Thursday, 19 November 2020
Wednesday, 18 November 2020
18 November, 2020 : সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইন পদত্যাগ । জিলাৰ বাতৰি দিওতা গোলাঘাট সদৌ অসম সন্থাৰ সহকাৰি সাধাৰণ সম্পিদক মনোৱাৰ হুছেইনে সোমবাৰে সন্ধিয়া আছূৰ পৰা পদত্যাগ কৰে ৷ তেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি/সাধাৰণ সম্পাদকলৈ পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত তেও উল্লেখ কৰে যে যোৱা ৫ বছৰে সদৌ অসম ছাত্র সন্থাত চলোৱা মাফিয়াৰাজত অতিষ্ঠ হৈ এই সিদ্ধান্তলোৱা হল ৷ তেও উল্লেখ কৰেযে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনক দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈ নিজৰ ৰাজনৈতিক অভিষ্ঠ সিদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে এই কাম কাজৰ বিৰোধীতা কৰিলে বাএনে বিৰোধীতা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক / সভাপতি লক্ষ্য হৈ পৰে ছাত্র সন্থাৰ নিষ্ঠাবান কৰ্মী । অসম জাতীয় পৰিষদ আৰু ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে লক্ষ্য হৈ পৰাৰ অভিযোগ তুলিছে মনোৱাৰ হুছেইনে । তেও বিগত ২৩ বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী আছিল । গোলাঘাট জিলা ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাত ভৰি দিছিল মনোৱাৰ হুছেইনে । মনোৱাৰৰ পদত্যাগয়ে অৰাজনৈতিক চৰিত্ৰ বুলি দাবীকৰা সংগঠনটোৰ আন এটা গোপন দিশ প্ৰকাশ কৰিলে ৷সদৌ অসম ছাত্ৰসন্থাৰ সহকাৰি সম্পাদক মনোৱাৰ হুছেইনে সোমবাৰে পদত্যাগৰ কৰাৰ পিছত গোলাঘাট জিলা ছাত্ৰসন্থাই মনোৱাৰ হুছেইনলৈ প্ৰেৰণ কৰা এখন সকীয়নি পত্ৰ এতিয়া মৱাইলত ভাইৰেল হৈছে ৷ আৰু গোলাঘাট জিলা ছাত্ৰসন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালে এনেদৰে মন্তব্য কৰিলে :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA
18 November, 2020
: সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইন পদত্যাগ ।
জিলাৰ বাতৰি দিওতা গোলাঘাট
সদৌ অসম সন্থাৰ
সহকাৰি সাধাৰণ সম্পিদক মনোৱাৰ হুছেইনে সোমবাৰে সন্ধিয়া আছূৰ পৰা পদত্যাগ কৰে ৷ তেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি/সাধাৰণ সম্পাদকলৈ পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত তেও উল্লেখ কৰে যে যোৱা ৫ বছৰে সদৌ অসম ছাত্র সন্থাত চলোৱা মাফিয়াৰাজত অতিষ্ঠ হৈ এই সিদ্ধান্তলোৱা হল ৷ তেও উল্লেখ কৰেযে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনক দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈ নিজৰ ৰাজনৈতিক অভিষ্ঠ সিদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে এই কাম কাজৰ বিৰোধীতা কৰিলে বাএনে বিৰোধীতা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক / সভাপতি লক্ষ্য হৈ পৰে ছাত্র সন্থাৰ নিষ্ঠাবান কৰ্মী । অসম জাতীয় পৰিষদ আৰু ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে লক্ষ্য হৈ পৰাৰ অভিযোগ তুলিছে মনোৱাৰ হুছেইনে । তেও বিগত ২৩ বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী আছিল । গোলাঘাট জিলা ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাত ভৰি দিছিল মনোৱাৰ হুছেইনে ।
মনোৱাৰৰ পদত্যাগয়ে অৰাজনৈতিক চৰিত্ৰ বুলি দাবীকৰা সংগঠনটোৰ আন এটা গোপন দিশ প্ৰকাশ কৰিলে ৷সদৌ অসম ছাত্ৰসন্থাৰ সহকাৰি সম্পাদক মনোৱাৰ হুছেইনে সোমবাৰে পদত্যাগৰ কৰাৰ পিছত গোলাঘাট জিলা ছাত্ৰসন্থাই মনোৱাৰ হুছেইনলৈ প্ৰেৰণ কৰা এখন সকীয়নি পত্ৰ এতিয়া মৱাইলত ভাইৰেল হৈছে ৷ আৰু গোলাঘাট জিলা ছাত্ৰসন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালে এনেদৰে মন্তব্য কৰিলে :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA
18 November, 2020 মাত্ৰ ডেৰবিঘা মাটিতেই জাতিলাও খেটিৰে স্বাৱলম্বী হৈছে দুজন কৃষক । গোলাঘাটৰ শগুণপাৰাত ডেৰবিঘা মাটিতেই জাতিলাও খেতি আৰম্ভণি কৰিছিল কুঁহিয়াৰবাৰীৰ নিৰন নাথ আৰু জান্তু মহন্তই। শগুনপাৰা বিলৰ পাৰৰ সাৰুৱা ভূমীত দুই কৃষকে চৰকাৰি কোনো সাহায্য নোপোৱাকৈ উৎপাদন কৰা জাতিলাও প্ৰতিটোত ২৫ ৰ পৰা ২৭ টকাকৈ বিক্ৰী কৰি সপ্তাহত লাভ কৰে পাচঁহেজাৰৰো অধিক টকা ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বনৰীয়া হাতীয়ে ধাহি মুহি শেষ কৰে, সেয়েহে নিশা টঙীঘৰত থাকি উজাগৰে কৃষি কৰ্মত ব্যস্ত থাকে নিৰন ;জান্তু ; খগেন ছেত্ৰীৰ দৰে কৃষক সকল ৷ এওঁলোকৰ উৎপাদিত ফচলত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গৰু আৰু ছাগলীৰ গোৱৰ ; দিয়া হয় বাবেই গ্ৰাহকৰ সংখ্যাও সৰহ ৷ স্থানীয় ওৱাটিংৰ দেওবৰীয়া বজাৰ৷ ; গোলাঘাট চহৰ আদিৰ লগতে যোৰহাট শিৱসাগৰ তিনিচুকীয়া আদিলৈও বেপাৰীয়ে বিক্ৰীৰ বাবে নিয়ে এওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ :: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
18 November, 2020
মাত্ৰ ডেৰবিঘা মাটিতেই জাতিলাও খেটিৰে স্বাৱলম্বী হৈছে দুজন কৃষক ।
গোলাঘাটৰ শগুণপাৰাত ডেৰবিঘা মাটিতেই জাতিলাও খেতি আৰম্ভণি কৰিছিল কুঁহিয়াৰবাৰীৰ নিৰন নাথ আৰু জান্তু মহন্তই। শগুনপাৰা বিলৰ পাৰৰ সাৰুৱা ভূমীত দুই কৃষকে চৰকাৰি কোনো সাহায্য নোপোৱাকৈ উৎপাদন কৰা জাতিলাও প্ৰতিটোত ২৫ ৰ পৰা ২৭ টকাকৈ বিক্ৰী কৰি সপ্তাহত লাভ কৰে পাচঁহেজাৰৰো অধিক টকা ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বনৰীয়া হাতীয়ে ধাহি মুহি শেষ কৰে, সেয়েহে নিশা টঙীঘৰত থাকি উজাগৰে কৃষি কৰ্মত ব্যস্ত থাকে নিৰন ;জান্তু ; খগেন ছেত্ৰীৰ দৰে কৃষক সকল ৷ এওঁলোকৰ উৎপাদিত ফচলত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গৰু আৰু ছাগলীৰ গোৱৰ ; দিয়া হয় বাবেই গ্ৰাহকৰ সংখ্যাও সৰহ ৷ স্থানীয় ওৱাটিংৰ দেওবৰীয়া বজাৰ৷ ; গোলাঘাট চহৰ আদিৰ লগতে যোৰহাট শিৱসাগৰ তিনিচুকীয়া আদিলৈও বেপাৰীয়ে বিক্ৰীৰ বাবে নিয়ে এওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ :: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
NORTHEAST NEWS INDIA
Tuesday, 17 November 2020
17 November, 2020*লখিমপুৰ অগ্নিকাণ্ড* Date :- 17/11/2020 লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ ভস্মীভূত লখিমপুৰ কমলাবাৰী পথৰ কুলিমালি গাঁৱত ঘংঘটিত হৈছে এই অগ্নিকাণ্ড কপিল উদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ঘৰৰ সকলোবোৰ বস্ত জ্বলি ছাই হয়। ঘৰত কোনো নথকা অৱস্থাতে সংঘতিত হয় এই অগ্নিকাণ্ড। চৎছাৰ্কীটতৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা।লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news india
17 November, 2020
*লখিমপুৰ অগ্নিকাণ্ড* Date :- 17/11/2020
লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ ভস্মীভূত লখিমপুৰ কমলাবাৰী পথৰ কুলিমালি গাঁৱত ঘংঘটিত হৈছে এই অগ্নিকাণ্ড কপিল উদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ঘৰৰ সকলোবোৰ বস্ত জ্বলি ছাই হয়। ঘৰত কোনো নথকা অৱস্থাতে সংঘতিত হয় এই অগ্নিকাণ্ড। চৎছাৰ্কীটতৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news india
17 November, 2020 *লখিমপুৰ আমছু শ্ৰদ্ধাঞ্জলি* সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু ) ৰ যোৱা কালি লখিমপুৰ জিলা সমিতি অন্তৰ্গত চাবতি আঞ্চলিক সমিতি উদ্যোগত জন্মু কাশ্মীৰত শ্বহীদ হোৱা বীৰ জোৱান লগতে অসম সন্তান বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায় আৰু প্ৰয়াত সাংবাদিক পৰাগ ভূঞা দেৱৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। বীৰ জোৱান সকলৰ লগতে সাংবাদিক পৰাগ ভূঞাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । এজন নিৰপেক্ষ আপোচবিহীন সাংবাদিক হিচাপে পৰাগ ভূঞাক পৰিকল্পিত ভাবে হত্যা কৰা বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰে লখিমপুৰ নগৰ আমছুৱে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA
17 November, 2020
*লখিমপুৰ আমছু শ্ৰদ্ধাঞ্জলি*
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু ) ৰ যোৱা কালি লখিমপুৰ জিলা সমিতি অন্তৰ্গত চাবতি আঞ্চলিক সমিতি উদ্যোগত জন্মু কাশ্মীৰত শ্বহীদ হোৱা বীৰ জোৱান লগতে অসম সন্তান বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায় আৰু প্ৰয়াত সাংবাদিক পৰাগ ভূঞা দেৱৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। বীৰ জোৱান সকলৰ লগতে সাংবাদিক পৰাগ ভূঞাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । এজন নিৰপেক্ষ আপোচবিহীন সাংবাদিক হিচাপে পৰাগ ভূঞাক পৰিকল্পিত ভাবে হত্যা কৰা বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰে লখিমপুৰ নগৰ আমছুৱে।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ
NORTHEAST NEWS INDIA
Monday, 16 November 2020
16 November, 2020 GOLAGHAT PRESS DAY চৰম নিৰাপত্তা হিনতাত ভুগিছে ৰাজ্যৰ সাংবাদিক সকল l গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুষ্কৃতিকাৰীৰ l সাংবাদিকৰ নিৰাপত্তাত ব্যৰ্থ হৈছে গৃহ বিভাগ তথা জনসংযোগ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল l আজি প্ৰেছ দিৱস I প্ৰেছ দিৱসৰ প্ৰাকক্ষণত দিনে নিশাই নিষ্ঠাৰে সততাৰে কৰ্তব্য কৰা সাংবাদিকৰ ওপৰত ঘটা ইটোৰ পিছত সিটো অমানবীয় ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যকৰী সভাপতি বিকাশ শৰ্মায়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে অমানবীয় কাৰ্য্যৰ কেতিয়াও সহ্য কৰা নহব আৰু অতি সোনকালেই এনে ঘটনাৰ ওপৰত চৰকাৰে এক সঠিক আৰু গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা সাংবাদিক সকলৰ লগতে ৰাইজে। আনফালে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা গোলাঘাট জিলা আৱৰ্ত্ত ভবনত অনুষ্ঠিত কৰা হয় l অনুষ্ঠানতোত গোলাঘাট জিলাৰ সাংবাদিক সকলৰ লগতে গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী,ধিৰাস দাস,জনসংযোগ বিভাগৰ বিষয়া পাপু গগৈকে উপস্থিত থাকে l সভাখনত বৰ্তমান গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত অহা বিপৰ্যয় কি দৰে নিৰাময় কৰিব পাৰি আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত ভাষণ প্ৰদান কৰে সাংবাদিক বিকাশ শৰ্মা আৰু সাংবাদিক পেঞ্চনপ্ৰাপ্ত ,দিপেন দত্ত, l '' প্ৰকাশ শৰ্মা গোলাঘাট
16 November, 2020 GOLAGHAT PRESS DAY
চৰম নিৰাপত্তা হিনতাত ভুগিছে ৰাজ্যৰ সাংবাদিক সকল l গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুষ্কৃতিকাৰীৰ l সাংবাদিকৰ নিৰাপত্তাত ব্যৰ্থ হৈছে গৃহ বিভাগ তথা জনসংযোগ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল l আজি প্ৰেছ দিৱস I প্ৰেছ দিৱসৰ প্ৰাকক্ষণত দিনে নিশাই নিষ্ঠাৰে সততাৰে কৰ্তব্য কৰা সাংবাদিকৰ ওপৰত ঘটা ইটোৰ পিছত সিটো অমানবীয় ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যকৰী সভাপতি বিকাশ শৰ্মায়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে অমানবীয় কাৰ্য্যৰ কেতিয়াও সহ্য কৰা নহব আৰু অতি সোনকালেই এনে ঘটনাৰ ওপৰত চৰকাৰে এক সঠিক আৰু গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা সাংবাদিক সকলৰ লগতে ৰাইজে। আনফালে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা গোলাঘাট জিলা আৱৰ্ত্ত ভবনত অনুষ্ঠিত কৰা হয় l অনুষ্ঠানতোত গোলাঘাট জিলাৰ সাংবাদিক সকলৰ লগতে গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী,ধিৰাস দাস,জনসংযোগ বিভাগৰ বিষয়া পাপু গগৈকে উপস্থিত থাকে l সভাখনত বৰ্তমান গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত অহা বিপৰ্যয় কি দৰে নিৰাময় কৰিব পাৰি আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত ভাষণ প্ৰদান কৰে সাংবাদিক বিকাশ শৰ্মা আৰু সাংবাদিক পেঞ্চনপ্ৰাপ্ত ,দিপেন
দত্ত, l '' প্ৰকাশ শৰ্মা গোলাঘাট
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
।। জয় মা আৰু প্ৰকৃতি।। বিশ্বৰ মানৱ জাতিলৈ আহ্বান। সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে। এই সংসাৰত স্বজন কৰ্...