Wednesday, 30 September 2020

30 September, 2020 ফৰকাটিং ৰেল জংচনতঅচিনাকী মহিলাৰ মৃতদেহ উদ্ধাৰ ----------------------------------- গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত ৰেললাইনত কালি নিশা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ প্ৰায় ৫০ বছৰ বয়সৰ মহিলা গৰাকীয়ে কমলাৰংৰ ব্লাউজ আৰু বগা- হালধিয়া ৰংৰ শাৰি পৰিধান কৰিছিল ৷ জংচনটোৰ আৰক্ষীয়ে নিশা এঘাৰ বজাত ক্ষতবিক্ষত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে ৷ ৰেল আৰক্ষীসূত্ৰে জানিৱপৰা মতে অচিনাক্ত মহিলাগৰাকীয়ে কিছূদিন ধৰি জংচনটোৰ আশেপাশে ফৰকাটিং নগৰ এলেকাত বিচৰণ কৰি আছিল ৷ কালি নিশা অহা কোনো এখন ৰেলগাড়ীৰ খুন্দাত মৃত্যুহোৱা মহিলাগৰাকীৰ মৃতদেহটো আজি গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ মৃতদেহটো নিয়ম অনুযায়ী চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা উক্ত ছিকিৎসালয়ৰ মৰ্গত ৰখা হব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৩০ ছেপ্তেম্বৰ ২০২০

 30 September, 2020


ফৰকাটিং ৰেল জংচনতঅচিনাকী

 মহিলাৰ মৃতদেহ উদ্ধাৰ

-----------------------------------

গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত ৰেললাইনত কালি নিশা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ প্ৰায় ৫০ বছৰ বয়সৰ মহিলা গৰাকীয়ে কমলাৰংৰ ব্লাউজ আৰু বগা- হালধিয়া ৰংৰ শাৰি পৰিধান কৰিছিল ৷ জংচনটোৰ আৰক্ষীয়ে নিশা এঘাৰ বজাত ক্ষতবিক্ষত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে ৷ ৰেল আৰক্ষীসূত্ৰে জানিৱপৰা মতে অচিনাক্ত মহিলাগৰাকীয়ে কিছূদিন ধৰি জংচনটোৰ আশেপাশে ফৰকাটিং নগৰ এলেকাত বিচৰণ

 কৰি আছিল ৷ কালি নিশা অহা কোনো এখন ৰেলগাড়ীৰ খুন্দাত মৃত্যুহোৱা মহিলাগৰাকীৰ মৃতদেহটো আজি গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ মৃতদেহটো নিয়ম অনুযায়ী চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা উক্ত ছিকিৎসালয়ৰ মৰ্গত ৰখা হব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৩০ ছেপ্তেম্বৰ ২০২০


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...