Wednesday, 30 September 2020

30 September, 2020 চুতীয়া ছাত্ৰ সন্থাই বুধবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে । চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই কায্যসূচীত কেইবাজনো সদস্যই প্ৰতিবাদ স্থলীতে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা গ'বেক, বি জে পি চৰকাৰ মুৰ্দাবাদ সৰ্বানন্দ হাই হাই আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলীত। সংগঠনটোৰ দাবী অতি শীঘ্ৰে যদি চৰকাৰে মানি নলয় তেনেহলে ভবিষ্যতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'লে তাৰ বাবে চৰকাৰ জগৰীয়া হব বুলি প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰাই। :: ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 30 September, 2020


চুতীয়া ছাত্ৰ সন্থাই বুধবাৰে এক প্ৰতিবাদী  কায্যসূচী ৰূপায়ণ কৰে । চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।  এই কায্যসূচীত কেইবাজনো সদস্যই  প্ৰতিবাদ স্থলীতে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সৰ্বানন্দ সোণোৱাল  হিমন্ত বিশ্ব শৰ্মা গ'বেক, বি জে পি চৰকাৰ মুৰ্দাবাদ  সৰ্বানন্দ হাই হাই আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলীত। সংগঠনটোৰ দাবী অতি শীঘ্ৰে যদি চৰকাৰে মানি নলয় তেনেহলে ভবিষ্যতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'লে তাৰ বাবে চৰকাৰ জগৰীয়া হব বুলি প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ

 সম্পাদক মহেন বৰাই। :: ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...