Saturday, 5 September 2020
Friday, 4 September 2020
04 September, 2020Golaghat Avrochi Dayগোলাঘাট জিলা ফুটবল সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন । কিংবদন্তি ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস দিনা বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস । অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে ঔগুৰি ক্ৰীড়া খেলপথাৰত গোলাঘাট জিলা ফুটবল সন্থা উদ্যোগত শিয়ালাখাটী কচিং চেন্টাৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয় । অনুষ্ঠানৰ আৰম্ভনিতে বিগত সময়ত ক্ৰীড়াৰ লগত সম্পৰ্ক থকা মৃত ব্যক্তি সকলৰ আত্মাৰ সদগতি কামনা কৰা হয় ৷ খেলুৱৈ সকলৰ উদ্দেশ্যে গোলাঘাট জিলা ফুটবল সন্থাৰ সাধাৰণ সম্পাদক তথা গোলাঘাট ক'চিং চেন্টাৰৰ মুখ্য প্ৰশিক্ষক দৰ্শন গোহাঁই অভিৰুচি ক্ৰীড়া দিৱসৰ বক্তব্য দাঙি ধৰে । খেলপথাৰৰ পৰায়ে কিংবদন্তি খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুবাৰ স্বাস্থ্য সুস্থ আৰু সবল থকাৰ উদ্দেশ্যেৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে ঔগুৰি খেলপথাৰত এটা গছপুলি ৰূপন কৰা হয় । ইয়াৰ পিছতে গোলাঘাট জিলা ফুটবল সন্থাৰ তৰফৰ পৰা খেলুৱৈ সকলক খেলৰ পোছাক বিতৰণ কৰা হয় । :::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA
Thursday, 3 September 2020
03 September, 2020 Golaghat Kush “কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ” এক ললীপপ ------সদৌ কোচ যুৱ পৰিষদ ৷ ৩ছেপ্তেম্বৰ অসম বিধানসভাত বৃহস্পতিবাৰে চৰকাৰে মৰাণ ; মটক আৰু কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ; অতন’মাছ কাউঞ্চিল ঘোষণা কৰা বিষয়টোত সন্তুষ্ট নহয় - সদৌকোচ যুৱপৰিষদ ৷ সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ নিৰ্মল দত্ত ; নাৰায়নীসেনাৰ সেনাধ্যক্ষ মিণ্টু বৰা কোচ গোলাঘাট জিলাৰ সেনাধ্যক্ষ শৰৎ তামুলী;য়ে আজি চৰকাৰৰ এই ঘোষণাক মানি লোৱানাই সংগঠনটোৰগোলাঘাটৰ কা্য্যালয় বৃহস্পতিবাৰে তেওঁলোকে স্পষ্ট কৰেযে চৰকাৰে "কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ ঘোষণা কৰা মানেই এই পৰিষদখন কোচ সকলক দিছে "কোচ ৰাজবংশী "বুলি কোনো সুকীয়া জাতি নাই “ৰাজবংশী” এটা উপাধীহে ৷ স্বায়ত্ত্বশাসিত পৰিষদ এটা চৰকাৰি ললিপপ বুলি সংগঠনটোৱে অভিহিত কৰিছে ৷ ভূমীপুত্ৰ কোচ সকলে জনজাতিকৰণ আৰু প্ৰতিজিলাত একোখনকৈ উন্নয়ন পৰিষদ গঠনৰ দাবীলৈ সুদীৰ্ঘকাল আন্দোলন কৰি আহিছে ৷ চলিত বিধানসভাৰ আৰম্ভণি দিনাও গুৱাহাটীত এই দাবীৰে ধৰ্ণা কায্যসূচী পালন কৰিলে তথাপিও চৰকাৰে জাতিটোক ভাগ ভাগ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত লীপ্তহৈছে ৷ কোচ জাতিটোক একেখন সংবিধানত অসমত অন্যান্য পিছপৰা ; মেঘালয়ত জনজাতি আৰু পশ্চিমবঙ্গত অনুসূচীত জাতিৰ ময্যদা দিয়া হৈছে ৷ চৰকাৰৰ এই বিভাজনৰ ৰাজনীতি কিয় বুলি নেতাসকলে প্ৰশ্ন কৰিছে ৷ আৰু বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি অহা নিৰ্বাচনৰ পূৰ্বেই তেওলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ :::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট
03 September, 2020
Golaghat Kush
“কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ” এক ললীপপ ------সদৌ কোচ যুৱ পৰিষদ ৷
৩ছেপ্তেম্বৰ
অসম বিধানসভাত বৃহস্পতিবাৰে চৰকাৰে মৰাণ ; মটক আৰু কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ; অতন’মাছ কাউঞ্চিল ঘোষণা কৰা বিষয়টোত সন্তুষ্ট নহয় - সদৌকোচ যুৱপৰিষদ ৷ সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ নিৰ্মল দত্ত ; নাৰায়নীসেনাৰ সেনাধ্যক্ষ মিণ্টু বৰা কোচ গোলাঘাট জিলাৰ সেনাধ্যক্ষ শৰৎ
তামুলী;য়ে আজি চৰকাৰৰ এই ঘোষণাক মানি লোৱানাই সংগঠনটোৰগোলাঘাটৰ কা্য্যালয় বৃহস্পতিবাৰে তেওঁলোকে স্পষ্ট কৰেযে চৰকাৰে "কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ ঘোষণা কৰা মানেই এই পৰিষদখন কোচ সকলক দিছে "কোচ ৰাজবংশী "বুলি কোনো সুকীয়া জাতি নাই “ৰাজবংশী” এটা উপাধীহে ৷ স্বায়ত্ত্বশাসিত পৰিষদ এটা চৰকাৰি ললিপপ বুলি সংগঠনটোৱে অভিহিত কৰিছে ৷ ভূমীপুত্ৰ কোচ সকলে জনজাতিকৰণ আৰু প্ৰতিজিলাত একোখনকৈ উন্নয়ন পৰিষদ গঠনৰ দাবীলৈ সুদীৰ্ঘকাল আন্দোলন কৰি আহিছে ৷ চলিত বিধানসভাৰ আৰম্ভণি দিনাও গুৱাহাটীত এই দাবীৰে ধৰ্ণা কায্যসূচী পালন কৰিলে তথাপিও চৰকাৰে জাতিটোক ভাগ ভাগ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত লীপ্তহৈছে ৷ কোচ জাতিটোক একেখন সংবিধানত অসমত অন্যান্য পিছপৰা ; মেঘালয়ত জনজাতি আৰু পশ্চিমবঙ্গত অনুসূচীত জাতিৰ ময্যদা দিয়া হৈছে ৷ চৰকাৰৰ এই বিভাজনৰ ৰাজনীতি কিয় বুলি নেতাসকলে প্ৰশ্ন কৰিছে ৷ আৰু বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি অহা নিৰ্বাচনৰ পূৰ্বেই তেওলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ :::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট
03 September, 2020 Breaking news
Wednesday, 2 September 2020
02 September, 2020 O. C. : গোলাঘাটত ধাৰাবাহিক ভাবে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চৰ। গোলাঘাট চহৰৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে এই অভিযান। এইবাৰ গোলাঘাটৰ চান্দমাৰীৰ এখন পিতনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিতনিত লুকুৱাই ৰাখিছিল গৃহস্থই। গোলাঘাট জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই তিনিগৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে। নগৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই টাষ্ক ফ'ৰ্চে। নগৰৰ চান্দমাৰীৰ পৰা গৃহস্তৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে। চান্দমাৰীৰ গিৰীশ গগৈৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত থকা এজনী কণমানিক পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । টাষ্ক ফ'ৰ্চৰ অভিযানৰ কথা গম পাই কনমাণি জনীক পিতনি দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযান কাৰী দলটোৱে পিতনিৰ পৰা কনমাণি জনীক উদ্ধাৰ কৰে । ইয়াৰ পিছত নিৰ্লজভাৱে সাংবাদিকক গা এৰা মন্তব্য দিয়ে গিৰীশ গগৈৰ পৰিয়ালে। কি কয় গৃহস্থই ;শুনকচোন। V. O. : গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস, জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া, ৰুলী ঠেঙাল, PLV প্ৰীয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰীয়ে এই অভিযান চলাই। জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইজনীক গোলাঘাট আৰক্ষীক চমজাই দিয়ে। তদন্ত সমাপ্তৰ পিছতেই শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইটাক। জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে জিলা বাসীলৈ আহ্বান জনাই কয় কোনেও যাতে শিশু শ্ৰমিক নিয়োগ নকৰিব। Byte 2: জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰি::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট :২/৯/২০২০
02 September, 2020
O. C. : গোলাঘাটত ধাৰাবাহিক ভাবে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চৰ। গোলাঘাট চহৰৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে এই অভিযান। এইবাৰ গোলাঘাটৰ চান্দমাৰীৰ এখন পিতনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিতনিত লুকুৱাই ৰাখিছিল গৃহস্থই।
গোলাঘাট জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই তিনিগৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে। নগৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই টাষ্ক ফ'ৰ্চে।
নগৰৰ চান্দমাৰীৰ পৰা গৃহস্তৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে। চান্দমাৰীৰ গিৰীশ গগৈৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত থকা এজনী কণমানিক পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । টাষ্ক ফ'ৰ্চৰ অভিযানৰ কথা গম পাই কনমাণি জনীক পিতনি দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযান কাৰী দলটোৱে পিতনিৰ পৰা কনমাণি জনীক উদ্ধাৰ কৰে । ইয়াৰ পিছত নিৰ্লজভাৱে সাংবাদিকক গা এৰা মন্তব্য দিয়ে গিৰীশ গগৈৰ পৰিয়ালে। কি কয় গৃহস্থই ;শুনকচোন।
V. O. : গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস, জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া, ৰুলী ঠেঙাল, PLV প্ৰীয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰীয়ে এই অভিযান চলাই। জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইজনীক গোলাঘাট আৰক্ষীক চমজাই দিয়ে। তদন্ত সমাপ্তৰ পিছতেই শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইটাক। জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে জিলা বাসীলৈ আহ্বান জনাই কয় কোনেও যাতে শিশু শ্ৰমিক নিয়োগ নকৰিব।
Byte 2: জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰি::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট :২/৯/২০২০
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...