Wednesday, 9 September 2020

09 September, 2020 ভগবান শ্ৰীকৃষ্ণৰ জন্মৰ উপলক্ষে বুধবাৰে গোলাঘাটৰ ১০নং ৱাৰ্ডৰ নতুন আমোলাপট্টিৰ ৭গৰাকী কণমাণিয়ে এক নৃত্য প্ৰদৰ্শন কৰিলে ৷ শ্ৰীকৃষ্ণৰ ৰূপত তপশ্ৰী ভট্টাচাৰ্য ; আৰু গোপিনীৰ ৰূপত অভীক্ষা শৰ্মা অণ্যণ্যদেৱী ৰূদ্ৰানী শৰ্মা ; তনয়া চৌধুৰী; তৃষা চৌধুৰী ৷ আৰু স্তুতি ভট্টাচাৰ্য ৷এওলোকে নিজেই হাতেকামে লাগি পুৱাৰে পৰাই গোকুলৰ গোশালা ; শ্ৰীকৃষ্ণ ঝুলনা ; দধীৰ টেকেলী আদি সজাই বিয়লি দাণ্ডিয়া নৃত্যৰ অন্তত দধিৰ টেকেলী ভাঙি ৰাইজক আমোদ দিয়ে ৷ : কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট ৯/৯/২০২০

 09 September, 2020


ভগবান শ্ৰীকৃষ্ণৰ জন্মৰ উপলক্ষে বুধবাৰে গোলাঘাটৰ ১০নং ৱাৰ্ডৰ নতুন আমোলাপট্টিৰ ৭গৰাকী কণমাণিয়ে এক নৃত্য প্ৰদৰ্শন কৰিলে ৷ শ্ৰীকৃষ্ণৰ ৰূপত তপশ্ৰী ভট্টাচাৰ্য ; আৰু গোপিনীৰ ৰূপত অভীক্ষা শৰ্মা অণ্যণ্যদেৱী ৰূদ্ৰানী শৰ্মা ; তনয়া চৌধুৰী; তৃষা  চৌধুৰী ৷  আৰু স্তুতি ভট্টাচাৰ্য ৷এওলোকে নিজেই হাতেকামে লাগি পুৱাৰে পৰাই গোকুলৰ গোশালা ; শ্ৰীকৃষ্ণ ঝুলনা ; দধীৰ টেকেলী আদি সজাই বিয়লি দাণ্ডিয়া নৃত্যৰ অন্তত দধিৰ টেকেলী ভাঙি ৰাইজক আমোদ দিয়ে ৷ : কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট ৯/৯/২০২০


09 September, 2020Covid19 Assam and actions taken as on 08/09/2020.

09 September, 2020

Covid19 Assam and actions taken as on 08/09/2020.

Tuesday, 8 September 2020

08 September, 2020 Golaghat Cultivateor কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিৰ্দশন দেখুৱাইছে গোলাঘাটৰ খুমটাই সমষ্টিৰ বুৰালিকচনৰ এজন কৃষকে ৷ বুটলিলে ৰাষ্ট্ৰীয় সন্মান ৷ ভবিষ্যত প্ৰজন্মৰ বাবে কেৱল আদৰ্শয়েই নহয় ; তেওঁ কৰা অক্লান্ত শ্ৰমৰ বাবেই ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিলে তেওৰ সুন্দৰ বাৰিখনে ৷ নাম তেওৰ পল্লৱ গগৈ ৷ পল্লবে বিশবিঘা মাটি কিনি ২০১১ চনত কোনোধৰণৰ চৰকাৰি সহায় নোহোৱাকৈ আৰম্ভণি কৰিছিল এখন ক্ষুদ্ৰ চাহ বাগিছা ৷ বাগিচাৰ মাজেমাজে ৰূপন কৰিছে চাচি পুলি ৷ পুৰঠ চাচিগছ বিক্ৰীকৰি পোৱা ২৫ হেজাৰ টকাৰে ১০ হেজাৰ জোপা উন্নতজাতৰ কলপুলি আৰু ১০ হেজাৰ জোপা ছাচি পুলিও ৰূপন কৰিলে ৷ তামোল গছ প্ৰায় ৬ হেজাৰ ৷ এই খেতিৰ লগতে নাৰিকল ; মৌচুমি ; অমিতা ; কোমোৰা :জালুক এটা ফিচাৰী আদিও আছে বাৰিখনত ৷ আছে উন্নত জাতৰ গাহৰি ৷ বৰ্তমান ৩৫ জনী মাইকী ৫টা মটা আৰু ৭৫ টা পোৱালি ৷ ৪৫ দিনীয়া উন্নত জাতৰ গাহৰি পোৱালী বিক্ৰী কৰে প্ৰতিটোত ৬ হেজাৰ টকাকৈ ৷ প্ৰথম অৱস্থাত কোনেও উৎসাহিত কৰা নাছিল যুৱক জনক ৷ কিন্ত কষ্টৰ ফল সদায় মিঠা ৷ এতিয়া এই সমূহ খেতিৰ পৰা তেওৰ বাৰ্ষিক আয় ত্ৰিশ লাখ টকা ৷ কিছূদিনৰ আগতে পল্লবক কলখেতিৰ তামিননাডু ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান দিয়ে ৷ বিগত জানুৱাৰী মাহত তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি অনুসন্ধান কৰি পল্লৱ গগৈক শ্ৰেষ্ঠতম কল খেতিয়ক হিচাপে নিৰ্বাচিত কৰে ৷ পল্লবে নিজৰ পৰিয়ালৰ লগতে ছয়টাকে পৰিয়ালক কৰ্মসংস্থাপনৰ দিছে ৷ সন্মান লাভকৰাৰ পিছত তেওঁৰ বাৰিত উপস্থিত হয়া গোলাঘাট জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰা ৷ বৰাই তেওক অভনন্দন জনোৱাৰ লগতে পায্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 08 September, 2020


Golaghat Cultivateor

কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিৰ্দশন দেখুৱাইছে গোলাঘাটৰ খুমটাই সমষ্টিৰ বুৰালিকচনৰ এজন কৃষকে ৷ বুটলিলে ৰাষ্ট্ৰীয় সন্মান ৷

ভবিষ্যত প্ৰজন্মৰ বাবে কেৱল আদৰ্শয়েই নহয় ; তেওঁ কৰা অক্লান্ত শ্ৰমৰ বাবেই ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিলে তেওৰ সুন্দৰ বাৰিখনে ৷ নাম তেওৰ পল্লৱ গগৈ ৷ পল্লবে বিশবিঘা মাটি কিনি ২০১১ চনত কোনোধৰণৰ চৰকাৰি সহায় নোহোৱাকৈ  আৰম্ভণি কৰিছিল এখন ক্ষুদ্ৰ চাহ বাগিছা ৷ বাগিচাৰ মাজেমাজে ৰূপন কৰিছে চাচি পুলি ৷ পুৰঠ চাচিগছ বিক্ৰীকৰি পোৱা ২৫ হেজাৰ টকাৰে ১০ হেজাৰ জোপা উন্নতজাতৰ কলপুলি আৰু ১০ হেজাৰ জোপা ছাচি পুলিও ৰূপন কৰিলে ৷

 তামোল গছ প্ৰায় ৬ হেজাৰ ৷ এই খেতিৰ লগতে নাৰিকল ; মৌচুমি ; অমিতা ; কোমোৰা :জালুক  এটা ফিচাৰী আদিও

 আছে বাৰিখনত ৷ আছে উন্নত জাতৰ গাহৰি ৷ বৰ্তমান ৩৫ জনী মাইকী ৫টা মটা আৰু ৭৫ টা পোৱালি ৷ ৪৫ দিনীয়া উন্নত জাতৰ গাহৰি পোৱালী বিক্ৰী কৰে প্ৰতিটোত ৬ হেজাৰ টকাকৈ ৷ প্ৰথম অৱস্থাত কোনেও উৎসাহিত কৰা নাছিল যুৱক জনক ৷ কিন্ত কষ্টৰ ফল সদায় মিঠা ৷ এতিয়া এই সমূহ খেতিৰ পৰা তেওৰ বাৰ্ষিক আয় ত্ৰিশ লাখ টকা ৷  কিছূদিনৰ আগতে পল্লবক কলখেতিৰ তামিননাডু ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ

 সন্মান দিয়ে ৷ বিগত জানুৱাৰী মাহত তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি অনুসন্ধান কৰি পল্লৱ গগৈক শ্ৰেষ্ঠতম কল খেতিয়ক হিচাপে নিৰ্বাচিত কৰে ৷ পল্লবে নিজৰ পৰিয়ালৰ লগতে ছয়টাকে পৰিয়ালক কৰ্মসংস্থাপনৰ দিছে ৷ সন্মান লাভকৰাৰ পিছত তেওঁৰ বাৰিত উপস্থিত হয়া গোলাঘাট জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰা ৷ বৰাই তেওক অভনন্দন জনোৱাৰ লগতে পায্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট


08 September, 2020Covid19 Assam and actions taken as on 07/09/2020.

08 September, 2020

Covid19 Assam and actions taken as on 07/09/2020.

07 September, 2020 Golaghat death body recover VO= কাজিৰঙা পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজিত হোৱা কাকচাং জলপ্ৰপাতলৈ আহি মৃত্যু হৈছে দুজনকৈ যুৱকৰ৷দেওবাৰে বিয়লি সংঘটিত হোৱা এই কৰুণ ঘটনাটোৰ পাছত সোমবাৰে পুৱাৰ ভাগত SDRF য়ে চলোৱা ২ঘণ্টা জোৰা অভিযানৰ অন্তত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য বোকাখাত চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত কাৰ্বি আলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাত৷ কাজিৰঙা দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটক উপস্থিত হয় এই কাইফলাংচু জলপ্ৰপাতত৷বিশেষকৈ ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজৰ দলে যঠেষ্ট ভিৰ কৰে এই জলপ্ৰপাতটোত ৷ আনকি গ্ৰীষ্মৰ সময়চোৱাতো আহযাহ চলি থাকে দৰ্শনাৰ্থীৰ। কাৰ্বি পাহাৰৰ অত্যন্ত সুন্দৰ পৰিৱেশত থকা এই কাকচাঙৰ কাইফলাংচু জলপ্ৰপাততে সংঘটিত হৈছে পুনৰ এক অঘটন৷ প্ৰাপ্ত তথ্য মতে, জলপ্ৰপাতটোলৈ দেওবাৰে বিয়লি ভাগত ফুৰিবলৈ গোলাঘাটৰ পৰা অহা ৮ জনীয়া এটা যুৱকৰ দলে গা ধুই থাকোতে হঠাৎ দলটোৰ দুজন যুৱক পানীত পৰি যায়৷ দলটোৰ গোলাঘাটৰ ষ্টেচন পথৰ বিৱাকৰ নাগ আৰু টুকানী পাৰ্কৰ সুদীপ বস্কি নামৰ যুৱক দুজন সন্ধানহীন হোৱাত বন্ধুবৰ্গই বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও সন্ধিয়া নামি অহাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত পৰবৰ্তি সময়ত কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ নিশা বেছি হৈ অহাৰ বাবে দেওবাৰে আৰক্ষীয়ে অভিযান চলাব পৰা নাছিল যদিও পানীত পৰা দুই যুৱকৰ মৃত্যু হৈছে বুুলি চৰকাৰী সূত্ৰত প্ৰকাশ পোৱাৰ পাছত সোমবাৰে SDRF য়ে চলোৱা উদ্ধাৰ অভিযানত দুয়োজন যুবকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে বিৱাকৰ নাগ আছিল ১৯ বছৰ অনুৰ্দ্ধ অসম ক্ৰিকেট দলৰ নিয়মীয়া খেলুৱৈ l উল্লেখযোগ্য যে কাকচাঙৰ এই জলপ্ৰপাতটোত ইয়াৰ পূৰ্বেও শোকাবহভাৱে সলিল সমাধি ঘটিছে তিনিজনকৈ যুৱকৰ। ২০১৮চনৰ অক্টোবৰ মাহত যোৰহাটৰ কেন্দুগুৰিৰ কুলভূষণ কলিতা আৰু একে বৰ্ষৰে ডিচেম্বৰ মাহত ঢেকিয়াজুলিৰ দীপক বৰা, ২০১৯ বৰ্ষৰ জুন মাহত যোৰহাট বায়ু সেনাৰ কৰ্মচাৰী উত্তৰ প্ৰদেশৰ গৌৰৱ গুপ্তাৰ জলপ্ৰপাতটোত মৃত্যু হোৱাৰ পাছতো বৰ্তমানলৈকে কাৰ্বি আংলং আৰু বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহন কৰা নাই কোনো সতৰ্কতা আৰু নিৰাপত্তামুলক ব্যৱস্থা ফলত দেওবাৰে পুণৰাই সংঘটিত হ'ল এই শোকাবহ ঘটনাটিৰ। BYTE: স্থানীয় লোক Byte2 -উদ্ধাৰকাৰী আৰক্ষী ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৭/৯/২০২০

 07 September, 2020


Golaghat death body recover 


VO= কাজিৰঙা পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজিত হোৱা কাকচাং জলপ্ৰপাতলৈ আহি মৃত্যু হৈছে দুজনকৈ যুৱকৰ৷দেওবাৰে বিয়লি সংঘটিত হোৱা এই কৰুণ ঘটনাটোৰ পাছত সোমবাৰে পুৱাৰ ভাগত SDRF য়ে চলোৱা ২ঘণ্টা জোৰা অভিযানৰ অন্তত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

 উল্লেখযোগ্য  বোকাখাত চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত কাৰ্বি আলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাত৷ কাজিৰঙা দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটক উপস্থিত হয় এই কাইফলাংচু জলপ্ৰপাতত৷বিশেষকৈ ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজৰ দলে যঠেষ্ট ভিৰ কৰে এই  জলপ্ৰপাতটোত ৷ আনকি গ্ৰীষ্মৰ সময়চোৱাতো আহযাহ চলি থাকে দৰ্শনাৰ্থীৰ। কাৰ্বি পাহাৰৰ অত্যন্ত সুন্দৰ পৰিৱেশত থকা এই কাকচাঙৰ কাইফলাংচু জলপ্ৰপাততে সংঘটিত হৈছে পুনৰ এক অঘটন৷

 প্ৰাপ্ত তথ্য মতে, জলপ্ৰপাতটোলৈ দেওবাৰে বিয়লি ভাগত ফুৰিবলৈ গোলাঘাটৰ পৰা অহা  ৮ জনীয়া এটা যুৱকৰ দলে গা  ধুই থাকোতে হঠাৎ দলটোৰ দুজন যুৱক পানীত পৰি যায়৷ দলটোৰ গোলাঘাটৰ ষ্টেচন পথৰ বিৱাকৰ নাগ  আৰু টুকানী পাৰ্কৰ সুদীপ বস্কি  নামৰ যুৱক দুজন সন্ধানহীন হোৱাত বন্ধুবৰ্গই বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও  সন্ধিয়া নামি অহাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত পৰবৰ্তি সময়ত  কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ নিশা বেছি হৈ অহাৰ বাবে দেওবাৰে  আৰক্ষীয়ে  অভিযান চলাব পৰা নাছিল যদিও  পানীত পৰা দুই যুৱকৰ মৃত্যু হৈছে বুুলি চৰকাৰী সূত্ৰত প্ৰকাশ পোৱাৰ পাছত সোমবাৰে SDRF য়ে চলোৱা উদ্ধাৰ অভিযানত দুয়োজন যুবকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে বিৱাকৰ নাগ আছিল ১৯ বছৰ অনুৰ্দ্ধ অসম ক্ৰিকেট দলৰ নিয়মীয়া খেলুৱৈ l

উল্লেখযোগ্য যে কাকচাঙৰ এই জলপ্ৰপাতটোত ইয়াৰ পূৰ্বেও শোকাবহভাৱে সলিল সমাধি ঘটিছে তিনিজনকৈ যুৱকৰ। ২০১৮চনৰ অক্টোবৰ মাহত যোৰহাটৰ কেন্দুগুৰিৰ কুলভূষণ কলিতা আৰু  একে বৰ্ষৰে ডিচেম্বৰ মাহত ঢেকিয়াজুলিৰ দীপক বৰা, ২০১৯ বৰ্ষৰ জুন মাহত যোৰহাট বায়ু সেনাৰ কৰ্মচাৰী উত্তৰ প্ৰদেশৰ গৌৰৱ গুপ্তাৰ জলপ্ৰপাতটোত মৃত্যু হোৱাৰ পাছতো বৰ্তমানলৈকে কাৰ্বি আংলং আৰু বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহন কৰা নাই কোনো সতৰ্কতা আৰু নিৰাপত্তামুলক ব্যৱস্থা ফলত দেওবাৰে পুণৰাই সংঘটিত হ'ল এই শোকাবহ ঘটনাটিৰ।

BYTE: স্থানীয় লোক

Byte2 -উদ্ধাৰকাৰী আৰক্ষী ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৭/৯/২০২০


Monday, 7 September 2020

07 September, 2020 Golaghat Chutia Protest Oc:Vo:গোলাঘটত চুতীয়া জনগোষ্ঠীৰ জনজাতি কৰণ ৰ দাবীত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ l গোলাঘাট নগৰৰ মাজমজিয়া বেজবৰুৱা চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,চন্দন ব্ৰহ্ম ৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে l অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বাৰেপতি চৰকাৰে চুতীয়া ছাত্ৰ সন্থাক জনজাতি কৰণ ৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ভংগ কৰি অহাক লৈ ক্ষুব্ধ হৈ পৰিছে সংগঠনটোৰ নেতা কৰ্মী সকল l চুতীয়া জনগোষ্ঠীক ষষ্ঠ অনুসূচিৰ আধাৰত অতি সোনকালে জনজাতি কৰণ কৰক অন্যথা ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো সকিয়নী প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মহেন বৰাই। Byte1মহেন বৰা (সাধাৰণ সম্পাদক) প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA

 07 September, 2020


Golaghat Chutia Protest

Oc:Vo:গোলাঘটত চুতীয়া জনগোষ্ঠীৰ জনজাতি কৰণ ৰ দাবীত  গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ l গোলাঘাট নগৰৰ মাজমজিয়া  বেজবৰুৱা চাৰিআলিত

 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,চন্দন ব্ৰহ্ম ৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে l  অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বাৰেপতি  চৰকাৰে চুতীয়া ছাত্ৰ সন্থাক জনজাতি কৰণ ৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ভংগ কৰি অহাক লৈ ক্ষুব্ধ হৈ পৰিছে সংগঠনটোৰ নেতা কৰ্মী সকল l  চুতীয়া জনগোষ্ঠীক ষষ্ঠ অনুসূচিৰ আধাৰত অতি সোনকালে জনজাতি কৰণ কৰক অন্যথা ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো সকিয়নী প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মহেন বৰাই।


Byte1মহেন বৰা (সাধাৰণ সম্পাদক)

প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷  NORTHEAST NEWS INDIA


07 September, 2020Covid19 Assam and actions taken as on 06/09/2020.

07 September, 2020

Covid19 Assam and actions taken as on 06/09/2020.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...