Friday, 20 November 2020

20 November, 2020 গোলাঘাটৰ যানবাহনশাখাৰ আৰক্ষী সস্তম হৈ৷ পৰিল ৰাজপথত ৷ পিছে কেছটো কি ? কেছটো প্ৰতিদিনে জতিলৰপৰা জতীল হৈ গৈয়েই আছে ৷ কিয়নো অতি সৰু চহৰ গোলাঘাটৰ ৰাজপথত যানবাহনেৰে ঠাহখাই থাকে ৷ সঘনাই সৃষ্টিহয় যানযঁতৰ ৷ সেয়েহে অতিব্যস্তপথ ঢ়োদৰ আলিৰ বল’ৰাম হোটেলৰ দিশৰ পৰা এচোৱা ৱান ৱে কৰিছে ৷ কিন্ত আইন নেমানে একাংশই শুক্ৰবাৰে পুৱা AS-03 W 5003 নম্বৰৰ গাড়ীখন ৰং চাইদত ৰাখিথাৱাত প্ৰায় তিনিঘণ্টা ধৰি আৰক্ষীয়ে গাড়ীৰ মালিকক বিছাৰিব লগা হয় অৱশেষত আৰক্ষীয়ে এই অপৰাধৰ বাবে গাড়ীখনৰ মালিকৰ ৰপৰা জৰিমনা আদায় কৰে ৷ আনহাতে ন’এন্ট্ৰী ; ৱান ৱে ফলকক অমান্য কৰি এচামে ৱেপেৰুৱা ভাবে গাড়ী ; বাইক ৰাখিয়েই থাকে কিছূসংখ্যক দোকানীয়ে ন’এন্ট্ৰী ফলকক আওকান কৰি সামগ্ৰী বোজাইকৰি অধিক যানযঁটৰ সৃষ্টি কৰে ৷ ::: কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 20 November, 2020


গোলাঘাটৰ যানবাহনশাখাৰ আৰক্ষী সস্তম হৈ৷ পৰিল ৰাজপথত ৷ পিছে কেছটো কি ? 

কেছটো প্ৰতিদিনে জতিলৰপৰা জতীল হৈ গৈয়েই আছে ৷ কিয়নো

অতি সৰু চহৰ গোলাঘাটৰ ৰাজপথত যানবাহনেৰে ঠাহখাই থাকে ৷ সঘনাই সৃষ্টিহয় যানযঁতৰ ৷ সেয়েহে অতিব্যস্তপথ ঢ়োদৰ আলিৰ বল’ৰাম হোটেলৰ দিশৰ পৰা এচোৱা ৱান ৱে কৰিছে ৷ কিন্ত আইন নেমানে একাংশই শুক্ৰবাৰে পুৱা AS-03 W 5003 নম্বৰৰ গাড়ীখন ৰং চাইদত ৰাখিথাৱাত প্ৰায় তিনিঘণ্টা ধৰি আৰক্ষীয়ে গাড়ীৰ মালিকক বিছাৰিব লগা হয় অৱশেষত আৰক্ষীয়ে এই অপৰাধৰ বাবে গাড়ীখনৰ মালিকৰ

ৰপৰা জৰিমনা আদায় কৰে ৷ আনহাতে ন’এন্ট্ৰী ; ৱান ৱে ফলকক অমান্য কৰি এচামে ৱেপেৰুৱা ভাবে গাড়ী ; বাইক ৰাখিয়েই থাকে কিছূসংখ্যক দোকানীয়ে ন’এন্ট্ৰী ফলকক আওকান কৰি সামগ্ৰী বোজাইকৰি অধিক যানযঁটৰ সৃষ্টি কৰে  ৷ ::: কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...