Friday, 2 October 2020
Thursday, 1 October 2020
01 October, 2020 O. C. : মাত্ৰকেইটামান দিন পূৰ্বে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ মাফিয়া আমজাদ খানক। এইবাৰ আৰক্ষীৰ জালত পৰিল গোলাঘাট নগৰৰ দুজন যুৱক ক্ৰমে বিতোপন শইকীয়া আৰু বাবুল সিং যাদৱ। গোলাঘাট নগৰৰ লগতে গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত হৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। মাজেমধ্যেচলিথকা আৰক্ষীৰ অভিযানে এই ভয়াবহ তথ্যৰ প্ৰমাণিত কৰিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে যদিও একাংশই আৰক্ষীকো কেৰেপ নকৰি চলাই আহিছে ড্ৰাগছৰ ব্যৱসায়। কুৰিয়াৰ যোগে ড্ৰাগছ সৰবৰাহ কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় গ্ৰাম্যচহৰ ফৰকাটিংতো ৷ ধাৰাবাহিক অভিযানত বুধবাৰে নিশা আৰক্ষীৰ এক অভিযানত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ ব্যৱসায়ী। গোলাঘাট আৰু জামুগুৰি আৰক্ষীৰ যুটীয়া অভিযানত এই দুটা ড্ৰাগছ বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে নোগোৰা ৰাজ্যিক চিকিৎসালয়ৰ ওচৰত দুই যুৱকক কৰায়ত্ব কৰে আৰু ডিমাপুৰৰ লাহৰিজানৰ পৰা হেলমেটত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ বেপাৰী দুটাৰ নাম হ'ল বিতোপন শইকীয়া( ২২), বাবুল সিং যাদৱ (২৪)। দুইটাৰ ঘৰ গোলাঘাটৰ বেঙেনাখোৱাৰ খাজুৰীগুৰিত। Byte 1: আৰক্ষী। Byte 2: ড্ৰাগছ সৰবৰাহ কাৰী। । প্ৰকাশ শৰ্মা গোলাঘাট ৷
01 October, 2020
O. C. : মাত্ৰকেইটামান দিন পূৰ্বে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ মাফিয়া আমজাদ খানক। এইবাৰ আৰক্ষীৰ জালত পৰিল গোলাঘাট নগৰৰ দুজন যুৱক ক্ৰমে বিতোপন শইকীয়া আৰু বাবুল সিং যাদৱ।
গোলাঘাট নগৰৰ লগতে গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত হৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। মাজেমধ্যেচলিথকা আৰক্ষীৰ অভিযানে এই ভয়াবহ তথ্যৰ প্ৰমাণিত কৰিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে যদিও একাংশই আৰক্ষীকো কেৰেপ নকৰি চলাই আহিছে ড্ৰাগছৰ ব্যৱসায়। কুৰিয়াৰ যোগে ড্ৰাগছ সৰবৰাহ কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় গ্ৰাম্যচহৰ ফৰকাটিংতো ৷ ধাৰাবাহিক অভিযানত বুধবাৰে নিশা আৰক্ষীৰ এক অভিযানত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ ব্যৱসায়ী। গোলাঘাট আৰু জামুগুৰি আৰক্ষীৰ যুটীয়া অভিযানত এই দুটা ড্ৰাগছ বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে নোগোৰা ৰাজ্যিক চিকিৎসালয়ৰ ওচৰত দুই যুৱকক কৰায়ত্ব কৰে আৰু ডিমাপুৰৰ লাহৰিজানৰ পৰা হেলমেটত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ বেপাৰী দুটাৰ নাম হ'ল বিতোপন শইকীয়া( ২২), বাবুল সিং যাদৱ (২৪)। দুইটাৰ ঘৰ গোলাঘাটৰ বেঙেনাখোৱাৰ খাজুৰীগুৰিত।
Byte 1: আৰক্ষী।
Byte 2: ড্ৰাগছ সৰবৰাহ কাৰী।
। প্ৰকাশ শৰ্মা গোলাঘাট ৷
NORTHEAST NEWS INDIA
Wednesday, 30 September 2020
30 September, 2020 চুতীয়া ছাত্ৰ সন্থাই বুধবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে । চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই কায্যসূচীত কেইবাজনো সদস্যই প্ৰতিবাদ স্থলীতে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা গ'বেক, বি জে পি চৰকাৰ মুৰ্দাবাদ সৰ্বানন্দ হাই হাই আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলীত। সংগঠনটোৰ দাবী অতি শীঘ্ৰে যদি চৰকাৰে মানি নলয় তেনেহলে ভবিষ্যতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'লে তাৰ বাবে চৰকাৰ জগৰীয়া হব বুলি প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰাই। :: ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
30 September, 2020
চুতীয়া ছাত্ৰ সন্থাই বুধবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে । চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই কায্যসূচীত কেইবাজনো সদস্যই প্ৰতিবাদ স্থলীতে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা গ'বেক, বি জে পি চৰকাৰ মুৰ্দাবাদ সৰ্বানন্দ হাই হাই আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলীত। সংগঠনটোৰ দাবী অতি শীঘ্ৰে যদি চৰকাৰে মানি নলয় তেনেহলে ভবিষ্যতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'লে তাৰ বাবে চৰকাৰ জগৰীয়া হব বুলি প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ
সম্পাদক মহেন বৰাই। :: ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
30 September, 2020 ফৰকাটিং ৰেল জংচনতঅচিনাকী মহিলাৰ মৃতদেহ উদ্ধাৰ ----------------------------------- গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত ৰেললাইনত কালি নিশা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ প্ৰায় ৫০ বছৰ বয়সৰ মহিলা গৰাকীয়ে কমলাৰংৰ ব্লাউজ আৰু বগা- হালধিয়া ৰংৰ শাৰি পৰিধান কৰিছিল ৷ জংচনটোৰ আৰক্ষীয়ে নিশা এঘাৰ বজাত ক্ষতবিক্ষত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে ৷ ৰেল আৰক্ষীসূত্ৰে জানিৱপৰা মতে অচিনাক্ত মহিলাগৰাকীয়ে কিছূদিন ধৰি জংচনটোৰ আশেপাশে ফৰকাটিং নগৰ এলেকাত বিচৰণ কৰি আছিল ৷ কালি নিশা অহা কোনো এখন ৰেলগাড়ীৰ খুন্দাত মৃত্যুহোৱা মহিলাগৰাকীৰ মৃতদেহটো আজি গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ মৃতদেহটো নিয়ম অনুযায়ী চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা উক্ত ছিকিৎসালয়ৰ মৰ্গত ৰখা হব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৩০ ছেপ্তেম্বৰ ২০২০
30 September, 2020
ফৰকাটিং ৰেল জংচনতঅচিনাকী
মহিলাৰ মৃতদেহ উদ্ধাৰ
-----------------------------------
গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত ৰেললাইনত কালি নিশা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ প্ৰায় ৫০ বছৰ বয়সৰ মহিলা গৰাকীয়ে কমলাৰংৰ ব্লাউজ আৰু বগা- হালধিয়া ৰংৰ শাৰি পৰিধান কৰিছিল ৷ জংচনটোৰ আৰক্ষীয়ে নিশা এঘাৰ বজাত ক্ষতবিক্ষত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে ৷ ৰেল আৰক্ষীসূত্ৰে জানিৱপৰা মতে অচিনাক্ত মহিলাগৰাকীয়ে কিছূদিন ধৰি জংচনটোৰ আশেপাশে ফৰকাটিং নগৰ এলেকাত বিচৰণ
কৰি আছিল ৷ কালি নিশা অহা কোনো এখন ৰেলগাড়ীৰ খুন্দাত মৃত্যুহোৱা মহিলাগৰাকীৰ মৃতদেহটো আজি গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ মৃতদেহটো নিয়ম অনুযায়ী চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা উক্ত ছিকিৎসালয়ৰ মৰ্গত ৰখা হব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৩০ ছেপ্তেম্বৰ ২০২০
Tuesday, 29 September 2020
29 September, 2020 বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী পোনাৰাম বৰুৱাৰ মৃত্যু গোলাঘাট ২৯ ছেপ্টেম্বৰ গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মীপোনাৰাম বৰুৱাৰ আজি গোলাঘাটৰ মিশ্যন ৰোডৰ নিজাবাসভবনত মৃত্যু হয় । ওৰে জীৱন গোলাঘাটৰ সমাজ জীৱন জীপাল কৰি ৰখা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৯ বছৰ । গোলাঘাট বেতিয়নীত জন্ম গ্ৰহণ কৰা বৰুৱাই এল,পি আৰু এম,ই পাছ কৰে ক্ৰমে বেতিয়নী আৰু ঢেকিয়ালৰ পৰা । তাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি , গোলাঘাট ডি,আৰ,কলেজৰ পৰা আই,এই পাছ কৰে ।কলেজত পঢ়ি থাকোতেই কলেজখনৰ বাবে অযোধ্যা গোস্বামী,ৰাম গোস্বামী আদিৰ লগত লাগি কলেজৰ উন্নতিৰ বাবে সপ্তাহে সপ্তাহে সৰু পথাৰ,বৰ পথাৰ আদিত টকা সংগ্ৰহ কৰিছিল গৈ তেখেতে শিৱসাগৰ কলেজৰ পৰা বি,এ, পাছ কৰি গুৱাহাটী ইউনিভাৰচিটিৰ পৰা অসমীয়াত এম,এ পাছ কৰে । তাৰপাছত কমাৰবন্ধাৰ হাইস্কুলত চাকৰী কৰি থাকোতেই তিতাবৰ কলেজ প্ৰতিষ্ঠা কৰে, তাৰ পাছতেই তেখেতে বোকাখাট হাইস্কুলত চাকৰী কৰি থাকোতেই বোকাখাট কলেজ প্ৰতিষ্ঠা কৰে । তেখেতে ১৯৬৪ চনত ডি,আৰু, কলেজত যোগদান কৰে আৰু তাৰ পৰাই ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে । অসম আন্দোলনতো বৰুৱা জড়িত আছিল ।গোলাঘাটৰ সাহিত্য, সংস্কৃতি আৰু সমাজিক জীৱনৰ অপৰিহাৰ্য অংগ স্বৰূপ বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজশ্ৰ গুণমুগ্ধাই তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজি তেখেতৰ মৃতদেহ গোলাঘাট জিলা ছাত্র সন্ঠা , আৰু গোলাঘাট জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়াৰ লগতে শান্তিপুৰ নামঘৰলৈ নিয়া হয় । এই তিনি স্থানত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনায় । তেখেতৰ অন্তোষ্ট্ৰিক্ৰীয়া সম্পন্ন কৰা হয় শান্তিপুৰ শ্মশানত । এই গৰাকী সমাজ জীৱনৰ মহীৰূহৰ মৃত্যুত বহু ব্যক্তি দল সংগঠনে শোক প্ৰকাশ কৰিছে । :: গোলাঘাটৰ পৰা ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
29 September, 2020
বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী পোনাৰাম বৰুৱাৰ মৃত্যু গোলাঘাট ২৯ ছেপ্টেম্বৰ
গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মীপোনাৰাম বৰুৱাৰ আজি গোলাঘাটৰ মিশ্যন ৰোডৰ নিজাবাসভবনত মৃত্যু হয় । ওৰে জীৱন গোলাঘাটৰ সমাজ জীৱন জীপাল কৰি ৰখা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৯ বছৰ ।
গোলাঘাট বেতিয়নীত জন্ম গ্ৰহণ কৰা বৰুৱাই
এল,পি আৰু এম,ই পাছ কৰে ক্ৰমে বেতিয়নী আৰু ঢেকিয়ালৰ পৰা । তাৰ পাছত গোলাঘাট
বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি , গোলাঘাট ডি,আৰ,কলেজৰ পৰা আই,এই পাছ
কৰে ।কলেজত পঢ়ি থাকোতেই কলেজখনৰ বাবে
অযোধ্যা গোস্বামী,ৰাম গোস্বামী আদিৰ লগত লাগি কলেজৰ উন্নতিৰ বাবে সপ্তাহে সপ্তাহে সৰু
পথাৰ,বৰ পথাৰ আদিত টকা সংগ্ৰহ কৰিছিল গৈ
তেখেতে শিৱসাগৰ কলেজৰ পৰা বি,এ, পাছ কৰি
গুৱাহাটী ইউনিভাৰচিটিৰ পৰা অসমীয়াত এম,এ
পাছ কৰে । তাৰপাছত কমাৰবন্ধাৰ হাইস্কুলত চাকৰী কৰি থাকোতেই তিতাবৰ কলেজ প্ৰতিষ্ঠা
কৰে, তাৰ পাছতেই তেখেতে বোকাখাট হাইস্কুলত
চাকৰী কৰি থাকোতেই বোকাখাট কলেজ প্ৰতিষ্ঠা
কৰে । তেখেতে ১৯৬৪ চনত ডি,আৰু, কলেজত
যোগদান কৰে আৰু তাৰ পৰাই ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে । অসম আন্দোলনতো বৰুৱা জড়িত আছিল ।গোলাঘাটৰ সাহিত্য, সংস্কৃতি
আৰু সমাজিক জীৱনৰ অপৰিহাৰ্য অংগ স্বৰূপ বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজশ্ৰ গুণমুগ্ধাই তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজি তেখেতৰ মৃতদেহ গোলাঘাট জিলা ছাত্র সন্ঠা , আৰু গোলাঘাট জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়াৰ লগতে শান্তিপুৰ নামঘৰলৈ নিয়া হয় । এই তিনি স্থানত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনায় । তেখেতৰ অন্তোষ্ট্ৰিক্ৰীয়া সম্পন্ন কৰা হয় শান্তিপুৰ শ্মশানত । এই গৰাকী সমাজ জীৱনৰ মহীৰূহৰ মৃত্যুত বহু ব্যক্তি দল সংগঠনে শোক প্ৰকাশ কৰিছে । :: গোলাঘাটৰ পৰা ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট
নিউজ ইণ্ডিয়া ৷
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...