Sunday, 18 October 2020
18 October, 2020 আজিৰ দিনত প্ৰায়বোৰ অনুষ্ঠানৰ আৰম্ভণি হয় ছহিদ তৰ্পন কায্যসূচীৰে এইয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ দৃশ্য৷ গজিছে বৰগছ ; ডিমৰু আৰু অপতৃণ আছে ছহিদ বেদীত ৷কলেজখনৰ কতৃপক্ষই চ্ছস্বতা কায়্যসূচীও মাজেমধ্যে অনুষ্ঠিত কৰে ৷ এই ছহিদবেদীৰ কাষেৰে অধ্যক্ষ অধ্যাপক ৰ লগতে শশ ছাত্ৰছাত্ৰী ও অহাযোৱা কৰে তথাপিও কাৰোৰে চকুত পৰানাই এই ছহিদবেদীৰ হাবীদৰা ৷ গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
18 October, 2020
আজিৰ দিনত প্ৰায়বোৰ অনুষ্ঠানৰ আৰম্ভণি হয় ছহিদ তৰ্পন কায্যসূচীৰে
এইয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ দৃশ্য৷ গজিছে বৰগছ ; ডিমৰু আৰু অপতৃণ আছে ছহিদ বেদীত ৷কলেজখনৰ কতৃপক্ষই চ্ছস্বতা কায়্যসূচীও মাজেমধ্যে অনুষ্ঠিত কৰে ৷ এই ছহিদবেদীৰ কাষেৰে অধ্যক্ষ অধ্যাপক ৰ লগতে শশ ছাত্ৰছাত্ৰী ও অহাযোৱা কৰে তথাপিও কাৰোৰে চকুত পৰানাই এই ছহিদবেদীৰ হাবীদৰা ৷
গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
Saturday, 17 October 2020
17 October, 2020 সদৌ অসম সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিটিৰ প্ৰথম খন কায্যনিৰ্বাহ সভা শনিবাৰে সম্পন্ন হয় ৷ সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ প্ৰথমখন কায্যনিৰ্বাহ সভা শনিবাৰে গোলাঘাটৰ হোটেল অভিনন্দনৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় ৷ জিলাৰ নৱনিৰ্বাচিত সভাপতি প্ৰকাশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁতধৰে জিলাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই ৷ বিভিন্ন মহকুমাৰ পৰা অহা সাংবাদিক সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সাংবাদিকৰ কল্যাণকামী বহুকেইটা সিদ্ধান্ত গ্ৰহণৰ লগতে প্ৰতিটো মহকুমা সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ :নিউজ ডেস্কৰ ৰিপৰ্ট গোলাঘাট ১৭ /১০/২০২০ NORTHEAST NEWS INDIA
17 October, 2020
সদৌ অসম সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিটিৰ প্ৰথম খন কায্যনিৰ্বাহ সভা শনিবাৰে সম্পন্ন হয় ৷
সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ প্ৰথমখন কায্যনিৰ্বাহ সভা শনিবাৰে গোলাঘাটৰ হোটেল অভিনন্দনৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় ৷ জিলাৰ নৱনিৰ্বাচিত সভাপতি
প্ৰকাশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁতধৰে জিলাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই ৷ বিভিন্ন মহকুমাৰ পৰা অহা সাংবাদিক সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সাংবাদিকৰ কল্যাণকামী বহুকেইটা সিদ্ধান্ত গ্ৰহণৰ লগতে প্ৰতিটো মহকুমা সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ :নিউজ ডেস্কৰ
ৰিপৰ্ট গোলাঘাট ১৭ /১০/২০২০
NORTHEAST NEWS INDIA
Friday, 16 October 2020
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...