Thursday, 8 October 2020

08 October, 2020 এখন অতি আৱশ্যকীয় নাৰ্চাৰী ৷ নাম কেম্পা নাৰ্চাৰী ৷ এতিয়া পৰিচয় সলনিহল এই নাৰ্চাৰীখনৰ ৷ আজিৰ নৱপ্ৰজন্মৰ সৰহ সংখ্যকেই নেজানে বিভিন্ন গছ গছনিৰ নাম ৷ নাম জানিলেও চিনি নেপায় গছজোপা ৷ সেয়েহে ভবিষ্যত প্ৰজন্মক গছ গছনিৰ নামেসৈত্যে চিনাকী কৰি দিবৰ বাবে অসম চৰকাৰে ৰাজ্যখনত ২৪ খন সাহিত্য মণিষি উপবণ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰে এখন উপবণ গোলাঘাটৰ নামবৰ অভয়াৰণ্যৰ কাষৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত নিৰ্মিয়মান অৱস্থাত আছে ৷ এইখন সাহিত্য মণিষি উপবণ পূৰ্বতে আছিল কেম্পৰ নাৰ্চাৰী ৷ ইয়াৰ পৰাই জিলাখনৰ বিভিন্নলোক ; এন জি অ’ ; বিদ্যালয় ; নামঘৰ আদিৰ লগতে পথৰ কাষত ৰূপণৰ বাবে বণ বিভাগে বিনামূলীয়াকৈ বিভিন্ন প্ৰজাতিৰ গছৰ পুলি যোগান ধৰিছিল ৷ কিন্ত এতিয়া ইয়াৰ পৰিচয় সলনি হ’ল ৷ তথাপিও প্ৰকৃতিপ্ৰেমীক নিৰাশ নকৰে গোলাঘাট বণবিভাগে ৷ হেজাৰৰো অধিক প্ৰজাতি গছৰ উপবন কৰাৰ লগতে গচৰপুলীও যোগান ধৰাৰ আশ্বাস দিলে গোলাঘাটৰ ৰেঞ্জাৰ পুস্পধৰ বৰগোহাইয়ে ---- গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট North East news india

 08 October, 2020


এখন অতি আৱশ্যকীয় নাৰ্চাৰী ৷ নাম কেম্পা নাৰ্চাৰী ৷ এতিয়া পৰিচয় সলনিহল এই নাৰ্চাৰীখনৰ ৷ আজিৰ নৱপ্ৰজন্মৰ সৰহ সংখ্যকেই নেজানে বিভিন্ন গছ গছনিৰ নাম ৷ নাম জানিলেও চিনি নেপায় গছজোপা ৷ সেয়েহে ভবিষ্যত প্ৰজন্মক গছ গছনিৰ নামেসৈত্যে চিনাকী কৰি দিবৰ বাবে অসম চৰকাৰে ৰাজ্যখনত ২৪ খন সাহিত্য মণিষি উপবণ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰে এখন উপবণ গোলাঘাটৰ নামবৰ অভয়াৰণ্যৰ কাষৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত নিৰ্মিয়মান অৱস্থাত আছে ৷ এইখন সাহিত্য মণিষি উপবণ পূৰ্বতে আছিল কেম্পৰ নাৰ্চাৰী ৷ ইয়াৰ পৰাই জিলাখনৰ বিভিন্নলোক ; এন জি অ’ ; বিদ্যালয় ; নামঘৰ আদিৰ লগতে পথৰ কাষত ৰূপণৰ বাবে বণ বিভাগে বিনামূলীয়াকৈ বিভিন্ন প্ৰজাতিৰ গছৰ পুলি যোগান ধৰিছিল ৷ কিন্ত এতিয়া ইয়াৰ পৰিচয় সলনি হ’ল ৷ তথাপিও প্ৰকৃতিপ্ৰেমীক নিৰাশ নকৰে গোলাঘাট বণবিভাগে ৷ হেজাৰৰো অধিক প্ৰজাতি গছৰ উপবন কৰাৰ লগতে 

 গচৰপুলীও যোগান ধৰাৰ আশ্বাস দিলে গোলাঘাটৰ ৰেঞ্জাৰ পুস্পধৰ বৰগোহাইয়ে ----

গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট

North East news india


08 October, 2020 গোলাঘাট জিলাধপাত ণিয়ন্তণ সমিতিয়ে বৃহস্পতিবাৰে গোলাঘাট ডক্টৰছ ক্লাৱত এক প্ৰশিক্ষণৰ কায্যসূচী সম্পন্ন কৰে ৷ ধপাত সেৱনেই হৈছে পৃথিবীৰ ভিতৰতে প্ৰতিৰধকাৰী মৃত্যু আৰু ৰোগৰ প্ৰধান কাৰক ৷ প্ৰতিবছৰে ভাৰতত ৮০লাখতকৈও অধিক ব্যক্তি ধপাত সেৱনৰবাবেই মৃত্যু হয় ৷ মৃত্যুৰ এই হাৰ যক্ষ্মা এইডছ আৰু মেলেৰীয়াত মৃত্যুৰ হাৰতকৈ অধিক ৷ দেশত কৰ্কতৰোগীৰ ১০০ৰ ভিতৰত ৮০জনেই ধপাত সেৱনকাৰী ৷ আৰু এইসকলৰ আয়সো ১০ বছৰ কমিযায় ৷ ভাৰতবৰ্ষত ণিয়ন্তণৰ আইন আছে কিন্ত সৰহ সংখ্যকে এই বিষয়ে জ্ঞাত নহয় ৷ সেয়েহে বৃহস্পতিবাৰে গোলাঘাট জিলা ধপাত ণিয়ন্তণ সমিতিয়ে আয়োজনকৰা এক প্ৰশিক্ষণৰ কায্যসূচীত জিলাখনৰপায়নিয়াৰ ফাউণ্ডেচন ; ভক্চপ্ৰপুলি ; পৰিৱৰ্তনকে ধৰি বহুকেইটা এন জি অ"ই অংশগ্ৰহণ কৰে ৷ সমলব্যক্তি হিচাবে ডা°সুনীতা এক্কা; তৌফিক হুছেইন ; অৰিন্দমকটকী ; প্ৰেৰণা শইকীয়া আৰু চেমিম চুলতানাই অংশগ্ৰহণ কৰে ৷ ::: গোলাঘাটৰপৰা কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া

 08 October, 2020


গোলাঘাট জিলাধপাত ণিয়ন্তণ সমিতিয়ে বৃহস্পতিবাৰে গোলাঘাট ডক্টৰছ ক্লাৱত এক প্ৰশিক্ষণৰ কায্যসূচী সম্পন্ন কৰে ৷

ধপাত সেৱনেই হৈছে পৃথিবীৰ ভিতৰতে প্ৰতিৰধকাৰী মৃত্যু আৰু ৰোগৰ প্ৰধান কাৰক ৷ প্ৰতিবছৰে ভাৰতত ৮০লাখতকৈও অধিক ব্যক্তি

 ধপাত সেৱনৰবাবেই মৃত্যু

 হয় ৷ মৃত্যুৰ এই হাৰ যক্ষ্মা এইডছ আৰু মেলেৰীয়াত মৃত্যুৰ হাৰতকৈ অধিক ৷ দেশত কৰ্কতৰোগীৰ ১০০ৰ ভিতৰত ৮০জনেই ধপাত সেৱনকাৰী ৷ আৰু এইসকলৰ আয়সো ১০ বছৰ কমিযায় ৷ ভাৰতবৰ্ষত ণিয়ন্তণৰ আইন আছে কিন্ত সৰহ সংখ্যকে এই বিষয়ে জ্ঞাত নহয় ৷ সেয়েহে বৃহস্পতিবাৰে গোলাঘাট জিলা ধপাত ণিয়ন্তণ সমিতিয়ে আয়োজনকৰা এক প্ৰশিক্ষণৰ কায্যসূচীত জিলাখনৰপায়নিয়াৰ ফাউণ্ডেচন ; ভক্চপ্ৰপুলি ; পৰিৱৰ্তনকে ধৰি

 বহুকেইটা এন জি অ"ই অংশগ্ৰহণ কৰে ৷ সমলব্যক্তি হিচাবে ডা°সুনীতা  এক্কা; তৌফিক হুছেইন ; অৰিন্দমকটকী ; প্ৰেৰণা শইকীয়া আৰু চেমিম চুলতানাই অংশগ্ৰহণ কৰে ৷ ::: গোলাঘাটৰপৰা কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া


08 October, 2020Covid19 Assam and actions taken as on 07/10/2020

08 October, 2020

Covid19 Assam and actions taken as on 07/10/2020

Tuesday, 6 October 2020

06 October, 2020 এটা চৰকাৰি বিভাগে ৰবৰ খেতিৰ জৰিয়তে গোলাঘাট জিলাৰ নিবনুৱা সকললৈ এক আশাৰ ৰেঙণী কঢ়িয়াই আনিছে ৷কাৰ্বি পাহাৰৰ পৰা বৈ অহা কঁহৰা নদীৰ কাষতে ভূমীসংৰক্ষণ বিভাগৰ আছে এখন ৰবৰৰ বাগিছা ৷ কহঁৰাৰ অন্য এক প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰা এই বাগিছা খনত কেইবাজনো কৰ্মচাৰীয়ে দৈনিক পুৱা- আবেলি গছৰপৰা বিশেষ পদ্ধতিৰে আঠা সংগ্ৰহ কৰি বিশেষ পদ্ধতিৰে মেচিনত ৰবৰ তৈয়াৰ কৰি ধোঁৱা দিয়া ঘৰত ৰাখে আৰু নিদিষ্ট প্ৰক্ৰিয়াৰে ৰৱৰ তৈয়াৰ কৰি সেই সমূহ গুৱাহাটীৰ নিদ্দিষ্ট ঠাইলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ যোগেদি বিভাগটোৱে মাহিলী বুজন পৰিমানৰ ধন উৰ্পাজন কৰে ৷ বিভাগটোৰ এই ৰৱৰ বাগিছাই নিবনুৱা সকলৰ বাবে এক আদৰ্শ হৈছে ৷ কৃষ্ণাক্ষীবৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 06 October, 2020

 এটা চৰকাৰি বিভাগে ৰবৰ খেতিৰ জৰিয়তে গোলাঘাট জিলাৰ  নিবনুৱা সকললৈ এক আশাৰ ৰেঙণী  কঢ়িয়াই আনিছে ৷কাৰ্বি পাহাৰৰ পৰা বৈ অহা কঁহৰা নদীৰ কাষতে ভূমীসংৰক্ষণ বিভাগৰ আছে এখন ৰবৰৰ বাগিছা ৷ কহঁৰাৰ অন্য এক প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰা এই বাগিছা খনত কেইবাজনো কৰ্মচাৰীয়ে দৈনিক পুৱা- আবেলি গছৰপৰা বিশেষ পদ্ধতিৰে আঠা সংগ্ৰহ কৰি বিশেষ পদ্ধতিৰে মেচিনত ৰবৰ তৈয়াৰ কৰি ধোঁৱা দিয়া ঘৰত ৰাখে আৰু নিদিষ্ট প্ৰক্ৰিয়াৰে ৰৱৰ তৈয়াৰ কৰি সেই সমূহ গুৱাহাটীৰ নিদ্দিষ্ট ঠাইলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ যোগেদি বিভাগটোৱে মাহিলী বুজন পৰিমানৰ ধন উৰ্পাজন কৰে ৷ বিভাগটোৰ এই ৰৱৰ বাগিছাই নিবনুৱা সকলৰ বাবে এক আদৰ্শ হৈছে ৷  কৃষ্ণাক্ষীবৰা ৰিৰ্পত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


06 OCTOBER, 2020Covid19 Assam and actions taken as on 05/10/2020.

06 OCTOBER, 2020

Covid19 Assam and actions taken as on 05/10/2020.

Monday, 5 October 2020

05 October, 2020 GOLAGHAT AASU PTOTEST OC: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে l সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন ২০২০ আৰু পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিওখন কৃষি আইন (২০২০) ৰ বাতিলৰ দাবীত এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ l গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে উত্তাল কৰি ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l শীঘ্ৰে যদি চৰকাৰে দাবী সমুহ মানি নলয় তেন্তে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সকিয়নী প্ৰদান কৰে সংগঠনটোৱে l গোলাঘাট পৰা কৃষ্ণাক্ষীবৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 05 October, 2020



 GOLAGHAT AASU PTOTEST


OC: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম   ছাত্ৰ সন্থাই সোমবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে  l সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন ২০২০ আৰু পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিওখন কৃষি আইন (২০২০) ৰ বাতিলৰ দাবীত এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ  l গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে উত্তাল কৰি ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি  চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l  শীঘ্ৰে যদি চৰকাৰে  দাবী সমুহ মানি নলয় তেন্তে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সকিয়নী প্ৰদান কৰে  সংগঠনটোৱে l

 গোলাঘাট পৰা কৃষ্ণাক্ষীবৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...