Wednesday, 23 September 2020

23 September, 2020 অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে বুধবাৰে এক প্ৰতিবাদি কায্যসূচী ৰূপায়ণ কৰে ৷ VO_ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে খাদ্য সুৰক্ষা আইন সংশোধনী কৰি সংসদত গৃহীত কৰিছে । এই সংশোধনী অনুসৰি অত্যাৱশীকীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, সৰিয়হ, চাউল, দাইল, মাহ জাতীয় সামগ্ৰী বাহিৰ কৰিছে। এতিয়াৰে পৰা এই সামগ্ৰী সমূহৰ মূল্য নিয়ন্ত্ৰণত থাকিব চৰকাৰ হাতত। যোগান বিভাগৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকিব। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে প্ৰধাণ মন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিকৃতি দাহ কাৰ্য্যসুচী ৰুপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। Byte__ AJYCP নেতা প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

 23 September, 2020


অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে বুধবাৰে এক প্ৰতিবাদি কায্যসূচী ৰূপায়ণ কৰে ৷


VO_ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে খাদ্য সুৰক্ষা আইন সংশোধনী কৰি সংসদত গৃহীত কৰিছে । এই সংশোধনী অনুসৰি অত্যাৱশীকীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, সৰিয়হ, চাউল, দাইল, মাহ জাতীয় সামগ্ৰী বাহিৰ কৰিছে। এতিয়াৰে পৰা  এই সামগ্ৰী সমূহৰ মূল্য নিয়ন্ত্ৰণত থাকিব চৰকাৰ হাতত। যোগান বিভাগৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকিব। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে  প্ৰধাণ মন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিকৃতি দাহ কাৰ্য্যসুচী ৰুপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Byte__ AJYCP নেতা

প্ৰকাশ শৰ্মা গোলাঘাট ৷

NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...