনৰ ব্যবস্থা কৰাৰ, ৩ বছৰৰ পৰা ৬ বছৰৰ লৰা ছোৱালীক অঙ্গনৱাড়ীত পঢ়োৱা ব্যবস্থা কৰাৰ আৰু অঙ্গনৱাড়ী কৰ্মী সকলক ৰাজ্যিক কৰ্মচাৰী হিচাপে গণ্য কৰিবলৈ দাবী জনাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। যদি চৰকাৰে এইসমোহ দাবী অনতিপলমে মানি নলয় তেন্তে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে অঙ্গনৱাড়ী কৰ্মী সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news india

 21 November, 2020


*লখিমপুৰ প্ৰতিবাদ* Date :- 21/11/2020

ৰাষ্ট্ৰীয় শিক্ষা নিতিয়ে অসমৰ প্ৰায় ৬২ হাজাৰ ১৫৩ টা অঙ্গনাবাড়ী কেন্দ্র কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰোধিতাৰে আজি অসমৰ বিভিন্ন প্ৰান্ত লগতে লখিমপুৰ জিলাৰ অঙ্গনাবাড়ী কৰ্মী সকলে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে ৬০ বছৰৰ বয়সৰ লোক সকলক চৰকাৰে প্ৰথমে পেঞ্চনৰ ব্যবস্থা কৰাৰ, ৩ বছৰৰ পৰা ৬ বছৰৰ লৰা ছোৱালীক অঙ্গনৱাড়ীত পঢ়োৱা ব্যবস্থা কৰাৰ আৰু অঙ্গনৱাড়ী কৰ্মী সকলক ৰাজ্যিক কৰ্মচাৰী হিচাপে গণ্য কৰিবলৈ দাবী জনাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। যদি চৰকাৰে এইসমোহ দাবী অনতিপলমে মানি নলয় তেন্তে ইয়াতকৈ জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে অঙ্গনৱাড়ী কৰ্মী সকলে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news india


Friday, 20 November 2020

20 November, 2020 *স্বত পূজা লখিমপুৰ* date :- 20/11/2020 আজি স্বত পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো দেখা গ'ল উখলমাখল পৰিবেশ। স্বত পূজাত ভক্তপ্ৰাণ ৰাইজে সুয্য দেৱতাক আৰাধনা কৰে। এই পূজাৰ দ্বাৰা অপায় অমংগল দূৰ হোৱাৰ কামনা কৰিছে ভক্তপ্ৰাণ ৰাইজৰ লগতে উদ্দোগতা সকলে।কিন্তু এই বছৰ কৰোণা ভাইৰাছৰ বাবে ৰাইজৰ উপষ্টিত কম দেখা গৈছে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news india

 20 November, 2020


*স্বত পূজা লখিমপুৰ* date :- 20/11/2020


 আজি স্বত পূজা।  দেশৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো দেখা গ'ল উখলমাখল পৰিবেশ।

স্বত পূজাত ভক্তপ্ৰাণ ৰাইজে সুয্য দেৱতাক আৰাধনা কৰে। এই পূজাৰ দ্বাৰা অপায় অমংগল দূৰ হোৱাৰ কামনা কৰিছে ভক্তপ্ৰাণ ৰাইজৰ লগতে উদ্দোগতা সকলে।কিন্তু এই বছৰ কৰোণা ভাইৰাছৰ বাবে ৰাইজৰ উপষ্টিত কম দেখা গৈছে।


লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news india


20 November, 2020 আজি ছট পূজা। ক'ভিড১৯ ৰ ভয়াবহতাৰ বাবেই বিগত বছৰৰ দৰে এইবাৰ নাই গোলাঘাটৰ ধনশিৰী নৈৰ পাৰত নাই ছট পূজা ৰ উল্লাস। অনুষ্টূপীয়া কৈ হ'লেও গোলাঘাট ৰ ধনশিৰী নৈৰ পাৰত ছট পূজা আধ্যাত্মিক ৰীতি নীতি-নিয়ম ৰ মাজেৰে পালন কৰা হৈছে। এইয়া গোলাঘাট ৰ ধনশিৰী নৈৰ পাৰৰ সন্ধিয়া ৰ দৃশ্য। আহকচোন আমি জানো কেনেকৈ এইবাৰ উদযাপন কৰা হৈছে ছটপূজা। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট

 20 November, 2020


আজি ছট পূজা। ক'ভিড১৯ ৰ ভয়াবহতাৰ বাবেই

বিগত বছৰৰ দৰে এইবাৰ নাই গোলাঘাটৰ ধনশিৰী নৈৰ পাৰত নাই ছট পূজা ৰ উল্লাস। অনুষ্টূপীয়া কৈ হ'লেও গোলাঘাট ৰ ধনশিৰী নৈৰ পাৰত ছট পূজা  আধ্যাত্মিক ৰীতি নীতি-নিয়ম ৰ মাজেৰে পালন কৰা হৈছে। এইয়া গোলাঘাট ৰ ধনশিৰী নৈৰ পাৰৰ সন্ধিয়া ৰ দৃশ্য। আহকচোন আমি জানো কেনেকৈ এইবাৰ উদযাপন কৰা হৈছে ছটপূজা।


গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট


20 November, 2020 আজি সূয্যষষ্ঠী পূজা ৷ চৎ পূজাৰ এই দিনটোত এইবাৰ গোলাঘাটত নাই বিশেষ উচাহ ৷ ক’ভিড প্ৰত’কলৰ বাবে একাংশ লোকে ঘৰতেই সূৰ্য্যদেৱতাক আহ্বান কৰাৰ বিপৰীতে ঘৰত পূজাৰবাবে ঠাই নোহোৱা বহুতে ধনশিৰি নদীৰ পাৰত এইপূজা অনুষ্ঠিত কৰিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 20 November, 2020


আজি সূয্যষষ্ঠী পূজা ৷ চৎ পূজাৰ এই দিনটোত এইবাৰ গোলাঘাটত নাই বিশেষ উচাহ ৷ ক’ভিড প্ৰত’কলৰ বাবে একাংশ লোকে ঘৰতেই সূৰ্য্যদেৱতাক আহ্বান কৰাৰ বিপৰীতে ঘৰত পূজাৰবাবে ঠাই নোহোৱা বহুতে ধনশিৰি নদীৰ পাৰত এইপূজা অনুষ্ঠিত কৰিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট


20 November, 2020 কমাৰবন্ধাৰ মীনাদেৱীৰ মৃত্যু ৷ গোলাঘাটৰ কমাৰবন্ধাৰ নপমুৱা কুমাৰ গাঁৱৰ মীনা দেৱীৰ (৪৭ শুক্ৰবাৰে পুৱা যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷ বৃহস্পতিবাৰে নিশা হাইপ্ৰেচাৰত ভোগাৰ পিছত তেওক পুৱা গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অ সামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসকে যোৰহাটলৈ প্ৰেৰণ কৰিছিল আৰু শুকুৰবাৰে পুৱা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেও ইহসংসাৰত স্বামী ৰুদ্ৰকান্ত শৰ্মা আৰু দেৱৰ মাখন শৰ্মাক এৰিথৈ গৈছে ৷ আজি সন্ধিয়া নপমুৱা কুমাৰগাঁৱৰ নিজা বাসভৱনৰ কাষত শেষকৃত সম্পন্ন কৰা হয় ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 20 November, 2020


কমাৰবন্ধাৰ মীনাদেৱীৰ মৃত্যু ৷

গোলাঘাটৰ কমাৰবন্ধাৰ নপমুৱা কুমাৰ গাঁৱৰ মীনা দেৱীৰ (৪৭ শুক্ৰবাৰে পুৱা যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷ বৃহস্পতিবাৰে নিশা হাইপ্ৰেচাৰত ভোগাৰ পিছত  তেওক পুৱা গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অ সামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসকে যোৰহাটলৈ প্ৰেৰণ কৰিছিল আৰু শুকুৰবাৰে পুৱা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেও ইহসংসাৰত স্বামী ৰুদ্ৰকান্ত শৰ্মা আৰু দেৱৰ মাখন শৰ্মাক এৰিথৈ গৈছে ৷ আজি সন্ধিয়া নপমুৱা কুমাৰগাঁৱৰ নিজা বাসভৱনৰ কাষত শেষকৃত সম্পন্ন কৰা হয় ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷


20 November, 2020 কথাতে কয় ; অচিন কাঠৰ থোৰা নলগাব ৷ হয় এই বাক্যশাৰী অওকান কৰাৰ বাবে প্ৰতাৰিত হ’ল তেজপুৰৰ এজন চফল ডেকা ৷ প্ৰেমত ঘুৰিছে ভূ মণ্ডল ;প্ৰেমত ফুলিছে শতদল ; কিন্ত এই গৰাকী ব্যভিচাৰীনি মহিলাৰ নাম গিতাশ্ৰী গগৈ এও সিদ্ধহস্ত প্ৰেমৰ জাল পেলোৱাত ৷ এইবাৰ তেও জালত পেলালে তেজপুৰৰ দীপজ্যোতি কলিতা নামৰ যুৱক জনক ৷ লকডাউনৰ আগতে দীপজ্যোতিয়ে এদিন সন্ধিয়া দেখাপালে তেজপুৰ চহৰৰ মাজমজিয়াত এগৰাকী যুৱতীয়ে উচুপি কান্দিথকা ৷ ওচৰচাপি যোৱাত যুৱতীয়ে কলে -- তেও এখন সভাৰ বাবে তেজপুৰলৈ আহিছিল ৷গোলাঘাটলৈ যোৱা শেষৰ বাছখনো গলগৈ ৷ সেয়েহে বিপাংত পৰিছে ৷ ২৬ বছৰীয়া কোমল অন্তৰৰ দিপজ্যোতি ; তেও ততালিকে মাকক ফোনকৰি সহায়কৰিবৰ বাবে গীতাশ্ৰীক নিশাটোৰ বাবে নিজৰ ঘৰত আশ্ৰয় দিবলৈ লৈ গ’ল ৷ নিশা অন্তৰঙ্গতা বাঢ়িল ৷ ফোননম্বৰ আদান প্ৰদান হল ৷ আৰু পুৱা সুন্দৰী যুৱতীয়ে নিজৰ ঘৰলৈ বাট ললে ৷ দিন বাগৰিল ফোনত চলিল প্ৰেমলীলা ৷ মাৰ্চমাহৰ এক শুভদিনত শুভক্ষণত দিপজ্যোতিয়ে গোলাঘাটৰ বাচষ্টেণ্ডলৈ আহি কথামতেই গীতাশ্ৰীক পলুৱাই নি জীৱন সংঙ্গিনী কৰিলে ৷ যুগ্ম ভাবে বেলেগ বেলেগ পজত ফটোও ওঠিল ৷ ছোৱালী আনিলে তাতে আকৌ সুন্দৰী সেয়েহে তেজপুৰৰ পুলিচ ৰিজাৰ্ভৰ নিজা বাসউভৱনত পাৰ্টীও দিলে ৷ যুগ্ম জীৱনৰ কেইটামান দিনৰ পিচতে গীতাশ্ৰীয়ে নতুন স্বামীক লগত লৈ গোলাঘাটৰ কছাৰীহাটৰ ঘৰলৈবুলি ১৮ নৱেম্বৰত ওলাই আহিল ৷ লগত দুটাবেগত কাপোৰ সোণৰ নেকলেচ ; টকা ; পাচবুক আদিও ললে ৷গোলাঘাট বাচষ্টেণ্ডত পোৱাৰ পিছত গীতাশ্ৰীয়ে বমিৰভাৱ আহিছেবুলি লগত অনা বেগদুটালৈ আস্থানৰ ৰাজহুৱা টয়লেটৰ দীশে গ’ল ৷ দীপজ্যোতিয়েও ম’বাইল পিতিকি সময় পাৰ কৰিলে ৷ বহু সময় বাগৰিল গীতাশ্ৰী ওভতি নাহিল ৷ দিপজ্যোতিয়ে গীতাশ্ৰীৰ ঘৰৰঠিকনা বিছাৰি কমাৰবন্ধা নতুন শাহুৱেকৰ ঘৰ পালেগৈ ৷ কিন্ত গিতাশ্ৰীৰ ঘৰ বিছাৰি নেপাই গোলাঘাটৰ সাংবাদিকক লগকৰি সকলো কথা আৰক্ষীক জনালে ৷আৰক্ষীক দিয়া এজাহাৰ দিলে ৷ যুগ্মজীৱনৰ প্ৰথমতেই পত্নী বিচ্ছেদৰ বেদনাত আহত হৈ দিপজ্যোতিয়ে পিছদিনা কছাৰীহাটলৈ গৈ যিখিনি কথা গমপালে সেয়াই তেওক হতভম্ব কৰিলে ৷ তেওবোলে চাৰিনম্বৰৰ স্বামীহে ৷ দুনম্বৰৰ স্বামীৰ ফালৰ দুটি লৰা ছোৱালীও আছে ৷ ইয়াতকৈও ভয়ানক কথাযে সুন্দৰী গীতাশ্ৰী নাৰী ব্যৱসায়ী চক্ৰৰ লগতো জড়ীত ৷ অচিন কাঠৰ থোৰা লগাই ৰাম ঠগন খাই হিদয়ত গভীৰ আঘাট লৈ গ’লগৈ তেজপুৰলৈ প্ৰতাৰিত স্বামী দিপজ্যোতি ৷ -- প্ৰকাশ শৰ্মা গোলাঘাট ৷

 20 November, 2020


কথাতে কয় ; অচিন কাঠৰ থোৰা নলগাব ৷ হয় এই বাক্যশাৰী অওকান কৰাৰ বাবে প্ৰতাৰিত হ’ল তেজপুৰৰ এজন চফল ডেকা ৷


প্ৰেমত ঘুৰিছে ভূ মণ্ডল ;প্ৰেমত ফুলিছে শতদল ; কিন্ত এই গৰাকী

 ব্যভিচাৰীনি মহিলাৰ নাম

 গিতাশ্ৰী গগৈ এও সিদ্ধহস্ত

 প্ৰেমৰ জাল পেলোৱাত ৷

 এইবাৰ তেও জালত পেলালে  তেজপুৰৰ দীপজ্যোতি কলিতা নামৰ যুৱক জনক ৷ লকডাউনৰ আগতে দীপজ্যোতিয়ে এদিন সন্ধিয়া দেখাপালে তেজপুৰ চহৰৰ মাজমজিয়াত এগৰাকী যুৱতীয়ে উচুপি কান্দিথকা ৷ ওচৰচাপি যোৱাত যুৱতীয়ে কলে -- তেও এখন সভাৰ বাবে তেজপুৰলৈ আহিছিল ৷গোলাঘাটলৈ যোৱা শেষৰ বাছখনো গলগৈ ৷ সেয়েহে বিপাংত পৰিছে ৷ ২৬ বছৰীয়া  কোমল অন্তৰৰ দিপজ্যোতি ; তেও ততালিকে মাকক ফোনকৰি সহায়কৰিবৰ বাবে গীতাশ্ৰীক নিশাটোৰ বাবে নিজৰ ঘৰত আশ্ৰয় দিবলৈ লৈ গ’ল ৷ নিশা অন্তৰঙ্গতা বাঢ়িল ৷ ফোননম্বৰ আদান প্ৰদান হল ৷ আৰু পুৱা সুন্দৰী যুৱতীয়ে নিজৰ ঘৰলৈ বাট ললে ৷ দিন বাগৰিল ফোনত চলিল প্ৰেমলীলা ৷ মাৰ্চমাহৰ এক শুভদিনত শুভক্ষণত দিপজ্যোতিয়ে

 গোলাঘাটৰ বাচষ্টেণ্ডলৈ আহি কথামতেই গীতাশ্ৰীক পলুৱাই নি জীৱন সংঙ্গিনী কৰিলে ৷ যুগ্ম ভাবে বেলেগ বেলেগ পজত ফটোও ওঠিল ৷ ছোৱালী আনিলে তাতে আকৌ সুন্দৰী সেয়েহে তেজপুৰৰ পুলিচ ৰিজাৰ্ভৰ নিজা বাসউভৱনত পাৰ্টীও দিলে ৷ যুগ্ম জীৱনৰ কেইটামান দিনৰ পিচতে গীতাশ্ৰীয়ে নতুন স্বামীক লগত

 লৈ গোলাঘাটৰ কছাৰীহাটৰ ঘৰলৈবুলি ১৮ নৱেম্বৰত ওলাই আহিল ৷ লগত দুটাবেগত কাপোৰ সোণৰ নেকলেচ ; টকা ; পাচবুক আদিও ললে ৷গোলাঘাট বাচষ্টেণ্ডত পোৱাৰ পিছত গীতাশ্ৰীয়ে বমিৰভাৱ আহিছেবুলি লগত অনা বেগদুটালৈ আস্থানৰ ৰাজহুৱা টয়লেটৰ দীশে গ’ল ৷ দীপজ্যোতিয়েও ম’বাইল পিতিকি সময় পাৰ কৰিলে ৷ বহু সময় বাগৰিল গীতাশ্ৰী ওভতি নাহিল ৷ দিপজ্যোতিয়ে গীতাশ্ৰীৰ ঘৰৰঠিকনা বিছাৰি কমাৰবন্ধা নতুন শাহুৱেকৰ ঘৰ পালেগৈ ৷ কিন্ত গিতাশ্ৰীৰ ঘৰ বিছাৰি নেপাই গোলাঘাটৰ সাংবাদিকক লগকৰি সকলো কথা আৰক্ষীক জনালে ৷আৰক্ষীক দিয়া এজাহাৰ দিলে ৷ যুগ্মজীৱনৰ প্ৰথমতেই পত্নী বিচ্ছেদৰ বেদনাত আহত হৈ দিপজ্যোতিয়ে পিছদিনা কছাৰীহাটলৈ গৈ যিখিনি কথা গমপালে সেয়াই তেওক হতভম্ব কৰিলে ৷ তেওবোলে চাৰিনম্বৰৰ স্বামীহে ৷ দুনম্বৰৰ স্বামীৰ ফালৰ দুটি লৰা ছোৱালীও আছে ৷ ইয়াতকৈও ভয়ানক কথাযে সুন্দৰী গীতাশ্ৰী নাৰী ব্যৱসায়ী চক্ৰৰ লগতো জড়ীত ৷ অচিন কাঠৰ থোৰা লগাই ৰাম ঠগন খাই হিদয়ত গভীৰ আঘাট লৈ গ’লগৈ তেজপুৰলৈ  প্ৰতাৰিত স্বামী দিপজ্যোতি ৷ -- প্ৰকাশ শৰ্মা গোলাঘাট ৷


20 November, 2020 গোলাঘাটৰ যানবাহনশাখাৰ আৰক্ষী সস্তম হৈ৷ পৰিল ৰাজপথত ৷ পিছে কেছটো কি ? কেছটো প্ৰতিদিনে জতিলৰপৰা জতীল হৈ গৈয়েই আছে ৷ কিয়নো অতি সৰু চহৰ গোলাঘাটৰ ৰাজপথত যানবাহনেৰে ঠাহখাই থাকে ৷ সঘনাই সৃষ্টিহয় যানযঁতৰ ৷ সেয়েহে অতিব্যস্তপথ ঢ়োদৰ আলিৰ বল’ৰাম হোটেলৰ দিশৰ পৰা এচোৱা ৱান ৱে কৰিছে ৷ কিন্ত আইন নেমানে একাংশই শুক্ৰবাৰে পুৱা AS-03 W 5003 নম্বৰৰ গাড়ীখন ৰং চাইদত ৰাখিথাৱাত প্ৰায় তিনিঘণ্টা ধৰি আৰক্ষীয়ে গাড়ীৰ মালিকক বিছাৰিব লগা হয় অৱশেষত আৰক্ষীয়ে এই অপৰাধৰ বাবে গাড়ীখনৰ মালিকৰ ৰপৰা জৰিমনা আদায় কৰে ৷ আনহাতে ন’এন্ট্ৰী ; ৱান ৱে ফলকক অমান্য কৰি এচামে ৱেপেৰুৱা ভাবে গাড়ী ; বাইক ৰাখিয়েই থাকে কিছূসংখ্যক দোকানীয়ে ন’এন্ট্ৰী ফলকক আওকান কৰি সামগ্ৰী বোজাইকৰি অধিক যানযঁটৰ সৃষ্টি কৰে ৷ ::: কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 20 November, 2020


গোলাঘাটৰ যানবাহনশাখাৰ আৰক্ষী সস্তম হৈ৷ পৰিল ৰাজপথত ৷ পিছে কেছটো কি ? 

কেছটো প্ৰতিদিনে জতিলৰপৰা জতীল হৈ গৈয়েই আছে ৷ কিয়নো

অতি সৰু চহৰ গোলাঘাটৰ ৰাজপথত যানবাহনেৰে ঠাহখাই থাকে ৷ সঘনাই সৃষ্টিহয় যানযঁতৰ ৷ সেয়েহে অতিব্যস্তপথ ঢ়োদৰ আলিৰ বল’ৰাম হোটেলৰ দিশৰ পৰা এচোৱা ৱান ৱে কৰিছে ৷ কিন্ত আইন নেমানে একাংশই শুক্ৰবাৰে পুৱা AS-03 W 5003 নম্বৰৰ গাড়ীখন ৰং চাইদত ৰাখিথাৱাত প্ৰায় তিনিঘণ্টা ধৰি আৰক্ষীয়ে গাড়ীৰ মালিকক বিছাৰিব লগা হয় অৱশেষত আৰক্ষীয়ে এই অপৰাধৰ বাবে গাড়ীখনৰ মালিকৰ

ৰপৰা জৰিমনা আদায় কৰে ৷ আনহাতে ন’এন্ট্ৰী ; ৱান ৱে ফলকক অমান্য কৰি এচামে ৱেপেৰুৱা ভাবে গাড়ী ; বাইক ৰাখিয়েই থাকে কিছূসংখ্যক দোকানীয়ে ন’এন্ট্ৰী ফলকক আওকান কৰি সামগ্ৰী বোজাইকৰি অধিক যানযঁটৰ সৃষ্টি কৰে  ৷ ::: কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...