Saturday, 26 September 2020

26 September, 2020 গোলাঘাটত দেওবাৰে বিয়লি শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । গোলাঘাটৰ কাবৰুগাঁৱত সংঘটিত হোৱা দুৰ্ঘটনাটোত দুজন নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুত্বৰ ভাৱে আহত হয় । এখন 407 ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰি পথাৰত বাগৰি পৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। নিহত ব্যক্তি কেইজন হ'ল গাড়ীখনৰ মালিক ছল্লিশ বছৰ বয়সীয়া দিলীপ শইকীয়া, আৰু বিশ বছৰীয়া যুৱক হিতেশ্বৰ শইকীয়া ৷ নিহত দুয়োৰে ঘৰ বনগাৱঁত ৷আনহাতে গুৰুত্বৰ ভাৱে আহত হয় লাচিত দাস আৰু বিপ্লৱ ৰাজবংশী। গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত দুই কৰ্মচাৰী লাচিত দাস আৰু বিপ্লৱ ৰাজবংশীক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA

 26 September, 2020


গোলাঘাটত দেওবাৰে বিয়লি শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । গোলাঘাটৰ কাবৰুগাঁৱত সংঘটিত হোৱা দুৰ্ঘটনাটোত দুজন নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুত্বৰ ভাৱে আহত হয় ।  এখন 407 ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰি পথাৰত বাগৰি পৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। নিহত ব্যক্তি কেইজন হ'ল গাড়ীখনৰ মালিক ছল্লিশ বছৰ বয়সীয়া দিলীপ শইকীয়া, আৰু বিশ বছৰীয়া যুৱক হিতেশ্বৰ শইকীয়া ৷  নিহত দুয়োৰে ঘৰ বনগাৱঁত ৷আনহাতে গুৰুত্বৰ ভাৱে আহত হয় লাচিত দাস আৰু বিপ্লৱ ৰাজবংশী।  গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত দুই কৰ্মচাৰী লাচিত দাস আৰু বিপ্লৱ ৰাজবংশীক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন

প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA


Thursday, 24 September 2020

24 September, 2020 Slug:- সৰুপথাৰত গ্ৰামোন্নয়নৰ নমুনা। নিৰ্মাণকাৰ্যত ৰডৰ সলনি বাঁহ ! A:- গ্ৰামোন্নয়নৰ নামত বছৰি বছৰি লাখ লাখ টকাৰ আঁচনি। কিন্তু কিদৰে ৰূপায়িত হৈছে উক্ত আঁচনিসমূহ। কি কৰিছে একাংশ তথাকথিত জনপ্ৰতিনিধিয়ে। গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ আঁচনি কেনেদৰে ৰূপায়ণ কৰিছে চাও আহক । পঞ্চায়তখনৰ কাৰ্যালয় চৌহদৰ এক আঁচনি। আঁচনিৰ নাম গাঁও পঞ্চায়ত চৌহদৰ কাৰ্যালয় কোঠা। চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ আঁচনিত প্ৰায় ন লাখ টকা ধাৰ্য কৰা হ'ল। পাছৰখিনি আঁচনি নিৰ্মাণৰ লগত জড়িত মিস্ত্ৰীৰ মুখেৰেই শুনক। Byte:- মিস্ত্ৰী শৌচাগাৰৰ টেংকীৰ ভিতৰফালে প্লাষ্টাৰ কৰাই নহ'ল‌। দুদিনতে সম্পন্ন কৰাছেফ্টি টেংকৰ ঢাকনিত ৰডৰ সলনি দিলে বাহঁ পঞ্চায়ত সভানেত্ৰীৰ কথামতে ৰডৰ সলনি বাঁহ লগোৱা বুলি অকপটে স্বীকাৰ কৰিলে মিস্ত্ৰীয়ে। মিস্ত্ৰীৰ মতে দুদিনতে সম্পন্ন কৰা হ'ল টেংকীৰ কাম। শূণ্য সহনশীল চৰকাখনে এইক্ষেত্ৰত কি ভূমিকা লয় তালৈ বাট চাইছে ৰাইজে। বৃহস্পতিবাৰে সাংবাদিকৰ উপস্থিতিৰ পাছতেই উক্ত শৌচাগাৰটোৰ ছেফ্টী টেংকত হাতুৰীৰ কোব পৰে ৷ Byte:- সহযোগী মিস্ত্ৰী প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন NORTHEAST NEWS INDIA

 24 September, 2020


Slug:- সৰুপথাৰত গ্ৰামোন্নয়নৰ নমুনা। নিৰ্মাণকাৰ্যত ৰডৰ সলনি বাঁহ !


A:- গ্ৰামোন্নয়নৰ নামত বছৰি বছৰি লাখ লাখ টকাৰ আঁচনি।


কিন্তু কিদৰে ৰূপায়িত হৈছে উক্ত আঁচনিসমূহ। কি কৰিছে একাংশ তথাকথিত জনপ্ৰতিনিধিয়ে।


গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ  আঁচনি  কেনেদৰে ৰূপায়ণ কৰিছে চাও আহক ।


পঞ্চায়তখনৰ কাৰ্যালয় চৌহদৰ এক আঁচনি। আঁচনিৰ নাম গাঁও পঞ্চায়ত চৌহদৰ কাৰ্যালয় কোঠা।


চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ আঁচনিত প্ৰায় ন লাখ টকা ধাৰ্য কৰা হ'ল।

পাছৰখিনি আঁচনি নিৰ্মাণৰ লগত জড়িত মিস্ত্ৰীৰ মুখেৰেই শুনক।


Byte:- মিস্ত্ৰী


  শৌচাগাৰৰ টেংকীৰ ভিতৰফালে প্লাষ্টাৰ কৰাই নহ'ল‌। 


দুদিনতে সম্পন্ন কৰাছেফ্টি টেংকৰ ঢাকনিত ৰডৰ সলনি দিলে বাহঁ


পঞ্চায়ত সভানেত্ৰীৰ কথামতে ৰডৰ সলনি বাঁহ লগোৱা বুলি অকপটে স্বীকাৰ কৰিলে মিস্ত্ৰীয়ে।


মিস্ত্ৰীৰ মতে দুদিনতে সম্পন্ন কৰা হ'ল টেংকীৰ কাম।


শূণ্য সহনশীল চৰকাখনে এইক্ষেত্ৰত কি ভূমিকা লয় তালৈ বাট চাইছে ৰাইজে।


বৃহস্পতিবাৰে সাংবাদিকৰ উপস্থিতিৰ পাছতেই উক্ত শৌচাগাৰটোৰ ছেফ্টী টেংকত হাতুৰীৰ কোব পৰে ৷


Byte:- সহযোগী মিস্ত্ৰী


প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন

NORTHEAST NEWS INDIA


24 September, 2020Covid19 Assam and actions taken as on 23/09/2020.

24 September, 2020

Covid19 Assam and actions taken as on 23/09/2020.

Wednesday, 23 September 2020

Breaking news

 23 September, 2020


 সৰুপথাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত দিন-দুপৰতে পাৰ্টি। ল’কেল মুৰ্গীৰে এসাজ ৷


- ধনশিৰি মহকুমাটো আছে  জলসিঞ্চন বিভাগৰ বিয়াগোম  কাৰ্যালয় । 


 এফালে ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট। 


 আনফালে কৃষকৰ সমস্যালৈ পিঠি দি সেই বিভাগটোৰ কাৰ্যালয়তে চলিছে ভোজভাতৰ এক বিশাল আয়োজন । 


জনৈক কণিষ্ঠ অভিযন্তাৰ কণ্যা সন্তান জন্ম হ'ল ; অভিযন্তাক সহকৰ্মীয়ে ধৰিলে পাৰ্টি লাগে ; ঘৰলৈ লখিমী আহিল  পাৰ্টিটো হ'বই।


সেইকাৰণে বুধবাৰে কাৰ্যালয়টোতে কৰিলে খানাৰ আয়োজন ৷


 পিছে পাৰ্টিও এলাপেচা নহয়। লোকেল মুৰ্গীও গোটোৱা হ'ল ৷


দিনৰ ১২ বজালৈকে  কাৰ্যালয়টোৰ বেছিভাগ বিষয়া কৰ্মচাৰী উপস্থিত নাই । 


মহকুমাটোৰ পথাৰত এতিয়া ছিৰাল ফাট। চিন্তিত কৃষক।


 কৃষকৰাইজে পথাৰত পানীৰ অভাৱত  মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ মাজতে সংশ্লিষ্ট কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ এনেবোৰ কাণ্ডই সাধাৰণ লোকৰ চকু কপালত তুলিছে । 


এনেদৰেই কৰ্মসংস্কৃতি, নাগৰিকৰ প্ৰতি দ্বায়িত্ব বোধ বৰ্তাই ৰাখেনেকি এচাম বিষয়া কৰ্মচাৰীয়ে। 

ৰাইজক কোনে দিব এইবিলাকৰ সমাধান।

এইবোৰ শুনি ৰাইজৰ এজনে মন্তব্য দিলে আমাৰ ধাননীদৰাত পানী দিয়া ; তাৰপিছত মুৰ্গী খোৱা ; পানী খোৱা সকলো খাবা ৷ কিয়নো আমাৰ পথাৰত পানী যোগানৰ বাবেহে চৰকাৰে তোমালোকক দৰ্মহা দি ৰাখিছে ৷ চিৰাল ফাঁট দিয়া পথাৰলৈ চাই ভোজ খাবলৈ নহয় ৷

Byte   :- কৰ্মচাৰী


প্ৰকাশ শৰ্মাৰ  প্ৰতিবেদন।

NORTHEAST NEWS INDIA


23 September, 2020 অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে বুধবাৰে এক প্ৰতিবাদি কায্যসূচী ৰূপায়ণ কৰে ৷ VO_ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে খাদ্য সুৰক্ষা আইন সংশোধনী কৰি সংসদত গৃহীত কৰিছে । এই সংশোধনী অনুসৰি অত্যাৱশীকীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, সৰিয়হ, চাউল, দাইল, মাহ জাতীয় সামগ্ৰী বাহিৰ কৰিছে। এতিয়াৰে পৰা এই সামগ্ৰী সমূহৰ মূল্য নিয়ন্ত্ৰণত থাকিব চৰকাৰ হাতত। যোগান বিভাগৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকিব। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে প্ৰধাণ মন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিকৃতি দাহ কাৰ্য্যসুচী ৰুপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। Byte__ AJYCP নেতা প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

 23 September, 2020


অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে বুধবাৰে এক প্ৰতিবাদি কায্যসূচী ৰূপায়ণ কৰে ৷


VO_ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে খাদ্য সুৰক্ষা আইন সংশোধনী কৰি সংসদত গৃহীত কৰিছে । এই সংশোধনী অনুসৰি অত্যাৱশীকীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, সৰিয়হ, চাউল, দাইল, মাহ জাতীয় সামগ্ৰী বাহিৰ কৰিছে। এতিয়াৰে পৰা  এই সামগ্ৰী সমূহৰ মূল্য নিয়ন্ত্ৰণত থাকিব চৰকাৰ হাতত। যোগান বিভাগৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকিব। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে  প্ৰধাণ মন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিকৃতি দাহ কাৰ্য্যসুচী ৰুপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Byte__ AJYCP নেতা

প্ৰকাশ শৰ্মা গোলাঘাট ৷

NORTHEAST NEWS INDIA


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...