Thursday, 8 October 2020

08 October, 2020 গোলাঘাট জিলাধপাত ণিয়ন্তণ সমিতিয়ে বৃহস্পতিবাৰে গোলাঘাট ডক্টৰছ ক্লাৱত এক প্ৰশিক্ষণৰ কায্যসূচী সম্পন্ন কৰে ৷ ধপাত সেৱনেই হৈছে পৃথিবীৰ ভিতৰতে প্ৰতিৰধকাৰী মৃত্যু আৰু ৰোগৰ প্ৰধান কাৰক ৷ প্ৰতিবছৰে ভাৰতত ৮০লাখতকৈও অধিক ব্যক্তি ধপাত সেৱনৰবাবেই মৃত্যু হয় ৷ মৃত্যুৰ এই হাৰ যক্ষ্মা এইডছ আৰু মেলেৰীয়াত মৃত্যুৰ হাৰতকৈ অধিক ৷ দেশত কৰ্কতৰোগীৰ ১০০ৰ ভিতৰত ৮০জনেই ধপাত সেৱনকাৰী ৷ আৰু এইসকলৰ আয়সো ১০ বছৰ কমিযায় ৷ ভাৰতবৰ্ষত ণিয়ন্তণৰ আইন আছে কিন্ত সৰহ সংখ্যকে এই বিষয়ে জ্ঞাত নহয় ৷ সেয়েহে বৃহস্পতিবাৰে গোলাঘাট জিলা ধপাত ণিয়ন্তণ সমিতিয়ে আয়োজনকৰা এক প্ৰশিক্ষণৰ কায্যসূচীত জিলাখনৰপায়নিয়াৰ ফাউণ্ডেচন ; ভক্চপ্ৰপুলি ; পৰিৱৰ্তনকে ধৰি বহুকেইটা এন জি অ"ই অংশগ্ৰহণ কৰে ৷ সমলব্যক্তি হিচাবে ডা°সুনীতা এক্কা; তৌফিক হুছেইন ; অৰিন্দমকটকী ; প্ৰেৰণা শইকীয়া আৰু চেমিম চুলতানাই অংশগ্ৰহণ কৰে ৷ ::: গোলাঘাটৰপৰা কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া

 08 October, 2020


গোলাঘাট জিলাধপাত ণিয়ন্তণ সমিতিয়ে বৃহস্পতিবাৰে গোলাঘাট ডক্টৰছ ক্লাৱত এক প্ৰশিক্ষণৰ কায্যসূচী সম্পন্ন কৰে ৷

ধপাত সেৱনেই হৈছে পৃথিবীৰ ভিতৰতে প্ৰতিৰধকাৰী মৃত্যু আৰু ৰোগৰ প্ৰধান কাৰক ৷ প্ৰতিবছৰে ভাৰতত ৮০লাখতকৈও অধিক ব্যক্তি

 ধপাত সেৱনৰবাবেই মৃত্যু

 হয় ৷ মৃত্যুৰ এই হাৰ যক্ষ্মা এইডছ আৰু মেলেৰীয়াত মৃত্যুৰ হাৰতকৈ অধিক ৷ দেশত কৰ্কতৰোগীৰ ১০০ৰ ভিতৰত ৮০জনেই ধপাত সেৱনকাৰী ৷ আৰু এইসকলৰ আয়সো ১০ বছৰ কমিযায় ৷ ভাৰতবৰ্ষত ণিয়ন্তণৰ আইন আছে কিন্ত সৰহ সংখ্যকে এই বিষয়ে জ্ঞাত নহয় ৷ সেয়েহে বৃহস্পতিবাৰে গোলাঘাট জিলা ধপাত ণিয়ন্তণ সমিতিয়ে আয়োজনকৰা এক প্ৰশিক্ষণৰ কায্যসূচীত জিলাখনৰপায়নিয়াৰ ফাউণ্ডেচন ; ভক্চপ্ৰপুলি ; পৰিৱৰ্তনকে ধৰি

 বহুকেইটা এন জি অ"ই অংশগ্ৰহণ কৰে ৷ সমলব্যক্তি হিচাবে ডা°সুনীতা  এক্কা; তৌফিক হুছেইন ; অৰিন্দমকটকী ; প্ৰেৰণা শইকীয়া আৰু চেমিম চুলতানাই অংশগ্ৰহণ কৰে ৷ ::: গোলাঘাটৰপৰা কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...